Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

There are many companies that have occupied parking spaces in Zoo Road Flyover:জুৰোডত পার্কিং স্থান দখল কৰি লৈছে একাংশ কোম্পানী-প্রতিষ্ঠানে

সৰব স্থানীয় ব্যৱসায়ী, প্রতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ, পাৰ্কিঙৰ ব্যৱস্থা নথকাত অস্বাভাৱিক হাৰত হ্রাস পাইছে ব্যৱসায়

publisher by publisher
November 25, 2024
in India, Assam, News
Reading Time: 2 mins read
0
There are many companies that have occupied parking spaces in Zoo Road Flyover:জুৰোডত পার্কিং স্থান দখল কৰি লৈছে একাংশ কোম্পানী-প্রতিষ্ঠানে
1
SHARES
8
VIEWS
ShareShareShareShare

There are many companies that have occupied parking spaces in Zoo Road Flyover:

পৰিকল্পনাহীনভাবে নিৰ্মাণ কৰা মহানগৰীৰ ‘শ্রদ্ধাঞ্জলি’ উৰণীয়া সেতুখনে স্থানীয় ব্যৱসায়ীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোত দীর্ঘদিন ধৰি ব্যৱসায় কৰি পৰিয়াল পোহপাল দি অহা সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত সেতুখন নির্মাণ হোৱাৰ পাছতে গ্ৰাহকৰ সংখ্যা অস্বাভাৱিক হাৰত হ্রাস পোৱাত ৩০ খনৰো অধিক প্রতিষ্ঠান ইতিমধ্যে বন্ধ হৈ পৰিছে। এই সন্দৰ্ভত জুৰোড তিলিআলি আৰু নাংৰেগী সংযোগী পথৰ ব্যৱসায়ী সন্থাই তেওঁলোকৰ ব্যৱসায় ৰক্ষাৰ স্বাৰ্থত জিলা প্রশাসন তথা পৌৰ নিগমত সময়ে সময়ে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্রত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

ADVERTISEMENT

তাৰ মাজতে পোহৰলৈ আহিছে যে উৰণীয়া সেতুখনৰ তলত পৌৰ নিগমে স্থাপন কৰা একাংশ পার্কি স্থান স্থানীয় একাংশ কোম্পানী, কার্যালয় তথা প্রতিষ্ঠানে দখল কৰি ৰাখিছে। ফলত ব্যৱসায়িক প্রতিষ্ঠানসমূহলৈ যদি কোনো গ্রাহক আহে পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে সেই স্থান ত্যাগ কৰে বুলি ব্যৱসায়ীসকলে অভিযোগ তুলিছে। উল্লেখ্য যে সেতুখন নির্মাণ হোৱাৰ পাছতে পার্কিঙৰ সুব্যৱস্থা নথকাত পথৰ কাষে কাষে থকা সৰু-বৰ দোকানসমূহত গ্ৰাহকৰ সংখ্যা দ্রুতহাৰত হ্রাস পাইছে।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

zoo roadসেতুখনৰ তলৰ পার্কিং স্থানসমূহ পুৱাৰে পৰা নিশালৈকে সংশ্লিষ্ট স্থানত থকা কোম্পানী -কার্যালয়সমূহৰ বাহনে ঠাহ খাই থকা বাবে গ্রাহকে বাহন ৰখাবলৈ স্থান বিচাৰি নাপাই পথৰ কাষত বাহনসমূহ ৰাখিলে আৰক্ষীয়ে জৰিমনা বিহাৰ বাবেই সম্প্ৰতি অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহলৈ গ্রাহক নাহে বুলি ব্যৱসায়ীসকলে অভিযোগ কৰিছে।

উল্লেখ্য যে ‘শ্রদ্ধাঞ্জলি’ উৰণীয়া সেতুৰ তলৰ বহু কেইটা পাৰ্কিঙৰ স্থান কে’বাটাও কোম্পানী -প্ৰতিষ্ঠানৰ বাহন ৰখাৰ সংৰক্ষিত স্থানলৈ পর্যবসিত হৈছে। একেদৰে কে’বাটাও পার্কিং স্থান অট’ আস্থানক গতাই দিয়া হৈছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে সেতুখনৰ আৰম্ভণিতে এক বৃহৎ পার্কিঙৰ স্থান ‘নীপকো’ নামৰ কোম্পানীটোৰ বাবে সংৰক্ষিত কৰা হৈছে। একেদৰে ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা পার্কিং স্থান ‘এ ভি এ ডায়গ’নষ্টিক’ নামৰ প্ৰতিষ্ঠানৰ বাবে সংৰক্ষিত কৰা হৈছে। একেদৰে সংশ্লিষ্ট পথছোৱাত থকা ‘অমিত চিমেণ্ট’কে ধৰি বহুকেইটা ব্যক্তিগত কোম্পানী তথা প্ৰতিষ্ঠানৰ বাহনসমূহে সেতুৰ তলৰ বৃহৎ সংখ্যক পার্কিং স্থান পুৱাৰে পৰা নিশা পর্যন্ত দখল কৰি ৰাখে বুলি ব্যৱসায়ীসকলে অভিযোগ কৰে।

