Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jhumur Dance:অসম চৰকাৰৰ উদ্যোগত বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে ‘ঝুমুইৰ বিনন্দিনী

সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

publisher by publisher
December 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Jhumur Dance:অসম চৰকাৰৰ উদ্যোগত বিশ্ব অভিলেখ সৃষ্টিৰ লক্ষ্যৰে ‘ঝুমুইৰ বিনন্দিনী
1
SHARES
12
VIEWS
ShareShareShareShare

Jhumur Dance:

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সাংস্কৃতিৰ অন্যতম ঝুমুইৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত আগন্তুক বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হৈছে ‘ঝুমুইৰ বিনন্দিনী’ শীৰ্ষক এক অনুষ্ঠানৰ।

ADVERTISEMENT

বিগত বৰ্ষৰ বিহু বিনন্দিয়া অনুষ্ঠানৰ লেখিয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত আজি সৰুসজাই ষ্টেডিয়ামত আজি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্রী বিমল বড়াৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয়।ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ সৈতে তথা চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ সৈতে জড়িত কেবাগৰাকীও লোকশিল্পী, বিশেষজ্ঞ,ওজা প্ৰশিক্ষকৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, ৰাজ্যিক পৰিবহন নিগম প্ৰমুখ্যে কেবাটাও চৰকাৰী বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মন্ত্রী বিমল বড়াই ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বিষয়া সকলৰ লগতে বিশেষজ্ঞ সমিতিৰ পৰা বুজ লয়।

RelatedPosts

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

Adivashi Student Union:যোৰহাট জিলাত ‘ঝুমুইৰ বিনন্দিনী’ত ৰাজনীতিৰ গোন্ধ !

Jorhat J B College:যোৰহাট জে বি কলেজৰ ছাত্রাবাস আৰু ছাত্ৰী নিবাসৰ প্ৰাক্তন আৱাসীৰ সন্মিলন

bimal bora 2অহা বছৰৰ ২৪ফেব্ৰুৱাৰীত বিশ্বাভিলেখ সৃষ্টিৰ লক্ষ্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিতব্য এই ঝুমুইৰ বিনন্দিনীত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ৭৫০০গৰাকী পুৰুষ আৰু মহিলা নৃত্য শিল্পীয়ে অংশগ্রহণ কৰি ঝুমুইৰ নৃত্য পৰিৱেশন কৰিব।
সভাত সাংস্কৃতিক মন্ত্রী বড়াই এই অনুষ্ঠানৰ বাবে ওজা প্ৰশিক্ষক সকলৰ পৰা আৰম্ভ কৰি নৃত্য শিল্পী সকলৰ প্ৰশিক্ষণলৈকে, নৃত্য শিল্পী সকলৰ গুৱাহাটীলৈ যাতায়াত, থকা-খোৱা, অনুশীলন আদিৰ বিষয়ে সাংস্কৃতিক বিভাগৰ বিষয়া তথা বিশেষজ্ঞ সমিতিৰ পৰা বুজ লয়।এই সকলোবোৰ যাতে নিয়াৰিকৈ হয় তাৰ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে।সভাত মন্ত্রী বড়াই এই অনুষ্ঠানে যাতে বিশ্বমানৰ এক অনুষ্ঠান হিচাপে পৰিচিতি লাভ কৰে তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

সভাখনত *সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাস, অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকন, সাংস্কৃতিক পৰিক্ৰমা মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া ক্ৰমে ৰাজীৱ থাপা আৰু কমল ভূঞা, বিশেষজ্ঞ সমিতিৰ সদস্য প্ৰহ্লাদ তাছা, ভগীৰথ কৰণ, দুলাল মানকী, ছাজন নায়ক, অমি কিষান, মংগল নায়ক আদি উপস্থিত আছিল।

ইয়াৰ পূৰ্বে সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড: বি কল্যাণ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত একে স্হানতে বহা অন্য এক বৈঠকত সাংস্কৃতিক বিভাগৰ লগতে লোক নিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহন বিভাগ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া সকলক এই অনুষ্ঠানত পালন কৰিবলগীয়া নিজ নিজ দায়িত্বৰ বিষয়ে বিষয়া গৰাকীয়ে বুজাই দিয়াৰ লগতে কেতবোৰ বিষয় সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশো প্ৰদান কৰে।

উল্লেখ্য যে ইতিমধ্যে এই নৃত্যানুষ্ঠানৰ বাবে কিছু সংখ্যক ওজা প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যদিও আৰু একাংশ প্ৰশিক্ষকক অহা ৬ৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত দ্বিতীয় পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ পিছত২০ৰ পৰা ২৩ জানুৱাৰীলৈ বিধান সভা সমষ্টি পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ’ব।অংশ গ্ৰহণকাৰী সকলৰ সমষ্টি ভিত্তিক বাছনি আৰু অন লাইন পঞ্জীয়ণ আৰম্ভ হ’ব ২৭ জানুৱাৰীৰ পৰা দুই ফেব্ৰুৱাৰীৰ ভিতৰত ।জিলা পৰ্যায়ত ঝুমুইৰ নৃত্য পৰিৱেশন হ’ব৩ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্রুৱাৰীলৈ যিকোনো এদিন। ইয়াৰ পিছত ২০ ফেব্রুৱাৰীত নৃত্য শিল্পী সকলক বিভিন্ন জিলাৰ পৰা গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰা হ’ব। সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৰাজ্যিক পৰ্যায়ত অনুশীলন অনুষ্ঠিত হ’ব ২১ৰপৰা ২৩ ফেব্রুৱাৰীৰ আগবেলালৈকে আৰু ২৪ ফেব্রুৱাৰীৰ দিনাখন শিল্পী সকলে চূড়ান্ত ভাবে বিশ্ব অভিলেখৰ বাবে ঝুমুইৰ নৃত্য পৰিৱেশন কৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: cultural DeptJhumur DanceMinister Bimal BoraSarusajai StadiumWorld Record
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d