ADVERTISEMENT

Tag: Delhi Police

Aftab Poonawala : শতাধিক সাক্ষীৰ বক্তব্য , শ্ৰদ্ধা গোচৰত দিল্লী আৰক্ষীৰ তিনি হেজাৰ পৃষ্ঠাৰ খচৰা চাৰ্জ শ্বীট

Aftab Poonawala : লিভ ইনৰ সংগী শ্ৰদ্ধা ৱালকৰক হত্যা কৰি ৩৫ টুকুৰা কৰি কটা আফতাব পুনাৱালাৰ বিৰুদ্ধে তিনি হেজাৰ পৃষ্ঠাৰ ...

Read more

Shraddha Walkar Murder : দিল্লীৰ জংঘলত পোৱা হাড়ৰ টুকুৰা আচলতে কাৰ ? জনালে ডিএনএ ৰিপোৰ্ট,

Shraddha Walkar Murder : দিল্লীৰ মেহৰৌলীৰ জংঘলৰ পৰা যি হাড়ৰ টুকুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে সেইসমূহ শ্ৰদ্ধা ৱাকাৰৰ। বৃহস্পতিবাৰে ডিএনএ পৰীক্ষাৰ ...

Read more

Shraddha Walkar Murder Case : শ্রদ্ধাক অর্ধেক কাটি বিয়েৰ খাইছিল আফতাবে, চাইছিল নেটফ্লিক্সৰ চিনেমাও !

Shraddha Walkar Murder Case : প্ৰেমিকাৰ দেহ অৰ্ধেক অংশ কাটি 'বিশ্ৰাম 'লৈছিল দিল্লীৰ শ্ৰদ্ধা ৱালকৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱালাই ...

Read more

Delhi Police :দিল্লীত বৈধ ভিছা অবিহনে অতিৰিক্ত সময় থকা ৩০ বিদেশীক বিতাৰিত

Delhi Police : দেশৰ ৰাজধানী চহৰ দিল্লীত বৈধ ভিছা অবিহনে বসবাস কৰি থকা আফ্ৰিকাৰ কেইবাখনো দেশৰ ত্ৰিশজন নাগৰিকক বিতাৰিত কৰা ...

Read more

Chinese spy arrested : বৌদ্ধ সন্যাসীৰ ভেশত দিল্লীত বাহৰ পতা চীনা চোৰাংচোৱাক গ্ৰেপ্তাৰ

Chinese spy arrested : চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰ চীনে এইবাৰ ভাৰতত সংগোপনে প্ৰৱেশ কৰাইছে বহু সংখ্যক চীনা নাগৰিক ৷ বৈধ ভিচা ...

Read more

Terror Attack Alert : পেৰাগ্লাইডিং কৰি লালকিল্লাত আক্ৰমণ কৰিব পাৰে সন্ত্ৰাসবাদীয়ে ! দাবী চোৰাংচোৱা প্ৰতিবেদনত

পেৰাগ্লাইডিং কৰি লালকিল্লাত প্ৰৱেশ কৰি আক্ৰমণ কৰিব পাৰে লস্কৰ তথা জইছ সন্ত্ৰাসবাদীয়ে । ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসৰ পূৰ্বে চোৰাংচোৱাই এই ...

Read more

ঝাড়খণ্ডৰ তিনি বিধায়কৰ গাড়ীত উদ্ধাৰ ৪৯ লাখ টকা, চিআইডি-ৰ তালাচীত বাধা দিলে দিল্লী আৰক্ষীয়ে

ঝাড়খণ্ডৰ তিনি বিধায়কৰ পৰা উদ্ধাৰ হৈছিল লক্ষাধিক টকা । সেই গোচৰত প্রাক্তন কংগ্রেছ নেতা তথা এই ঘটনাৰ মধ্যস্থতাকাৰী হিচাপে উত্থাপিত ...

Read more

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় সংস্থা ইডিয়ে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক ধন সৰবৰাহৰ অভিযোগত তলৱ কৰাৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে দিল্লী আৰক্ষীয়ে আটক কৰে কংগ্ৰেছ ...

Read more

Prophet Row : ধর্মীয় বিদ্বেষমূলক মন্তব্য, নূপুৰ শর্মাৰ বিৰুদ্ধে এফআইআৰ দিল্লী আৰক্ষীৰ

ধর্মীয় বিদ্বেষমূলক মন্তব্য কৰাক লৈ এইবাৰ সক্রিয় হ'ল দিল্লী আৰক্ষী । ছাছপেণ্ডেড বিজেপি নেত্ৰী নূপুৰ শর্মা আৰু নবীন জিন্দলৰ লগতে ...

Read more
Page 1 of 3 1 2 3