Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

11th Special Annual Barpujia Conference Of Assam Sahitya Sabha:অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ দ্বিতীয় দিন

প্রাণ পালে পাঁচোৰজাৰ সমন্বয় ক্ষেত্ৰই

samimsultana by samimsultana
February 1, 2024
in Assam, India, News
Reading Time: 2 mins read
0
11th Special Annual Barpujia Conference Of Assam Sahitya Sabha:অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ দ্বিতীয় দিন
5
SHARES
54
VIEWS
ShareShareShareShare

RelatedPosts

Ambubachi Mela 2nd Day: শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ আজি দ্বিতীয় দিন

Advantage Assam 2nd day:খানাপাৰাত অনুষ্ঠিত এডভান্টেজ আছাম২.০আজি অন্তিম দিন

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

11th Special Annual Barpujia Conference Of Assam Sahitya Sabha:

অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰপূজীয়া অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ পুৱা পতাকা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী শুভৰাম্ভ কৰে সভাপতি ডঃ সূর্যকান্ত হাজৰিকা ৷

ADVERTISEMENT

প্রাণ পালে পাঁচোৰজাৰ সমন্বয় ক্ষেত্ৰই ৷ উদুলি-মুদুলি পাঁচোৰজা সমন্বয় ক্ষেত্রত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰ মাজেৰে অধিৱেশনৰ মূল পতাকাৰ লগতে ১১৭খন পতাকা উত্তোলন কৰে সভাৰ বিষয়ববীয়া সকলে ৷

উল্লেখ্য যে,মৰিগাঁও জিলাৰ বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰত চাৰি দিনীয়াকৈ বর্ণাঢ্য কাৰ্য্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হোৱা অধিবেশনৰ আজি দ্বিতীয়টো দিন ।

আনহাতে আজি বিশিষ্ট সাহিত্যিক বলাইৰাম সেনাপতি সোঁৱৰণী সাহিত্য সম্মিলন, স্মৃতিগ্রন্থ আৰু অন্যান্য গ্রন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হ’ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক- সাংবাদিক কনকসেন ডেকাই উদ্বোধন কৰিবলগীয়া এই সভাত গৱেষক ড°নৰেন কলিতাই স্মৃতিগ্রন্থ উন্মোচন কৰিব।

বিয়লি ভাগত শংকৰদের বঁটাপ্রাপক ইলাৰাম দাস সোঁৱৰণী জাতীয় বৌদ্ধিক সম্মিলন অনুষ্ঠিত হ’ব। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° মৃদুল হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া এই বৌদ্ধিক সম্মিলনত ৰাজ্যৰ বহুকেইগৰাকী চিন্তাবিদ, শিক্ষাবিদ আৰু বুদ্ধিজীৱীয়ে অংশগ্রহণ কৰিব।

\সন্ধিয়া পাঁচ বজাত সাহিত্যিক কিনাৰাম নাথ সোঁৱৰণী প্রতিনিধি সভা আৰু সন্ধিয়া ছয় বজাত মুক্তিযোদ্ধা নন্দীৰাম ডেকা, মোহনসিং ডেকা আৰু লালসিং সোঁৱৰণী মঞ্চত লোক-সংস্কৃতিবিদ ড° নবীন চন্দ্র শর্মা সোঁৱৰণী সাংস্কৃতিক সম্মিলন অনুষ্ঠিত হ’ব।

অসমীয়া থলুৱা গীত-মাত বিষয়ক এই সম্মিলনখন বিশিষ্ট সংগীত শিল্পী ড° ৰাণু বৈশ্যই উদ্বোধন কৰিব। অসমৰ জনপ্রিয় একাংশ শিল্পীৰ সংগীতানুষ্ঠানেৰে নিশা সামৰণি পৰিব বাৰপুজীয়া অধিৱেশনৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী।

তিনি ফেব্ৰুৱাৰীত সামৰণি পৰিবলগীয়া এই একাদশ বিশেষ বার্ষিক অধিবেশনৰ গ্রন্থমেলাৰ বাকৰিতো প্রতিদিনে ভিন ভিন কার্যসূচী ৰূপায়িত অঞ্চল। সাহিত্যসেৱীক আদৰিবলৈ প্রস্তুত হৈ পৰিছে প্রতিঘৰ গৃহস্থী। ইফালে, সাহিত্য সভাৰ এই বিশেষ বার্ষিক অধিবেশনখনক লৈ এতিয়া উদুলি-মুদুলি হৈ পৰিছে সমগ্র বাৰপূজীয়া ৷

