Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Indo – Bangla Border:ভাৰত বিদ্বেষী স্থিতি লৈ বিপদত বাংলাদেশ !

ভাৰতৰ কোনো সামগ্ৰী নাযায় দেশখনলৈ, ভাৰতেও ক্ৰয় নকৰে চুবুৰীয়াৰ সামগ্ৰী

publisher by publisher
December 2, 2024
in Uncategorized
Reading Time: 2 mins read
0
Indo – Bangla Border:ভাৰত বিদ্বেষী স্থিতি লৈ বিপদত বাংলাদেশ !
2
SHARES
17
VIEWS
ShareShareShareShare

ভাৰতৰ সহযোগত স্বাধীনতা লাভ কৰা বাংলাদেশত শেহতীয়াকৈ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ সহযোগত মৌলবাদী সংগঠন সমূহে সংখ্যালঘু হিন্দুৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ সমান্তৰালভাৱে ভাৰত বিদ্বেষী মনোভাৱ পোষণ কৰাৰ বিৰুদ্ধে এইবাৰ কঠোৰ ইংগিত দিলে ভাৰতে ৷

ADVERTISEMENT

ইতিমধ্যে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰ ওচৰত নিজৰ ক্ষোভ ব্যক্ত কৰিছে ৷ এনেবোৰ ঘটনাক্ৰমৰ মাজতে আজি বাংলাদেশৰ সৈতে সকলো ধৰণৰ ৰপ্তানি আৰু আমদানি সেৱা বন্ধ কৰিলে শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ ) জিলাৰ ৰপ্তানি আৰু আমদানি ব্যৱসায়ী সন্থাই।

RelatedPosts

BSF Firing in Indo-Bangla Border:মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীলৈ বিএছএফৰৰ গুলীচালনা

Golokganj:অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

Indo-Bangla Border Police- Intelligence activities:অসমৰ সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী-আৰক্ষী-চোৰাংচোৱাৰ ব্যাপক তৎপৰতা

indo 2সংখ্যালঘু হিন্দুৰ ওপৰত অব্যাহত থকা নিৰ্যাতনৰ বিৰুদ্ধে চুবুৰীয়া দেশখনৰ সীমামুৰীয়া ভাৰতীয় জিলা খনৰ চাৰিটাকৈ ব্যৱসায়ীক সন্থাই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিদিষ্ট কাললৈ দেশখনলৈ আমদানি আৰু ৰপ্তানি বন্ধ ঘোষণা কৰে ৷ যাৰবাবে সদাব্যস্ত হৈ থকা সূতাৰকান্দি ট্ৰেড চেণ্টাৰত সোমবাৰে বিৰাজ কৰিছে নিমাওমাও পৰিবেশ ৷

উল্লেখ্য যে, প্ৰতিবেশী দেশখনৰ ইস্কনৰ প্ৰাক্তন কৰ্মকৰ্তা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী সহ আন দুজন পুৰোহিতক দেশদ্ৰোহৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি আজি পৰ্যন্ত জামিনৰ পৰা বঞ্চিত কৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰি শ্ৰীভূমি সংশ্লিষ্ট ব্যৱসায়ীক সন্থা কেইটাই ৷

স্মতৰ্ৱ্য যে ,বাংলা-ভাৰতৰ সীমান্তৰ শ্ৰীভূমি জিলাৰ সীমান্ততে আছে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ ৷ আছে এটা নদী বন্দৰ ৷ সূতাৰকান্দি বাণিজ্যিক কেন্দ্ৰৰেদি দেশখনলৈ আমদানি- ৰপ্তানি চূনশিল ,চাউল,ৰে’লৱে শ্লীপাৰ সহ কেতবোৰ সামগ্ৰী।

উল্লেখ্য যে,ক্ষুদ্ৰ দেশখন ভাৰতৰ বিহাৰতকৈ সৰু ৷ খাদ্য সামগ্ৰী,খাৰুৱা ,গৃহ নিৰ্মাণ সামগ্ৰী সহ দৈনিক ব্যৱহাৰ্য্য প্ৰায়বোৰ সামগ্ৰী ভাৰতৰ পৰা যোৱা ৷ তদুপৰি প্ৰতিৰক্ষা সামগ্ৰী ,বিদ্যুতৰ ফালৰ পৰাও ভাৰতৰ ওপৰত নিৰ্ভৰশীল ৷ একেদৰে বহু কোটি ডলাৰ ভাৰত চৰকাৰৰ পৰা সুদবিহীনভাৱে লাভ কৰি আহিছে বাংলাদেশে ৷ আনহাতে ভাৰত দেশখনৰ জিনছ উদ্যোগৰ অন্যতম ক্ৰেতা ৷

indo 3কিন্তু তাৰ পাছতো বাংলাদশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে গ্ৰহণ কৰা ভাৰত বিদ্বেষীস্থিতি লৈ অহাৰ বাবেই ভাৰতৰ ভিন্ন প্ৰান্তত বাংলাদেশৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৷ তাৰ সমান্তৰালভাৱে প্ৰথম পদক্ষেপ হিচাপে শ্ৰী ভূমিৰ আন্তৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে আমদানি -ৰপ্তানি বন্ধ কৰাৰ যি সিদ্ধান্ত শ্ৰী ভূমিৰ দুটাকৈ সীমান্ত ব্যৱসায়ীয়ে গোষ্ঠীয়ে লৈছে তাৰ বিৰূপ প্ৰভাৱ পৰিব দেশখনত ৷ এনেক্ষেত্ৰত ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে কি পদক্ষেপ ল’য়ে সেইয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indo-Bangla BorderSutarkandiবাংলাদেশভাৰত বিদ্বেষীমহম্মদ ইউনুছশ্ৰীভূমি
publisher

publisher

Related Posts

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d