Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Apcc condemns: বিজেপিক ভোট নিদিলে মুছলমান ৰাইজৰ অৰুণোদয় কটাৰ ভাবুকি জয়ন্তমল্লৰ, প্ৰদেশ কংগ্ৰেছৰ গৰিহণা

samimsultana by samimsultana
November 11, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Apcc condemns: বিজেপিক ভোট নিদিলে মুছলমান ৰাইজৰ অৰুণোদয় কটাৰ ভাবুকি জয়ন্তমল্লৰ, প্ৰদেশ কংগ্ৰেছৰ গৰিহণা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Election violence in Samaguri: নগাঁৱৰ চামগুৰিত নিৰ্বাচনী হিংসা অব্যাহত

Police Torture In Golokganj: গোলোকগঞ্জত আক্ৰাছুৰ জোঁৰ সমদলকাৰীক ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ দিছপুৰ

Btc Election: ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিত প্ৰাক নিৰ্বাচনী হিংসা

Apcc condemns:

ধলাই সমষ্টিত মন্ত্ৰী জয়ন্তমল্লই ভোট বিচাৰি মুকলিভাৱে সাধাৰণ ৰাইজক ভয়-ভাবুকি প্ৰদান কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ভোট নিদিলে ৰেচন কাৰ্ড কটা যাব আৰু অৰুণোদয় নাপাব বুলি মন্ত্ৰীজনে ৰাজহুৱাকৈ ঘোষণা কৰা কাৰ্যক অশোভনীয় আখ্যা দিছে কংগ্ৰেছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয়, ‘মন্ত্ৰী জয়ন্তমল্লই সীমা চেৰাই গৈ এইবুলিও কৈছে যে বিজেপিয়ে যদি অধিক ভোট লাভ নকৰে তেতিয়াহ’লে অৰুণোদয়ৰ নামত অহা ফাইলত অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ চহী নকৰে।

ADVERTISEMENT

জামালপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি জয়ন্তমল্লই কয় যে যোৱা লোকসভা নিৰ্বাচনত এই এলেকাৰ পৰা ২৭৫৮টা ভোট লাভ কৰিছিল। এইবাৰ যদি ভোটৰ সংখ্যা বৃদ্ধি নাপায় তেতিয়াহ’লে অৰুণোদয় কৰ্তন কৰিব চৰকাৰে। অভিভাৱক মন্ত্ৰী হিচাপে তেওঁ কোনো ফাইলতে চহী নকৰে বুলি ৰাইজক ব্লেকমেইলিং কৰা আৰম্ভ কৰিছে মন্ত্ৰীজনে। এয়া দেখদেখকৈ বিজেপিৰ ব্লেকমেইলিঙৰ ৰাজনীতি। ইয়াৰ পূৰ্বেও ধলাই সমষ্টিত মন্ত্ৰীজনে সংখ্যালঘু ৰাইজক কাম-বন পাবলৈ হ’লে বিজেপিক ভোট দিবলৈ দাবী জনাইছিল বুলি উল্লেখ কৰি সকলোৰে প্ৰতি সমভাৱ দেখুওৱাৰ সাংবিধানিক শপত লোৱা মন্ত্ৰীজনৰ এনে বৈষম্যমূলক আচৰণ গণতন্ত্ৰৰ বাবে বিপদজনক বুলি মন্তব্য কৰে বৰাই।

সাধাৰণ ৰাইজক ভোট বিচৰাৰ নামত ব্লেকমেইলিং কৰাতো নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্থী বুলি উল্লেখ কৰি বিষয়টো নিৰ্বাচন আয়োগৰো দৃষ্টিগোচৰ কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ গৰাকীয়ে। বৰাই কয় যে, ধলাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থীজনৰ শোচনীয় পৰাজয় নিশ্চিত হোৱাৰ পিছতে গাদী ৰক্ষাৰ স্বাৰ্থত জয়ন্তমল্ল বৰুৱাই নিজৰ সাংবিধানিক মৰ্যাদাৰ কথা পাহৰি পেলাইছে। অসাংবিধানিক কাম-কাজত জড়িত মন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো বৰাই আয়োগক আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc CondemnsAssam By Electionelection violenceJayanta Malla Baruah
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d