Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ranking Badminton Tournament was inaugurated in Dibrugarh:ৰেংকিং বেডামন্টন টুনামেন্টৰ শুভাৰম্ভা অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুর্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ প্রাণকেন্দ্র হিচাপে উজলাই তুলিছে : সর্বানন্দ সোণোৱাল

samimsultana by samimsultana
October 25, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Ranking Badminton Tournament was inaugurated in Dibrugarh:ৰেংকিং বেডামন্টন টুনামেন্টৰ শুভাৰম্ভা অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

Governor Lakshman Prasad Acharya inaugurated the GI Mahotsav in Guwahati:গুৱাহাটীত জি আই মহোৎসৱ উদ্বোধন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ndia’s first underwater metro rail service is set to be inaugurated in Kolkata by Prime Minister Narendra Modi:পানীৰ তলেৰে চলা মেট্ৰ’ ৰেলসেৱা উদ্বোধন প্ৰধানমন্ত্ৰীৰ

Ranking Badminton Tournament was inaugurated in Dibrugarh:

ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত ২৫ৰ পৰা ৩০ অক্টোবৰলৈ আয়োজিত য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিন্টন টুর্ণামেণ্টৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে। ১৩ বছৰ অনূৰ্ধৰ ল’ৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত হৈ থকা এই প্রতিযোগিতাত সমগ্ৰ ভাৰতৰ বিভিন্ন খেলুৱৈ, বিষয়া আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে।

ADVERTISEMENT

প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত এয়া সৰ্বভাৰতীয় ৰেংকিং বেডমিন্টন টুর্ণামেন্ট আয়োজন হোৱাটো অত্যন্ত আশা আৰু আনন্দৰ বতৰা বুলি সোণোৱালে উল্লেখ কৰে। সমগ্ৰ প্রতিযোগিতাৰ সর্বাংগীণ সফলতা আন্তৰিকতাৰে কামনা কৰি তেখেতে উদ্যোক্তাসকলৰ সবল ভূমিকাৰ শলাগ লয় আৰু খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জনায়। এই টুর্ণামেন্টে ৰাজ্যখনত উন্নত মানৰ খেলুৱৈ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে ক্রীড়া আন্তঃগাঁথনিক শক্তিশালী কৰিব বুলিও সোণোৱালে মত পোষণ কৰে।

সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, “ক্রীড়াই মানৱ সমাজক যুগে যুগে একতাৰ ডোলেৰে বান্ধি আহিছে। ক্রীড়াত আছে সেই মহৎ শক্তি, যিয়ে সমন্বয়ৰ উপৰি মানুহৰ শাৰীৰিক-মানসিক উৎকর্ষ সাধনতো সহায় কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত এটা দশকত অসমৰ লগতে সমগ্র দেশৰে ক্ৰীড়া খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুর্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ অন্যতম প্রাণকেন্দ্র হিচাপে উজলাই তুলিছে। ক্রীড়া খণ্ডৰ সর্বাংগীণ উত্তৰণে এখন সুস্থ-সবল ভাৰত গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। বিগত এটা দশকত অসমৰ ক্ৰীড়াৰ পৰিৱেশৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন হৈছে। এইখন অসমতে দীপাংকৰ ভট্টাচাৰ্যৰ দৰে প্ৰখ্যাত খেলুৱৈৰ সৃষ্টি

হৈছিল, যিয়ে দুবাৰকৈ ভাৰতক অলিম্পিকত প্রতিনিধিত্ব কৰিছিল। অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল টার্গেট অলিম্পিক প’ডিয়াম শীর্ষক আঁচনিখনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আমি দেশৰ ক্ৰীড়ামন্ত্ৰী হৈ থকাৰ কালছোৱাত গ্ৰহণ কৰা টার্গেট অলিম্পিক প’ডিয়াম শীর্ষক আঁচনিখনে গুণগত প্রশিক্ষণ সামৰি উন্নত মানৰ খেলুৱৈ সৃষ্টিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অসমত অস্মিতা চলিহাৰ দৰে বহু যুৱ বেডমিন্টন খেলুৱৈৰ সৃষ্টি হৈছে, যিয়ে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে সমগ্ৰ দেশৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নত ক্ৰীড়াৰ পৰিৱেশ গঢ় দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি থকা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত য়’নেক্স-ছানৰাইজ অল ইণ্ডিয়া চাব -জুনিয়ৰ ৰেংকিং বেডমিন্টন টুর্ণামেন্টে ক্রীড়াৰ সবলীকৰণৰ এই নিৰন্তৰ যাত্ৰাক এক নতুন গতি দিব বুলি আমি দৃঢ় বিশ্বাসী।

অনুষ্ঠানত উপস্থিত থাকে বিধায়কসকল তেৰছ গোৱালা, চক্ৰধৰ গগৈ, তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DIST SPORTS ASSOCIATIONinauguratedRanking Badminton TournamentUnion Mnister Sarbananda Sonowal
samimsultana

samimsultana

Related Posts

আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ
International

October 6, 2026
বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?
News

বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

October 6, 2026
একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে
News

একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

October 6, 2026
আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা
International

আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

October 6, 2026
জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত
India

জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

October 6, 2026
গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ
India

গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

October 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d