Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Illegal Bangladeshi:অসমৰ ‘আধাৰ ‘লৈ দেশজুৰি বাংলাদেশী

আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ 'নিশ্ছিদ্ৰ নিৰাপত্তা'ৰ দাবীৰ স্বৰূপ, অনুপ্ৰৱেশকাৰীৰ হাতত গোৱালপাৰাত প্ৰস্তুত পৰিচয় পত্ৰ

publisher by publisher
January 2, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Illegal Bangladeshi:অসমৰ ‘আধাৰ ‘লৈ দেশজুৰি বাংলাদেশী
0
SHARES
3
VIEWS
ShareShareShareShare

Illegal Bangladeshi:

আন্তঃৰাষ্ট্ৰীয় সীমান্ত ছীল কৰা, সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ চৰকাৰৰ দাবীৰ স্বৰূপ উদঙাই অসমলৈ ব্যাপক হাৰত বাংলাদেশী নাগৰিকৰ অনুপ্রবেশে অত্যন্ত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অসমৰে প্ৰৱেশ কৰি বাংলাদেশীৰ দলে অসমৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত বিয়পি পৰিছে।

ADVERTISEMENT

লক্ষ্যণীয় যে শেহতীয়াকৈ দেশৰ কে’বাখনো ৰাজাত এই অনুপ্রবেশকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰা হৈছে আৰু তাৰ ফলত একপ্ৰকাৰ দলে দলে তেনে অবৈধ নাগৰিক ধৰা পৰিছে। অসমৰ বাবে অত্যন্ত উদ্বেগৰ বিষয় এয়ে যে ধৃত বাংলাদেশী নাগৰিকৰ বুজন সংখ্যকৰ পৰা জব্দ কৰা হৈছে অসমত প্ৰস্তুত কৰা ভুৱা আধাৰকাৰ্ড।

RelatedPosts

Illegal Bangladeshi:পুনৰ ভাৰতলৈ উভতি আহিল বিএছএফে পুচ্চ বেক কৰা ৬৫ গৰাকী সন্দেহযুক্ত নাগৰিক

Assam DGP:শীঘ্ৰে অধিক বিতাড়ন: জিলালৈ কঠোৰ নিৰ্দেশ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ

Suspected Bangladeshi citizen arrested:গুৱাহাটীকে ধৰি ৰাজ্যজুৰি সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক

দিল্লী, মুম্বাই সকলোতে এই তথ্য পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্রেক্ষিতত অতি শীঘ্ৰে দিল্লী আৰক্ষীৰ এটা দল অসমলৈ আহিব। অসম আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰা বার্তা অনুসৰি, দলটোৱে গোৱালপাৰা জিলাত উপস্থিত হৈ প্রয়োজনীয় তদন্ত কৰিব। ইয়াৰ উপৰি বৰাক উপত্যকাতো দিল্লী আৰক্ষীয়ে অভিযান চলাব।

আনকি মহাৰাষ্ট্ৰ আৰক্ষীৰ দলো অসমলৈ অহাৰ সম্ভাৱনা আছে প্রসংগক্রমে উল্লেখ্য যে মহাৰাষ্ট্ৰত যোৱা ডিচেম্বৰত ৪৩ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰে। ৰাজ্যখনৰ এণ্টি টেৰৰ স্কোৱাড (এটিএছ)-এ অনুপ্রবেশকাৰীৰ বিৰুদ্ধে বিশেষ অভিযান অব্যাহত ৰাখিছিল। একেদৰে বিশেষ অভিযান আৰম্ভ কৰা হৈছে দিল্লীতো। গুজৰাট, মধ্যপ্রদেশ আদিতো অভিযান চলোৱা হৈছে।

জালত পৰা অনুপ্ৰৱেশকাৰী সকলৰ বহুতৰ ভাৰতৰ নাগৰিকৰ কোনো নথিপত্র নাই। কিছু সংখ্যকৰ আছে আৰু সেইসকলৰ মূল নথি হ’ল আধাৰকাৰ্ড। সেই কার্ড সঁচা নে ভুৱা, সেয়া নিশ্চিত কৰিবলৈ নির্দিষ্ট ৰাজ্যলৈ দিল্লী আৰক্ষীয়ে তথ্য প্ৰেৰণ কৰাৰ উপৰি আধাৰৰ লগত জড়িত ইউডাইৰো সহযোগিতা বিচাৰি আহিছে। এই পৰীক্ষণতে অসমৰ পৰা ব্যাপক হাৰত জাল আধাৰকাৰ্ড যোগানৰ তথ্য পোহৰলৈ আহিছে।

গোৱালপাৰাত এনে কার্ড প্রস্তুতৰ তথ্যও কেন্দ্রীয় নিৰাপত্তা সংস্থাই ধৃত বাংলাদেশীৰ জৰিয় তে উদ্ধাৰ কৰিছে। তদুপৰি বৰাকতো বৃহৎ চক্র অনুপ্ৰৱেশকাৰীক আধাৰকাৰ্ডৰ লগতে ভাৰতৰ নাগৰিকৰ আন আন জাল নথি যোগানত সক্ৰিয় হৈ অহাৰ তথ্যও ধৃত বাংলাদেশীৰ পৰাই উদ্ধাৰ হৈছে। ইয়াৰ উপৰি পশ্চিমবংগৰো নদীয়া, মেদিনীপুৰ আৰু কোচবিহাৰত এটা চক্ৰৰ উপস্থিতি ধৰা পৰিছে।

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভাৰতত প্ৰৱেশৰ তিনিখন মুখ্য ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা বুলিও চলিত অভিযানৰ জৰিয়তে নিৰাপত্তা সংস্থাসমূহ নিশ্চিত হৈছে। ইয়াৰ ভিতৰত অসম অন্যতম। আন দুখন ৰাজ্য হ’ল ত্ৰিপুৰা আৰু পশ্চিমবংগ। বাংলাদেশত বিগত বৰ্ষত সৃষ্টি হোৱা অশান্তিজৰ্জৰ পৰিস্থিতিৰ পাছতে ভাৰতত অনুপ্ৰৱেশৰ মাত্রা অভাৱনীয় ৰূপত বৃদ্ধি হয়।

সেয়েহে অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও সদৰী কৰিছিল। সেই সুৰক্ষা ব্যৱস্থা যে সম্পূর্ণৰূপে সোপাঢিলা, তাকেই অনুপ্ৰৱেশৰ ভয়াৱহ মাত্রাই উদঙাই দিছে। অসমত প্রায় প্রতিদিনে বাংলাদেশী ধৰা পৰিছে আৰু সেইসকলক নিয়ম অনুসৰি নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে।

ইয়াৰ বাদেও ধৰা নপৰাকৈ কিমান বাংলাদেশীয়ে ৰাজ্যখনত টিঘিল ঘিলাই ফুৰিবলৈ সক্ষম হৈছে অথবা অসমক ট্রেনজিট পইন্ট হিচাপে ব্যৱহাৰ কৰি অন্য ৰাজ্যলৈ যাত্ৰা কৰিছে, সেয়া কল্পনা কৰা টান আৰু স্বয়ং মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰিছে।b

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam PoliceDelhi PoliceFake Aadhar CardIllegal BangladeshiPMO
publisher

publisher

Related Posts

Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা
News

June 2, 2025
Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ
Crime

Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

June 2, 2025
Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !
News

Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

June 2, 2025
Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ
News

Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

June 2, 2025
Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন
News

Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

June 2, 2025
Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ
News

Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

June 2, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d