Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Unplanned flyover has brought destruction to businessmen in zooroad:বন্ধ হৈছে এখনৰ পাছত সৰু-বৰ দোকান আনখন

পৰিকল্পনাহীন উৰণ সেতুৱে ধ্বংস মাতিছে জুৰোডৰ ব্যৱসায়ীলৈ, ব্যৱসায় নাই, জীৱিকাৰ একমাত্ৰ সাৰথি দোকান বন্ধত হাহাকাৰ বহু পৰিয়ালৰ চৰকাৰক ১০ দিনৰ সময়সীমা বান্ধি দিলে সন্থাই

publisher by publisher
November 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Unplanned flyover has brought destruction to businessmen in zooroad:বন্ধ হৈছে এখনৰ পাছত সৰু-বৰ দোকান আনখন
1
SHARES
7
VIEWS
ShareShareShareShare

Unplanned flyover has brought destruction to businessmen in zooroad:

চৰকাৰৰ পৰিকল্পনাহীন এখন উৰণীয়া সেতুৱে বহু পৰিয়াললৈ অমানিশা কঢ়িয়াই আনিছে। মহানগৰীৰ জু ৰোড-গীতানগৰ সংযোগী উৰণীয়া সেতুখনৰ ফলত উক্ত পথত বছৰ বছৰ ধৰি সৰু সৰু দোকান দি পৰিয়াল পোহপাল দি অহা ব্যৱসায়ী সকলৰ ব্যৱসায় একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।

ADVERTISEMENT

‘শ্রদ্ধাঞ্জলি’ নামৰ সেতুখন নিৰ্মাণৰ পাছতে উক্ত অঞ্চলৰ গৰিষ্ঠসংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানত অস্বাভাৱিক হাৰত গ্ৰাহকৰ সংখ্যা হ্রাস পোৱাৰ ফলত বহুতে ব্যৱসায় এৰি জীৱিকাৰ আন পথৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। কোনোধৰণৰ পৰিকল্পনা নকৰাকৈ উৰণীয়া সেতুখন নিৰ্মাণ কৰা বুলি স্থানীয় ব্যৱসায়ীসকলে ক্ষোভ প্রকাশ কৰি সেতুখনৰ ফলত উপাৰ্জন বন্ধ হৈ পৰা প্ৰায় ৩০ খন দোকান সম্প্রতি বন্ধ হৈ পৰিছে বুলি সদৰী কৰিছে।

RelatedPosts

Guwahati damage Road:বিধ্বস্ত ৰাস্তাই বিপদ মাতিছে গুৱাহাটীলৈ

Artificial Flood In Guwahati: উপর্যুপৰি কৃত্ৰিম বানত কাহিল গুৱাহাটীবাসীৰ , পৰামৰ্শতে দায়িত্ব শেষ মন্ত্ৰীৰ

‘Mission Flood Free Guwahati’ turned into a flop:প্ৰহসনত পৰিণত ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’

এই গুৰুতৰ বিষয়টোক লৈ যোৱা ১৬ নৱেম্বৰত জু ৰোড তিনিআলিত ব্যৱসায়ীসকলৰ মাজত এখন সভাও অনুষ্ঠিত হয়। জু-নাৰেংগী তিনিআলীৰ ব্যৱসায়ী সন্থা, স্থানীয় উন্নয়ন সমিতি, সদৌ গুৱাহাটী ব্যৱসায়ী সন্থা আদিয়ে অংশগ্ৰহণ কৰা বৈঠকখনত বৃহত্তৰ অঞ্চলটো ব্যৱসায়ৰ উপযোগী কৰি তুলিবলৈ চৰকাৰ তথা প্ৰশাসনক ১০ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে।

fly over 1বিশেষকৈ পথৰ কাষে কাষে আৰু উৰণীয়া সেতুখনৰ তলত গ্ৰাহকৰ বাবে পার্কিঙৰ সুব্যৱস্থা নথকাৰ বাবেই গেলামালৰ পৰা আৰম্ভ কৰি পাণ দোকান, ফলমূলৰ দোকানখনলৈ সকলোৰে ব্যৱসায় বন্ধ হৈ পৰিছে বুলি সংগঠনসমূহে সদৰী কৰিছে। এই সন্দৰ্ভত ব্যৱসায়ীসকলে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াক সাক্ষাৎ কৰি তেওঁলোকৰ ব্যৱসায়সমূহ পুনৰুজ্জীৱিত কৰিবলৈ কে’তবোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহ’ল বুলি তেওঁলোকে ক্ষোভ উজাৰে।

উল্লেখ্য যে ক’ভিডৰ সময়ছোৱাত ব্যৱসায়িক ক্ষেত্ৰখন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল। লাহেকৈ পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লওঁতেই জু-নাৰেংগী পথৰ উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায় পুনৰ বন্ধ হৈ পৰে। সেতুখন হৈ উঠাৰ পাছত পুনৰ ভাল দিন ঘূৰি আহিব বুলি ব্যৱসায়ীসকলে ধৈৰ্যৰে দিন অতিবাহিত কৰি শেষত পুনৰ ব্যৱসায় আৰম্ভ কৰিলে যদিও সু-পৰিকল্পিতভাবে সেতুখন নির্মাণ নোহোৱাৰ ফলত তেওঁলোকৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

