Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

If India stops rice, porridge and water, what will Bangladesh eat?:ভাৰতে যদি চাউল, দাইল, পানী বন্ধ কৰি দিয়ে, তেতিয়া কি খাব বাংলাদেশে: ইউনুছক প্রশ্ন তছলিমাৰ

publisher by publisher
November 29, 2024
in International, News
Reading Time: 2 mins read
0
If India stops rice, porridge and water, what will Bangladesh eat?:ভাৰতে যদি চাউল, দাইল, পানী বন্ধ কৰি দিয়ে, তেতিয়া কি খাব বাংলাদেশে: ইউনুছক প্রশ্ন তছলিমাৰ
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

If India stops rice, porridge and water, what will Bangladesh eat?:

শেখ হাছিনা চৰকাৰৰ পতনৰ পাছত অন্তৱর্তী চৰকাৰৰ শাসনত সংখ্যালঘু নির্যাতনৰ ব্যাপক অভিযোগ উঠিছে বাংলাদেশত। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ প্ৰশ্নৰ সম্মুখীন হৈছে মহম্মদ ইউনুছ চৰকাৰ। কিন্তু ইয়াৰ পাছতো বাংলাদেশত হ্রাস পোৱা নাই সংখ্যালঘুক আক্রমণ আৰু নির্যাতনৰ ঘটনা।

ADVERTISEMENT

শেহতীয়াভাৱে ইস্কনৰ বাংলাদেশৰ মুৰব্বী চিন্ময় কৃষ্ণ দাস ব্রহ্মচাৰীক গ্রেপ্তাৰ কৰাক লৈ বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ব্রহ্মচাৰীৰ গ্রেপ্তাৰৰ ঘটনাক তীব্র নিন্দা কৰি সামাজিক মাধ্যমৰ জৰিয়তে ইউনুছ চৰকাৰক তীব্র কটাক্ষ কৰিলে
স্বনির্বাসিত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে।

ফে’চবুকত ভাৰতৰ পৰা বাংলাদেশে কৰি অহা ৰপ্তানিৰ প্ৰসংগ উল্লেখৰে তছলিমাই এইদৰে লিখিলে, ‘ইউনুছ আৰু তেওঁৰ সন্ত্রাসবাদী বন্ধুসকল প্রচণ্ড ভাৰত বিদ্বেষী। ভাৰতে যদি চাউল, দাইল, পিঁয়াজ, নহৰু, আলু, পটল, নিমখ, চেনি, গৰু-ছাগলী প্রেৰণ বন্ধ কৰি দিয়ে, তেন্তে বাংলাদেশৰ মানুহে কি খাই জীয়াই থাকিব সেয়া এবাৰ চাব বিচাৰো। যদি পানী বন্ধ কৰি দিয়ে, বিদ্যুৎ বন্ধ কৰি দিয়ে?’ তছলিমাই লগতে প্রশ্ন কৰে যে সন্ত্রাসক পৃষ্ঠপোষকতাৰ কাৰণত যদি পাশ্চাত্যৰ দেশসমূহে বাংলাদেশত উৎপাদিত সাজ-পোছাক ক্রয় বন্ধ কৰে, তেন্তে দেশখনৰ কি হ’ব ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHIskonMinority AttackMuhammad YunusTaslima Nasreen
publisher

publisher

Related Posts

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!
International

বছৰ জীয়াই থকাৰ ৰহস্য নিৰামিষ আহাৰ নহয়!

October 17, 2026
শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d