Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Central Government has recognized the Assamese language as a classical language:অসমীয়া ভাষালৈ ধ্রুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰৰ

কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পাছতে অসমীয়া ভাষীৰ বিপুল উছাহ, বাংলা- পালি- প্ৰাকৃতলৈও মৰ্যাদা, দেশত ১১টালৈ বৃদ্ধি পালে ধ্রুপদী ভাষাৰ সংখ্যা, দল-মত-ব্যক্তিৰ আদৰণি

samimsultana by samimsultana
October 4, 2024
in News, Assam, India
Reading Time: 4 mins read
0
Central Government has recognized the Assamese language as a classical language:অসমীয়া ভাষালৈ ধ্রুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰৰ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Will the status of classical languages ​​respect Assamese? ধ্রুপদী ভাষাৰ মর্যাদাই অসমীয়াক সন্মান দিবনে?

Axom Sahitya Sabha:বিটিআৰ বিভিন্ন চৰকাৰী প্ৰ-পত্ৰত অসমীয়া ভাষাক অৱহেলা

Central Government has recognized the Assamese language as a classical language:

অৱশেষত বহু প্রত্যাশিত খবৰটো আহিল। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকে অসমীয়াসহ পাঁচটা ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদানত অনুমোদন জনায়।

ADVERTISEMENT

এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ বাহিৰে-ভিতৰে তথা দেশৰ বাহিৰতো বাস কৰা অসমীয়া ভাষী লোকসকল উৎফুল্লিত হৈছে। বিভিন্নজনে সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ-উছাহ প্রকাশ কৰে। কেন্দ্রীয় কেবিনেটে অসমীয়াসহ ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনোৱা আন চাৰিটা ভাষা হ’ল মাৰাঠী, বাংলা, পালি আৰু প্রাকৃত। কেবিনেটে এই অনুমোদন জনোৱাৰ লগে লগে সম্প্রতি দেশত ধ্রুপদী ভাষাৰ সংখ্যা ১১টালৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে দেশত ছটা ধ্রুপদী ভাষা আছিল। এই ছটা ভাষা হৈছে ক্রমে তামিল, সংস্কৃত, তেলুগু, কানাড়া, মালায়ালম আৰু উড়িয়া । তামিল (২০০৪ চনত), সংস্কৃত (২০০৫ চনত), কন্নড় (২০০৮ চনত),তেলুগু (২০০৮ চনত),মালয়ালম (২০১৩ চনত),ওড়িয়া (২০১৪ চনত)আৰু অসমীয়া (২০২৪ চনত ) ৷

অসমীয়া ভাষাক ধ্রুপদী মর্যাদা প্রদানৰ ক্ষেত্রত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়ায়ো বিশেষ ভূমিকা পালন কৰে। সভাৰ সভাপতিৰ কাৰ্যকালত শইকীয়াৰ নেতৃত্বত ২০২১ৰ ১৯ মাৰ্চত সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত এই দাবীৰে ৩৯১ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল হৈছিল। দেশত এটা ভাষাক ধ্রুপদীৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত চাৰিটা নিয়ম বা চর্ত আছে। এই চাৰিটা চৰ্ত পুৰণ কৰিলেহে এটা ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পায়। চর্তকেইটা হ’ল-
(১) সংশ্লিষ্ট ভাষাৰ ১৫০০-২০০০ বছৰৰ লিপিবদ্ধ ইতিহাস বা পুথি থাকিব লাগিব
(২) এক বুজনসংখ্যক প্রাচীন সাহিত্য বা পুথি থাকিব লাগিব। এইসমূহক সংশ্লিষ্ট ভাষাৰ লোকসকলে প্রজন্মৰ পাছত প্রজন্ম ধৰি ঐতিহ্যকাপে গণ্য কৰিব লাগিব ৷
(৩) কবিতা, শিলালিপি-দেবাল লেখন আদিৰ উপবি জ্ঞানদায়ক পুথি (প্রধানতঃ গদ্য পুঁথি) থাকিব লাগিব ৷

(৪) বর্তমানৰ ৰূপৰ পৰা প্রাচীন অবস্থাৰ ভাষাটো সুকীয়া হ’ব লাগিব।

স্বাভাবিকতে অসমীয়া ভাষা যে এটা অতি প্রাচীন ভাষা, সেয়াও আজি প্রমাণিত হ’ল। বহুজনে এই কথাক লৈ গৌৰৱবোধ কৰিছে। ভাষাটোৰ শ্রীবৃদ্ধিৰ হকে প্রচেষ্টা চলাই অহাসকলৰ অন্যতম তিনিজন বিশিষ্ট শিক্ষাবিদ- সাহিত্যিক তথা গৱেষকৰ মতামত গ্রহণ কৰা হৈছে। তেওঁলোকৰ বক্তব্য তলত আগবঢ়োৱা হৈছে:

#ভাষাটোৰ সার্বজনীন স্বীকৃতিহ’ল: ড° গোবিন্দ প্রসাদ শর্মা

অসমীয়া ভাষাই গ্রুপদীব মর্যাদা লাভ কৰাত উছাহ প্রকাশ কবি সাহিত্যৰ প্রাক্তন অধ্যাপক তথা বিশিষ্ট লেখক-সাহিত্যিক ড: গোবিন্দ প্রসাদ শর্মাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাটোক সার্বজনীন স্বীকৃতি দিলে। ভাষা এটাই এই স্বীকৃতি পোৱাৰ পাছত লাভ কি হ’ব বুলি কোনোবাই সুধিলে উত্তৰ সেইটোৱেই হ’ব সার্বজনীন স্বীকৃতি পালে। ইয়াৰ পাছত নেদেখা বহুতেই লাভ হ’ব বুলি উল্লেখ কৰি ড° শৰ্মাই লগতে কয়, ‘অসমীয়া ধ্রুপদী ভাষা হয়েই। তাত প্রশ্ন উত্থাপিত হ’বই নোৱাৰে। মাধৱ কন্দলীৰ ৰামায়ণেই তাৰ প্রমাণ। ভাৰতীয় ভাষা কন্দলীৰ বামায়ণখন আটাইতকৈ পুৰণি। ভাষাটোৰ প্রাচীনতাক লৈ বিভিন্ন সময়ত কোনো কোনোৱে প্রশ্ন উত্থাপন কৰি আহিছে। সেইসকলে এতিয়াবে পৰা এনে প্রশ্ন উত্থাপন কৰিব নোৱাৰে। ধ্রুপদী ভাষাৰ আনুষ্ঠানিক স্বীকৃতিৰে অসমীয়া ভাষা এতিয়া আগবাঢ়ি যাওক।’

#মর্যাদা বৃদ্ধি পালে: ড°শৈলেন ভৰালী

ধ্রুপদী ভাষা হ’বলৈ হ’লে সু- প্রাচীন ইতিহাস থাকিবই লাগিব বুলি অভিমত ব্যক্ত কৰি বিশিষ্ট গবেষক-লেখক ড: শৈলেন ভৰালীয়ে কয়,, ‘অসমীয়া ভাষাৰ সেই ইতিহাস আছে। আমাৰ ভাষাটো যে অতি প্রাচীন সেই কথা বছতেই নাজানে। ভাষাটোৱে মর্যাদা আৰু অধিক বৃদ্ধি পালে। বংগৰ বহুতে অসমীয়া ভাষা বাংলা ভাষাৰ পৰা ৰূপান্তৰ হৈ অহা বুলি ক’ব বিচাৰে বুলি উল্লেখ কৰি শিক্ষাবিদ ড° ভৰালীয়ে লগতে কয়, ‘বংগৰ বহুতে কোৱাৰ দৰে অসমীয়া ভাষা বাংলা ভাষাৰ বহু পাছত সৃষ্টি হোৱা নাই। তেওঁলোকৰ কথা মুঠেও শুদ্ধ নহয়। আজিৰ স্বীকৃতিয়ে তেনেদৰে ক’ব বিচবাসকলকো উত্তৰ দিলে। অলপতে অসমৰে এগৰাকী ৰাজনীতিকে ১৯৫১ৰ আগত অসমত বাংলা ভাষা আছিল বুলিহে কথা। এই ধৰণৰ বিতর্কবোৰৰ এতিয়া আৰু থল নোহোৱা হ’ব। আমাৰ ভাষাটোৰ প্রাচীনতম গৰিমাই আনুষ্ঠানিক ৰূপ পালে। আনন্দিত হৈছো।’

#বিকাশৰ দুৱাৰ খোল খালে: কুল শইকীয়া:

কেন্দ্রীয় কেবিনেটৰ স্বীকৃতিয়ে ঐতিহাসিকভাবে অসমীয়া ভাষাক ৰক্ষা কবচ দিলে বুলি মন্তব্য কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কুল শইকীয়াই কয়, ‘অত্যন্ত আনন্দিত হৈছো। এই স্বীকৃতিৰ ফলত বিশ্ববিদ্যালয়ত আসন হ’ব। আন্তর্জাতিক বঁটা হ’ব। ভাষাটোৰ প্রচাৰ-প্ৰসাৰ আৰু বিকাশৰ নতুন নতুন দুৱাৰ মুকলি হ’ব।’ এই বিষয়ক লৈ যোৱা জুলাইত প্রধানমন্ত্রীলৈ পত্র প্রেৰণ কৰা বুলি জানিবলৈ দি শইকীয়াই পুনৰ কয়, মই অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ সময়ত ২০২১ৰ ১৯ মার্চত অসমীয়া ভাষাই কিয় ধ্রুপদী ভাষাৰ স্বীকৃতি পোৱাৰ যোগ্য, সেই সন্দর্ভত সর্বভাৰতীয় ধ্রুপদী ভাষা সমিতিলৈ বিস্তৃত প্রতিবেদন প্রেৰণ কৰিছিলো। উচ্চ পর্যায়ৰ সমিতিয়ে প্রতিবেদন পৰীক্ষা কৰি চৰকাৰলৈ প্ৰেৰণ কৰিছিল। যোৱা জুলাইতো মই বিষয়টোক লৈ প্রধানমন্ত্রীলৈ পত্র প্রেৰণ কৰিছিলো।’

#কেন্দ্রীয় চৰকাৰক ধন্যবাদ অগপৰ:

অসমীয়া ভাষাক ধ্রুপদীৰ মর্যাদা প্রদানত অনুমোদন জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় কেবিনেটক কৃতজ্ঞতা জনাইছে অসম গণ পৰিষদে। এক বিবৃতিত দলৰ সভাপতি তথা মন্ত্রী অতুল বৰাই কয়, ‘আমাৰ প্রাণৰো প্রাণ অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভ কৰিলে। এই খবৰে প্রতিজন অসমীয়াকে আনন্দিত কৰিছে। অসমীয়া ভাষাক ধ্রুপদী মৰ্যদা প্রদানব ঐতিহাসিক সিদ্ধান্তৰ বাবে প্রধানমন্ত্রী মোদীৰ লগতে কেন্দ্রীয় কেবিনেটক কৃতজ্ঞতা জনাইছো। তদুপৰি অসমৰ দুৰদর্শী মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই অসমীয়া ভাষাৰ উত্তৰণৰ বাবে কৰি অহা কর্মবাজিক কৃতজ্ঞতা জনাইছো।’ অসমীয়া ভাষাক জগতসভালৈ যোৱাৰ ক্ষেত্রত যিসকল মহামনীষীয়ে অহোপুৰুষাৰ্থ কৰিলে তেওঁলোককো প্রণিপাত জনাই বৰাই লগতে কয়, ‘অসমীয়া ভাষাই এই অলংকাৰ পৰিধান কৰাৰ পাছত প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু বাঢ়িল। অধিক দায়বদ্ধ হৈ হিয়াৰ আমঠু ভাষাটোৰ উত্তৰণৰ হকে সকলোৱে কাম কৰি যাব লাগিব।’

#অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয় : অজাপ

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাটো অসমবাসীৰ বাবে এক সুখবৰ বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদে। অসমীয়া ভাষাৰ এই স্বীকৃতিক লৈ আনন্দ প্ৰকাশ কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয়, ‘অসমীয়া ভাষা এটা প্রাচীন ভাষা আৰু সেই অনুসৰি অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা পাব লাগে বুলি দীর্ঘকাল ধৰি অসম সাহিত্য সভাকে ধৰি বৌদ্ধিক শ্রেণীয়ে দাবী কৰি আহিছিল। সেইমর্মে বৃহস্পতিবাৰে কেন্দ্রীয় কেবিনেটে উক্ত দাবী মানি ল’লে।

এয়া জাতিৰ – বাবে এক গৌৰৱৰ বিষয়।’ ইয়াৰ লগে লগে, অসমীয়া ভাষাৰ চৰ্চা আৰু গৱেষণা আদি বিষয় অধিক ত্বৰান্বিত হ’ব বুলি মন্তব্য কৰি পৰিষদৰ নেতাদ্বয়ে লগতে কয়, ‘অসমীয়া ভাষালৈ ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে আমাক গৌৰৱান্বিত কৰিছে। প্ৰতিগৰাকী অসমীয়াই এই স্বীকৃতিত গৌৰৱবোধ কৰিছে। যিসকল ব্যক্তিৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আজি অসমীয়া ভাষালৈ এই স্বীকৃতি আহিল, তেওঁলোকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ ভাষাটোৰ সংৰক্ষণ, সংবর্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আমি অধিক দায়বদ্ধতাৰে আগুৱান হওঁ আহক।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese LanguageCentral Government has recognizedclassical language
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d