উল্লেখ্য যে,সাহিত্যৰর্থীলৈ শ্রদ্ধার্ঘ্য অর্পণেৰে বুধবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিবেশন। নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱর্তী, মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ অঞ্চল বাৰপুজীয়াৰ পাঁচোৰজাৰ সমন্বয় ক্ষেত্ৰত বাৰপুজীয়া শতদল শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত এই অধিবেশনৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত থকা সাহিত্যৰথীগৰাকীৰ প্রতিমূৰ্তিত শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে সূচনা হয়।

পূৱা ন বজাত অনুষ্ঠিত এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড’ সূর্যকান্ত হাজৰিকা, প্রধান সম্পাদক ড’ উপেন্দ্রজিৎ শর্মা আদিকে ধৰি কেন্দ্রীয় আৰু আদৰণি সমিতিৰ বিষয়াবর্গ উপস্থিত থাকে। ইয়াৰ পাছতে পাঁচোৰজাৰ সমন্বয় ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ-সভাপতি মৃণালিনী দেবীয়ে।

উদ্বোধনী ভাষণ প্রসংগত দেবীয়ে নৱপ্ৰজন্মক অসম সাহিত্য সভামুখী হ’বলৈ আহ্বান জনায়। লগতে বর্ষীয়ান লেখিকাগৰাকীয়ে সম্প্রতি অসম সাহিত্য সভাই সম্মুখীন হোৱা সংকটৰ বিষয়েও দোহাৰে। এই অনুষ্ঠানৰ পাছতেই একাদিক্রমে পাঁচোৰজাৰ সোঁৱৰণত বন্তি প্রজ্বলন, শ্রীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যার্পণ আৰু বস্তি প্রজ্বলন কার্যসূচী অনুষ্ঠিত হয়।

বন্তি প্রজ্বলনৰ কাৰ্যসূচীৰ পাছতে নাট্যমঞ্চ উদ্বোধন, গ্রন্থমেলা আৰু প্রদর্শনীৰ তোৰণ উদ্বোধন, মূল মণ্ডপ উদ্বোধন, গ্রন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আৰু বাণিজ্যমেলা উদ্বোধন কৰা হয়। ইয়াৰ লগতে দুপৰীয়াৰ ভাগত মে-ডাম-মে-ফী উদযাপন কৰাৰ লগতে অসম সাহিত্য সভাৰ চতুৰ্থ পূর্ণাংগ কার্যনির্বাহক সভা অনুষ্ঠিত হয়।

মৰিগাঁও জিলাৰ আয়ুক্ত দেবাশীষ শর্মাই উদ্বোধন কৰা এই সভাত আদৰণি ভাষণ ‘প্রদান কৰে আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে। সন্ধিয়া প্রতিনিধি শিৱিৰ মুকলি কৰে বিশিষ্ট লেখক হৰেন গগৈয়ে। ইয়াৰ পাছতেই প্রতিনিধি শিবিৰত নাম পঞ্জীয়ন আৰম্ভ হয়। অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিবেশনত সহস্রাধিক প্রতিনিধিয়ে অংশ লোৱাৰ আশা প্রকাশ কৰা হৈছে। নির্ধাৰিত সময়তকৈ কিছু পলমকৈ আৰম্ভ হয় আজিৰ প্ৰথমটো দিনৰ কাৰ্যসূচী।

মনকৰিবলগীয়া যে,বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক অধিবেশনৰ সন্ধিয়া অনুষ্ঠিত চতুর্থ পূর্ণাংগ কার্যনির্বাহক সভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অধিবেশনত যোগদান কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সাহিত্যিক প্রতিনিধিসকলৰ থকা-শোৱাৰ ব্যৱস্থা আদৰণি সমিতিয়ে সঠিকভাৱে কৰিব নোৱৰাৰ অভিযোগ তুলি কার্যনির্বাহক সমিতিৰ একাংশ সদস্য প্রতিবাদ মুখৰ হৈ পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 11th Special Annual Barpujia Conference2nd DayAssam Sahitya Sabha
samimsultana

samimsultana

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d