Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State Aap Pressmeet In Guwahati:বিজেপি – কংগ্ৰেছৰ ব্যৰ্থতা উদঙাই আপৰ সংবাদমেল

ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰৱ আপ, চামগুৰি আৰু বিহালীবাসীক উন্নয়নৰ পৰা বঞ্চিত কৰাৰ অভিযোগ অনুৰূপা ডেকাৰজাৰ

samimsultana by samimsultana
November 9, 2024
in Assam, India, News
Reading Time: 2 mins read
0
State Aap Pressmeet In Guwahati:বিজেপি – কংগ্ৰেছৰ ব্যৰ্থতা উদঙাই আপৰ সংবাদমেল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

State Aap Pressmeet In Guwahati:

ৰাজ্যৰ ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে আম আদমী পাৰ্টিয়ে। বিহালীত আপৰ প্ৰাৰ্থী অনন্ত গগৈ আৰু চামগুৰিত নুৰুল আমিন চৌধুৰীয়ে দলটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আজি আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপ, অসমৰ উপ- সভাপতি অনুৰূপা ডেকাৰজাই দুয়োটা সমষ্টিৰ পূৰ্বৰ বিধায়ক সকলৰ ব্যৰ্থতাৰ খতিয়ান দাঙি ধৰে।

ADVERTISEMENT

আপৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয়, “বিগত প্ৰায় ২৫ বছৰে চামগুৰি ৰকিবুল হুছেইনৰ দখলত আছিল। তাৰ পূৰ্বে ৰকিবুল হুছেইনৰ পিতৃ নুৰুল হুছেইনো ৰাজ্যৰ এগৰাকী ক্ষমতাশালী মন্ত্ৰী আছিল। এতিয়া ৰকিবুল হুছেইন সাংসদ হিচাপে নিৰ্বাচিত হৈ তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইনক প্ৰাৰ্থিত্ব দিছে।

কিন্তু বিগত দিনত চামগুৰি সমষ্টিৰ আশা কৰা ধৰণে উন্নয়ন হোৱা নাই। সমষ্টিটোৰ শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষাৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান স্থাপনত ব্যৰ্থ হৈছে। সমষ্টিটোত মাত্ৰ এখনেই কলেজ আছে। চৰকাৰী হাস্পতাল সমূহত প্ৰয়োজনীয় আন্তঃগাঁথনি, লেবৰেটৰী, চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ অভাৱ। সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰতো ৰকিবুল হুছেইনৰ চৰম ব্যৰ্থতা স্পষ্টৰূপে প্ৰতিফলিত হৈছে। সেইবাবে চামগুৰিৰ ভোটাৰ সকলক আমি আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীক সমৰ্থন জনাবলৈ আহ্বান জনাইছোঁ।

চামগুৰি সমষ্টিত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ নিন্দা কৰে আপৰ নেত্ৰী গৰাকীয়ে। বিজেপিয়ে অসমতো উত্তৰ প্ৰদেশৰ দৰে ৰাজনীতিত হিংসাৰ আমদানি কৰি ঘৃণনীয় পৰিবেশ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে অনুৰূপা ডেকাৰজাই। তদুপৰি চামগুৰিৰ নিৰ্বাচনী বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা প্ৰায় কুৰিগৰাকী কৰ্মৰত সাংবাদিকৰ ওপৰত শাসকীয় দলৰ ভেৰোণীয়া বাহিনীয়ে আক্ৰমণ চলোৱাৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী। আনহাতে বিহালী বিধান সভা সমষ্টিত সুদীৰ্ঘ দিনে বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তই প্ৰতিনিধিত্ব কৰিছে। বিজেপিৰ পল্লৱলোচন দাসেও বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

কিন্তু আজি বিহালী বাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। সংবাদমেলত আপৰ নেত্ৰী গৰাকীৰ অভিযোগ, “বিগত দিনত সমষ্টিটোৰ প্ৰায় ৬০ শতাংশ আদিবাসী চাহ জনগোষ্ঠীৰ লোকৰ কোনোধৰণৰ উন্নয়ন সাধন কৰিব পৰা নাই। বাট পথ, চিকিৎসা সেৱা, শিক্ষা আদি সকলো দিশতে পূৰ্বৰ বিধায়ক সকলে চৰম ব্যৰ্থ হৈছে।

সেইবাবে আমি আপৰ মনোনীত প্ৰাৰ্থী অনন্ত গগৈক প্ৰক্ষেপ কৰিছো। আশা কৰোঁ যে দিল্লী আৰু পঞ্জাৱৰ পৰিবৰ্তনৰ ঢৌৱে অসমকো স্পৰ্শ কৰিব। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি বিহালী আৰু চামগুৰিৰ সাধাৰণ জনতাই আদৰি ল’ব। সংবাদমেলত আপৰ ৰাজ্যিক  মহিলা শক্তিৰ সভানেত্ৰী মাছুমা বেগমো উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PressmeetAddressing Aap Leader Anurupa DekarajaAssam By ElectionGuwahati
samimsultana

samimsultana

Related Posts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d