Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

25,000 for father-son post-mortem in Bishwanath:পিতা-পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ বাবদ বিশ্বনাথৰ কোনে ল’লে ২৫ হেজাৰ

দুৰ্ভগীয়া মৃতকৰ আত্মীয়ৰ অভিযোগ : তীব্র প্ৰতিক্ৰিয়াৰ পাছত তদন্ত ঘোষণা প্রশাসনৰ

publisher by publisher
November 20, 2024
in News, Assam, India
Reading Time: 2 mins read
0
25,000 for father-son post-mortem in Bishwanath:পিতা-পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ বাবদ বিশ্বনাথৰ কোনে ল’লে ২৫ হেজাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

25,000 for father-son post-mortem in Bishwanath:

মৰণোত্তৰ পৰীক্ষাৰ বাবদ মৃতকৰ পৰিয়ালৰ পৰা স্বাস্থ্য বিভাগৰ বিষয়া-কর্মচৰীয়ে ২৫ হেজাৰ টকা সৰকোৱাৰ এক অভিযোগে জোঁকাৰিছে বিশ্বনাথ জিলাক। ইতিমধ্যে মৃতকৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনে ঘটনাৰ তদন্ত নির্দেশ জাৰি কৰিছে।

উল্লেখ্য যে যোৱা সাত নৱেম্বৰত গহপুৰত মৃগাংক শইকীয়া নামৰ এজন লোকে নিজৰে সাত বছৰীয়া পুত্ৰক হত্যা কৰি পাছত চিপজৰী লৈ আত্মহত্যা কৰে। পৰৱৰ্তী সময়ত পিতা-পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ নামত মৃতকৰ আত্মীয়ই দুখন এম্বুলেন্সক ১৪ হেজাৰ টকা, মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসক আৰু ছুইপাৰক ১১ হেজাৰ টকাসহ সৰ্বমুঠ ২৫ হেজাৰ টকা আদায় দিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ADVERTISEMENT

অভিযোগ অনুসৰি এই ধন বিহালী খণ্ড প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক আৰু ছুইপাৰে সৰকায়। এই অভিযোগ কৰি মৃত মৃগাংক শইকীয়াৰ পিতৃ চিদানন্দ শইকীয়া প্ৰশাসনৰ দ্বাৰস্থ হৈছে। তেওঁৰ এই অভিযোগৰ ভিত্তিত বিশ্বনাথৰ জিলা আযুক্ত মুনীন্দ্র নাথ ভাটেই এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। জিলা আয়ুক্তই সাত দিনৰ ভিতৰত তদন্ত প্রতিবেদন দাখিল কৰিবলৈ দণ্ডাধীশলৈ নিৰ্দেশ জাৰি কৰিছে। বিশ্বনাথ আৰক্ষীয়েও ঘটনাৰ সুকীয়া তদন্ত ঘোষণা কৰিছে।

RelatedPosts

Narikali Murder Incident Update: নাৰিকলিৰ তিনিজনীয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য !

Horrific murder in Sipajhar :ছিপাঝাৰৰ নাৰিকলিত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত

Hengerabai Anushka Death Incident:সন্দেহৰ আবৰ্ত্তত হেঙেৰাবাৰীৰ অনুষ্কা শহকীয়াৰ মৃত্যুৰ ঘটনা !

এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক এই তদন্তৰ দায়িত্ব দিয়া হৈছে। তদুপৰি চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাত স্বাস্থ্য বিভাগেও ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি বিশ্বনাথ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন্দ্র চন্দ্র বেই জানিবলৈ দিছে।

আনহাতে, মৃতকৰ আত্মীয়ৰ পৰা ধন লোৱাৰ অভিযোগত অভিযুক্ত হোৱা ছুইপাৰ দীপক তাঁতীয়ে মাত্র তিনি হেজাৰ টকা লোৱা বুলিহে সাংবাদিকৰ আগত প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 000 demand25Biswanath Incidentfather-son post-mortemPolice Inquiry
publisher

publisher

Related Posts

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ
News

ECI suspends ACS officer:সদ্য সমাপ্ত নিৰ্বাচনত VVTত অভাৰলেপিং কৰাৰ অভিযোগত নিলম্বন এচিএছ বিষয়া মনোৰঞ্জন পায়েঙ

April 30, 2026
এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!
News

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d