সম্প্ৰতি অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানে কৰ্মচাৰীৰ সংখ্যা হ্রাস কৰিবলৈ বাধ্য হৈ পৰাৰ লগতে বহুজনে ব্যৱসায় বন্ধ কৰিছে। এই সন্দৰ্ভত জু-নাৰেংগী তিনিআলিৰ ব্যৱসায়ী সন্থাৰ সভাপতি দ্বিজেন ভট্টাচার্যই ‘দৈনিক অগদূত’ৰ আগত কয় যে এই সেতুখন বহুজনৰ কাৰণে অভিশাপ হৈ পৰিছে। বিশেষকৈ যানবাহনৰ পার্কিঙৰ সুব্যৱস্থা নথকা আৰু আৰক্ষীৰ অত্যাচৰৰ বাবে সম্প্রতি দোকানসমূহলৈ গ্রাহক আহিবলৈ এৰি দিছে।

তেওঁ কয়, ‘এখন পাণ খাবলৈ আহিলে যদি পার্কিঙৰ নামত ২০ টকা দিবলগীয়া হয়, ক্ষন্তেক বাহনখন পথৰ কাষত শৃংখলিতভাৱে ৰাখিলে যদি আৰক্ষীক দুহেজাৰ টকা জৰিমনা দিবলগীয়া হয়, দোকানলৈ কোন আহিব? এই দোকানসমূহৰ জৰিয়তে যে বহু পৰিয়াল চলি আছে, কাৰোৱেই সেই চিন্তা নাই। চৰকাৰক কেৱল টকা লাগে।’ তদুপৰি, অ’ত-ত’ত উৰণীয়া সেতু নির্মাণত ব্যৱহৃত সামগ্ৰী পেলাই ৰাখি এক বিশৃংখল পৰিৱেশ কৰি ৰাখিছে বুলি মন্তব্য কৰি তেওঁ উৰণীয়া সেতুৰ তলত থকা পার্কিং স্থানসমূহো কেতবোৰ অনুষ্ঠান-প্রতিষ্ঠানে দখল কৰি ৰাখিছে বুলি অভিযোগ তোলে।

তেওঁ কয়, ‘উৰণীয়া সেতুখনৰ তলত পার্কিঙৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া সাধাৰণ জনতাই ব্যৱহাৰ কৰিব নোৱাৰে। একাংশ অনুষ্ঠান-প্রতিষ্ঠানে সেতুখনৰ তলত থকা পার্কিং স্থানসমূহ দখল কৰি ৰাখিছে। পৌৰ নিগমক টকা লাগে কেৱল, বাকী কথা ভাবিবলৈ সময় নাই। আজি যদি সেই পার্কিং স্থানসমূহ সাধাৰণ জনতাই ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন, অন্ততঃ স্থানীয় ব্যৱসায়ীসকলে কিছু হ’লেও সকাহ পালেহেঁতেন।

লগতে সেতুখনৰ তলত যি এটা-দুটা স্থান খালী আছে, তাকো লীজত দিয়া হৈছে। আনহাতে, সেতুখনৰ তলৰে যোৱা পথছোৱা যথেষ্ট বহল যদিও পথৰ কাষে কাষে থকা দোকানসমূহলৈ অহা গ্রাহকে বাহন ৰখাব নোৱাৰে। ৰখালেই মুহূৰ্ততে দুহেজাৰ টকাৰ জৰিমনাৰ বাৰ্তা আহে ম’বাইললৈ । ফলত ব্যৱসায় প্রায় স্তব্ধ। ইতিমধ্যে বহু পুৰণি প্রায় ৩০খন দোকান গৰাকীয়ে বন্ধ কৰি গুচি গৈছে।’ এই সন্দৰ্ভত ব্যৱসায়ীসকলে যোৱা ১৬ নৱেম্বৰত এক বৈঠকত মিলত হয় বুলি তেওঁ মন্তব্য কৰি সংশ্লিষ্ট স্থানৰ পৰা পার্কিং মাচুল তোলা বন্ধ কৰা, আৰক্ষীৰ অত্যাচাৰ বন্ধ কৰা, পার্কিং স্থানসমূহ সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰি জিলা প্ৰশাসন আৰু পৌৰ নিগমক ১০ দিনৰ সময়সীমা বান্ধি দিছে বুলি জনায়।

এই নির্দিষ্ট দিনৰ ভিতৰত যদি কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নহয়, ব্যৱসায়ীসকল ৰাজপথলৈ ওলাব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে উৰণীয়া সেতুখন নির্মাণ হোৱাৰ পাছতে ব্যৱসায় বেয়া হোৱাত সংশ্লিষ্ট স্থানত থকা ‘ভি-মার্ট’ নামৰ শ্বপিং মলখন সম্পূর্ণৰূপে বন্ধ হৈ পৰে। তদুপৰি গ্ৰাহকৰ অভাৱত কে’বাখনো শ্বপিং মল বন্ধ হৈ যোৱাৰ দিশলৈ গতি কৰিছে বুলি স্থানীয় ব্যৱসায়ীসকলে অভিযোগ কৰিছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: brought destruction to businessmenbusinessman ProtestGMCUnplanned Zoo Road flyover
publisher

publisher

Related Posts

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন
News

May 10, 2025
BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ
India

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

May 10, 2025
যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!
India

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

May 10, 2025
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d