Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ranking Badminton Tournament was inaugurated in Dibrugarh:ৰেংকিং বেডামন্টন টুনামেন্টৰ শুভাৰম্ভা অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুর্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ প্রাণকেন্দ্র হিচাপে উজলাই তুলিছে : সর্বানন্দ সোণোৱাল

samimsultana by samimsultana
October 25, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Ranking Badminton Tournament was inaugurated in Dibrugarh:ৰেংকিং বেডামন্টন টুনামেন্টৰ শুভাৰম্ভা অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
4
SHARES
41
VIEWS
ShareShareShareShare

Ranking Badminton Tournament was inaugurated in Dibrugarh:

ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত ২৫ৰ পৰা ৩০ অক্টোবৰলৈ আয়োজিত য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিন্টন টুর্ণামেণ্টৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে। ১৩ বছৰ অনূৰ্ধৰ ল’ৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত হৈ থকা এই প্রতিযোগিতাত সমগ্ৰ ভাৰতৰ বিভিন্ন খেলুৱৈ, বিষয়া আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে।

ADVERTISEMENT

sonowal 3 1প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত এয়া সৰ্বভাৰতীয় ৰেংকিং বেডমিন্টন টুর্ণামেন্ট আয়োজন হোৱাটো অত্যন্ত আশা আৰু আনন্দৰ বতৰা বুলি সোণোৱালে উল্লেখ কৰে। সমগ্ৰ প্রতিযোগিতাৰ সর্বাংগীণ সফলতা আন্তৰিকতাৰে কামনা কৰি তেখেতে উদ্যোক্তাসকলৰ সবল ভূমিকাৰ শলাগ লয় আৰু খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জনায়। এই টুর্ণামেন্টে ৰাজ্যখনত উন্নত মানৰ খেলুৱৈ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে ক্রীড়া আন্তঃগাঁথনিক শক্তিশালী কৰিব বুলিও সোণোৱালে মত পোষণ কৰে।

RelatedPosts

ndia’s first underwater metro rail service is set to be inaugurated in Kolkata by Prime Minister Narendra Modi:পানীৰ তলেৰে চলা মেট্ৰ’ ৰেলসেৱা উদ্বোধন প্ৰধানমন্ত্ৰীৰ

সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ক্রীড়াই মানৱ সমাজক যুগে যুগে একতাৰ ডোলেৰে বান্ধি আহিছে। ক্রীড়াত আছে সেই মহৎ শক্তি, যিয়ে সমন্বয়ৰ উপৰি মানুহৰ শাৰীৰিক-মানসিক উৎকর্ষ সাধনতো সহায় কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত এটা দশকত অসমৰ লগতে সমগ্র দেশৰে ক্ৰীড়া খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুর্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ অন্যতম প্রাণকেন্দ্র হিচাপে উজলাই তুলিছে। ক্রীড়া খণ্ডৰ সর্বাংগীণ উত্তৰণে এখন সুস্থ-সবল ভাৰত গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। বিগত এটা দশকত অসমৰ ক্ৰীড়াৰ পৰিৱেশৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন হৈছে। এইখন অসমতে দীপাংকৰ ভট্টাচাৰ্যৰ দৰে প্ৰখ্যাত খেলুৱৈৰ সৃষ্টি

হৈছিল, যিয়ে দুবাৰকৈ ভাৰতক অলিম্পিকত প্রতিনিধিত্ব কৰিছিল। অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল টার্গেট অলিম্পিক প’ডিয়াম শীর্ষক আঁচনিখনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমি দেশৰ ক্ৰীড়ামন্ত্ৰী হৈ থকাৰ কালছোৱাত গ্ৰহণ কৰা টার্গেট অলিম্পিক প’ডিয়াম শীর্ষক আঁচনিখনে গুণগত প্রশিক্ষণ সামৰি উন্নত মানৰ খেলুৱৈ সৃষ্টিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

sonowal 2 1অসমত অস্মিতা চলিহাৰ দৰে বহু যুৱ বেডমিন্টন খেলুৱৈৰ সৃষ্টি হৈছে, যিয়ে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে সমগ্ৰ দেশৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নত ক্ৰীড়াৰ পৰিৱেশ গঢ় দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি থকা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত য়’নেক্স-ছানৰাইজ অল ইণ্ডিয়া চাব -জুনিয়ৰ ৰেংকিং বেডমিন্টন টুর্ণামেন্টে ক্রীড়াৰ সবলীকৰণৰ এই নিৰন্তৰ যাত্ৰাক এক নতুন গতি দিব বুলি আমি দৃঢ় বিশ্বাসী।

অনুষ্ঠানত উপস্থিত থাকে বিধায়কসকল তেৰছ গোৱালা, চক্ৰধৰ গগৈ, তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DIST SPORTS ASSOCIATIONinauguratedRanking Badminton TournamentUnion Mnister Sarbananda Sonowal
samimsultana

samimsultana

Related Posts

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d