➡️ ব্যৱসায়ীসকলৰ বাবে অভিশাপ হৈ পৰিছে সেতুখন: কৰ সংগ্রহত নে সমস্যা সমাধানত গুৰুত্ব দিয়ে সংশ্লিষ্ট বিভাগে

ইফালে, এই সেতুখন স্থানীয় ব্যৱসায়ীসকলৰ বাবে যেন অভিশাপ হৈ পৰিছে। বিশেষকৈ পার্কিঙৰ সু-ব্যৱস্থা নথকা আৰু আৰক্ষীৰ অত্যাচাৰৰ বাবে সম্প্রতি দোকানসমূহলৈ গ্রাহক আহিবলৈ এৰি দিছে বুলি ব্যৱসায়ীসকলে উল্লেখ কৰি এজন গ্রাহকে যদি পাণ এখন খাবলৈ আহি ক্ষন্তেক বাহন ৰাখিলেই (তাকো পার্কিং খালী থাকিলেহে) ২০ টকা পাৰ্কিঙৰ নামত, যদি পথৰ কাষত ক্ষন্তেক ৰাখিলে দুহেজাৰ টকা জৰিমনা দিবলগীয়া হয়, দোকানলৈ কোন আহিব বুলি প্রশ্ন কৰে।

উল্লেখ্য যে এই গুৰুতৰ বিষয়টোক লৈ যোৱা ১৬ নৱেম্বৰত জুৰোড তিনিআলিত ব্যৱসায়ীসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। জু-নাৰেংগী তিনিআলিৰ ব্যৱসায়ী সন্থা, স্থানীয় উন্নয়ন সমিতি, সদৌ গুৱাহাটী ব্যৱসায়ী সন্থা আদিয়ে অংশগ্ৰহণ কৰা বৈঠকখনত বৃহত্তৰ অঞ্চলটো ব্যৱসায়ৰ উপযোগী কৰি তুলিবলৈ চৰকাৰ তথা প্ৰশাসনক ১০ দিনৰ সময়সীমা বান্ধি দিছিল। বিশেষকৈ পথৰ কাষে কাষে আৰু উৰণীয়া সেতুখনৰ তলত গ্ৰাহকৰ বাবে পাৰ্কিঙৰ সু- ব্যৱস্থা নথকাৰ বাবেই গেলামালৰ পৰা আৰম্ভ কৰি পাণ দোকান, ফলমূলৰ দোকানখনলৈ সকলোৰে ব্যৱসায় বন্ধ হৈ পৰিছে বুলি সংগঠনসমূহৰ নেতৃত্বই উল্লেখ কৰি এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰকো সাক্ষাৎ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল।

কিয়নো এই দোকানসমূহৰ জৰিয়তে দীর্ঘদিন ধৰি পৰিয়াল পোহপাল দি আহিছে ব্যৱসায়ীসকলে। বিশেষকৈ উৰণীয়া সেতুখনৰ তলত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া সাধাৰণ জনতাই ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ ব্যৱসায় অধিক ক্ষতি হোৱা বুলি দাবী কৰিছে ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলে কয় যে চৰকাৰ, পৌৰ নিগমে কেৱল ৰাজহ বৃদ্ধিৰ কথা ভাবিছে; কিন্তু ব্যৱসায়ীসকলৰ কথা এবাৰো চিন্তা কৰিবলৈ আহৰি নাই।

এফালে, পার্কিং স্থানসমূহ ব্যক্তিগত কোম্পানী-প্রতিষ্ঠানক গতাই দিছে আৰু আনফালে, সাধাৰণ জনতাৰ পৰা বিভিন্ন অজুহাতত আৰক্ষীৰ দ্বাৰা জৰিমনা বিহা হৈছে। যদি পার্কিং স্থান নাথাকে, কোনো এখন দোকানলৈ অহা গ্রাহকে বাহন ক’ত ৰাখিব? পথৰ কাষত যদি ক্ষন্তেক ৰাখি বজাৰ কৰিবলৈ যায়, লগে লগে দুহেজাৰ টকাৰ জৰিমনা আহে। এইবোৰ কাৰণে আজি গ্রাহক আহিবলৈ এৰি দিছে বুলি ব্যৱসায়ীসকলে সদৰী কৰি শীঘ্ৰে এই সমস্যা সমাধান নহ’লে তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Against Local Shop OwnersGuwahatimany companies that have occupied parking spacesShraddhanjali FlyOVERZoo Road
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d