Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Illegal Bangladeshi:অসমৰ ‘আধাৰ ‘লৈ দেশজুৰি বাংলাদেশী

আন্ত:ৰাষ্ট্ৰীয় সীমান্তৰ 'নিশ্ছিদ্ৰ নিৰাপত্তা'ৰ দাবীৰ স্বৰূপ, অনুপ্ৰৱেশকাৰীৰ হাতত গোৱালপাৰাত প্ৰস্তুত পৰিচয় পত্ৰ

publisher by publisher
January 2, 2025
in Assam, India, News
Reading Time: 3 mins read
0
Illegal Bangladeshi:অসমৰ ‘আধাৰ ‘লৈ দেশজুৰি বাংলাদেশী
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

ULFI(I) Linkman arrested in kakapathar:কাকপথাৰত জাপানত নিৰ্মিত পিষ্টল,সক্ৰিয় গুলী সহ আলফাৰ লিংকমেন আটক

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Illegal Bangladeshi:

আন্তঃৰাষ্ট্ৰীয় সীমান্ত ছীল কৰা, সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ চৰকাৰৰ দাবীৰ স্বৰূপ উদঙাই অসমলৈ ব্যাপক হাৰত বাংলাদেশী নাগৰিকৰ অনুপ্রবেশে অত্যন্ত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অসমৰে প্ৰৱেশ কৰি বাংলাদেশীৰ দলে অসমৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত বিয়পি পৰিছে।

ADVERTISEMENT

লক্ষ্যণীয় যে শেহতীয়াকৈ দেশৰ কে’বাখনো ৰাজাত এই অনুপ্রবেশকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰা হৈছে আৰু তাৰ ফলত একপ্ৰকাৰ দলে দলে তেনে অবৈধ নাগৰিক ধৰা পৰিছে। অসমৰ বাবে অত্যন্ত উদ্বেগৰ বিষয় এয়ে যে ধৃত বাংলাদেশী নাগৰিকৰ বুজন সংখ্যকৰ পৰা জব্দ কৰা হৈছে অসমত প্ৰস্তুত কৰা ভুৱা আধাৰকাৰ্ড।

দিল্লী, মুম্বাই সকলোতে এই তথ্য পোহৰলৈ আহিছে। ইয়াৰ পৰিপ্রেক্ষিতত অতি শীঘ্ৰে দিল্লী আৰক্ষীৰ এটা দল অসমলৈ আহিব। অসম আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগলৈ প্ৰেৰণ কৰা বার্তা অনুসৰি, দলটোৱে গোৱালপাৰা জিলাত উপস্থিত হৈ প্রয়োজনীয় তদন্ত কৰিব। ইয়াৰ উপৰি বৰাক উপত্যকাতো দিল্লী আৰক্ষীয়ে অভিযান চলাব।

আনকি মহাৰাষ্ট্ৰ আৰক্ষীৰ দলো অসমলৈ অহাৰ সম্ভাৱনা আছে প্রসংগক্রমে উল্লেখ্য যে মহাৰাষ্ট্ৰত যোৱা ডিচেম্বৰত ৪৩ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী ধৰা পৰে। ৰাজ্যখনৰ এণ্টি টেৰৰ স্কোৱাড (এটিএছ)-এ অনুপ্রবেশকাৰীৰ বিৰুদ্ধে বিশেষ অভিযান অব্যাহত ৰাখিছিল। একেদৰে বিশেষ অভিযান আৰম্ভ কৰা হৈছে দিল্লীতো। গুজৰাট, মধ্যপ্রদেশ আদিতো অভিযান চলোৱা হৈছে।

জালত পৰা অনুপ্ৰৱেশকাৰী সকলৰ বহুতৰ ভাৰতৰ নাগৰিকৰ কোনো নথিপত্র নাই। কিছু সংখ্যকৰ আছে আৰু সেইসকলৰ মূল নথি হ’ল আধাৰকাৰ্ড। সেই কার্ড সঁচা নে ভুৱা, সেয়া নিশ্চিত কৰিবলৈ নির্দিষ্ট ৰাজ্যলৈ দিল্লী আৰক্ষীয়ে তথ্য প্ৰেৰণ কৰাৰ উপৰি আধাৰৰ লগত জড়িত ইউডাইৰো সহযোগিতা বিচাৰি আহিছে। এই পৰীক্ষণতে অসমৰ পৰা ব্যাপক হাৰত জাল আধাৰকাৰ্ড যোগানৰ তথ্য পোহৰলৈ আহিছে।

গোৱালপাৰাত এনে কার্ড প্রস্তুতৰ তথ্যও কেন্দ্রীয় নিৰাপত্তা সংস্থাই ধৃত বাংলাদেশীৰ জৰিয় তে উদ্ধাৰ কৰিছে। তদুপৰি বৰাকতো বৃহৎ চক্র অনুপ্ৰৱেশকাৰীক আধাৰকাৰ্ডৰ লগতে ভাৰতৰ নাগৰিকৰ আন আন জাল নথি যোগানত সক্ৰিয় হৈ অহাৰ তথ্যও ধৃত বাংলাদেশীৰ পৰাই উদ্ধাৰ হৈছে। ইয়াৰ উপৰি পশ্চিমবংগৰো নদীয়া, মেদিনীপুৰ আৰু কোচবিহাৰত এটা চক্ৰৰ উপস্থিতি ধৰা পৰিছে।

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভাৰতত প্ৰৱেশৰ তিনিখন মুখ্য ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা বুলিও চলিত অভিযানৰ জৰিয়তে নিৰাপত্তা সংস্থাসমূহ নিশ্চিত হৈছে। ইয়াৰ ভিতৰত অসম অন্যতম। আন দুখন ৰাজ্য হ’ল ত্ৰিপুৰা আৰু পশ্চিমবংগ। বাংলাদেশত বিগত বৰ্ষত সৃষ্টি হোৱা অশান্তিজৰ্জৰ পৰিস্থিতিৰ পাছতে ভাৰতত অনুপ্ৰৱেশৰ মাত্রা অভাৱনীয় ৰূপত বৃদ্ধি হয়।

সেয়েহে অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও সদৰী কৰিছিল। সেই সুৰক্ষা ব্যৱস্থা যে সম্পূর্ণৰূপে সোপাঢিলা, তাকেই অনুপ্ৰৱেশৰ ভয়াৱহ মাত্রাই উদঙাই দিছে। অসমত প্রায় প্রতিদিনে বাংলাদেশী ধৰা পৰিছে আৰু সেইসকলক নিয়ম অনুসৰি নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে।

ইয়াৰ বাদেও ধৰা নপৰাকৈ কিমান বাংলাদেশীয়ে ৰাজ্যখনত টিঘিল ঘিলাই ফুৰিবলৈ সক্ষম হৈছে অথবা অসমক ট্রেনজিট পইন্ট হিচাপে ব্যৱহাৰ কৰি অন্য ৰাজ্যলৈ যাত্ৰা কৰিছে, সেয়া কল্পনা কৰা টান আৰু স্বয়ং মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰিছে।b

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceDelhi PoliceFake Aadhar CardIllegal BangladeshiPMO
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d