Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi’s Response to the Government’s Temptation:Congress:চৰকাৰী প্রলোভন ওফৰাই ৰাহুললৈ সঁহাৰি অসমৰ মহিলাৰ: কংগ্ৰেছ

পুঠিনদীত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতা বৰ্ণনাৰে কংগ্ৰেছ নেতা জয়ৰামৰ দাবী, এই যাত্রা হৈ অন্যায়ৰ বিৰুদ্ধে হোৱা যাত্রা

publisher by publisher
January 19, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Rahul Gandhi’s Response to the Government’s Temptation:Congress:চৰকাৰী প্রলোভন ওফৰাই ৰাহুললৈ সঁহাৰি অসমৰ মহিলাৰ: কংগ্ৰেছ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

Rahul Gandhi’s Response to the Government’s Temptation:Congress:

‘ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা বিফল কৰিবলৈ অসম চৰকাৰে নানা প্ৰকাৰে চেষ্টা চলাইছে; কিন্তু ইয়াৰ বিপৰীতে অসমৰ ৰাইজে দিয়া সঁহাৰিয়ে বিজেপি চৰকাৰখনক উপযুক্ত প্রত্যুত্তৰ দিলে। ন্যায় যাত্রা বিফল কৰিবলৈ অসম চৰকাৰে ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰ-পত্ৰ বিতৰণ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক ব্যস্ত কৰি ৰাখিব বিচাৰিছিল যদিও মূৰকত মহিলাসকলক ধৰি ৰখাত চৰকাৰ ব্যৰ্থ হ’ল।’

ADVERTISEMENT

যোৱাকালি মৰিয়নিৰ পুঠিনদীত এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত অংশ লোৱা প্রাক্তন কেন্দ্রীয় মন্ত্রীজনে পুঠিনদীত অনুষ্ঠিত এক সংবাদমেলত ৰাহুল গান্ধীৰ যাত্ৰাৰ প্ৰতি অসমৰ মহিলাসকলে ব্যাপক সঁহাৰি লৈ আগবঢ়োৱা বুলি মন্তব্য কৰি পুনৰ কয়, ‘ৰাহুল গান্ধী অহা বিশেষ বাছৰ আগলৈ আহি মহিলাসকলে তেওঁক আদৰণি জনাইছে আৰু তেৱোঁ বাছৰ পৰা নামি গৈ মহিলাসকলৰ স’তে মত-বিনিময় কৰে। ৰাহুল গান্ধীলৈ এই সঁহাৰিয়ে প্ৰমাণ কৰে যে বাইজৰ মাজলৈ কঢ়িয়াই অনা ন্যায়ৰ বাৰ্তাই ইতিমধ্যে তেওঁলোকক স্পর্শ কৰিছে।’

উল্লেখ্য যে,বৃহস্পতিবাৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’ই দুপৰীয়া নগালেণ্ডৰ পৰা মৰিয়নিৰ পুঠিনদীত উপস্থিত হয়। এই ন্যায় যাত্রাত অংশগ্রহণ কৰা কংগ্ৰেছৰ মণি জ্যেষ্ঠ নেতাসকলে পুঠিনদীত অনুষ্ঠিত সংবাদমেলত অংশ লৈ যাত্রা যাত্ৰা বিফল কৰিবলৈ অসম চৰকাৰে চলোৱা অভিসন্ধিক তীব্র সমালোচনা কৰে।

সংবাদমেলত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ কংগ্রেছ নেতা জয়ৰাম ৰমেশে কয়, ‘এই দীৰ্ঘ যাত্রা কোনো নির্বাচনমুখী যাত্রা নহয়। ভোটৰ বাবে এই যাত্ৰা কৰা হোৱা নাই। এই যাত্রা হৈছে অন্যায়ৰ বিৰুদ্ধে হোৱা যাত্রা। প্রধানমন্ত্রীয়ে বাৰে বাৰে অমৃতকালৰ নি কথা কয় যদিও বিগত ১০ বছৰে দেশৰ দুখীয়া দৰিদ্ৰ লোকৰ ওপৰত বহু অন্যায় হৈছে।

সেই অন্যায়ৰ কথা তেওঁলোকে কোনোদিনেই উল্লেখ নকৰে। এই যাত্রা সেই অন্যায় কালৰ বিৰুদ্ধে কৰা ন্যায় যাত্রাহে।’ জ্যেষ্ঠ কংগ্রেছ নেতাজনে পুনৰ কয় যে অসমত প্রৱেশ কৰিয়েই এই যাত্রাই অসমৰ জনসাধাৰণৰ পৰা বিপুল ভবে সঁহাৰি লাভ কৰিছে।

সংবাদমেলত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক তীব্র সমালোচনা কৰি কয়, ‘অসমৰ মুখ্যমন্ত্রী পিছ দুৱাৰেদি হোৱা ভুল মুখ্যমন্ত্রীহে। ২০২১ৰ নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিচাপে প্রাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰহে নাম ‘চর্চালৈ আহিছিল; কিন্তু এইজন মুখ্যমন্ত্রীয়ে পিছ দুৱাৰেদি গৈ দলৰ নেতৃত্বৰ সন্মুখতে সোণোৱালক লেং মাৰি মুখ্যমন্ত্ৰীৰ গাদীত গ বহিলে।’

অসমৰ অতিথি পৰায়ণতাক নস্যাৎ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে চেষ্টা কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্রা’ক চৰকাৰী বাহিনীয়ে বাধা প্রদান কৰাটোৱেই হৈছে অসমৰ অতিথি পৰায়ণতাৰ বিৰুদ্ধে যোৱা। ইফালে, বদৰুদ্দিন আজমলৰ প্ৰসংগ উত্থাপন কৰি সভাপতিজনে কয় যে আমি বিজেপি আৰু আৰএছএছৰ দৰে সাম্প্রদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিছো।

বদৰুদ্দিন আজমলৰ এআইইউডিএফ সাম্প্রদায়িক দল। এই দল বৰ্তমানৰ মুখ্যমন্ত্রীৰ ৰিম’ট কন্ট্র’লত চলি থকা এটা দল। ৰাজনীতিৰ নামত আজমলে নিজৰ ব্যৱসায় চলাই থকা বুলি উল্লেখ কৰি বৰাই কয়, ‘এনে শক্তিৰ স’তে কংগ্রেছে কেতিয়াও মিত্রতা নকৰে।’

মিত্ৰতা বা বুজা-পৰা নকৰাৰ বাবেই বিজেপিৰ হাতত কংগ্ৰেছ হাৰিবলগীয়া হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেয়া এক ভুল সিদ্ধান্ত আছিল। এইবাৰ প্ৰায় ১৫ এটা তেনে দলৰ স’তে মিত্রতা কৰা হৈছে আৰু ২১ জানুৱাৰীত এই দলৰ নেতৃত্বৰ স’তে ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিব বুলিও কয়।

ইফালে, অসমত ড° শৰ্মাৰ নির্দেশ মতেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়া হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্রেছ নেতাজনে। এয়া ৰাজনৈতিক সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়াহে। ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে উচ্চতম ন্যায়ালয়, নির্বাচন আয়ুক্ত আদিৰ কাষ চাপে যদিও বিশেষ সঁহাৰি পোৱা নগ’ল।

তাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰীয়ে বিচৰামতেই সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়া সম্পন্ন কৰা হয় বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে। ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে সদায় মাত মাতি যাব বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছ শাসনলৈ আহিলে এই বিষয়টো পুনৰ বিবেচনা কৰা হ’ব বুলিও মন্তব্য কৰে।

সংবাদমেলত জ্যেষ্ঠ কংগ্রেছ নেতা, অসম প্রদেশ কংগ্রেছৰ দায়িত্ববাহী জীতেন্দ্র সিং, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও অংশ লয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharat Jodo Nyay YatraGovernment's TemptationJairam RameshRahul GandhiRahul Gandhi's Response
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d