Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Hired workers in Nagaon FCI:নগাঁও এফচিআইত ভাড়াতীয়া শ্রমিকৰ পয়োভৰ

ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত নগাঁও এফচিআইত দুর্নীতি, ভুৱা তথ্যৰে লাখ লাখ টকা লুণ্ঠন

Editor by Editor
January 10, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Hired workers in Nagaon FCI:নগাঁও এফচিআইত ভাড়াতীয়া শ্রমিকৰ পয়োভৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Hired workers in Nagaon FCI:

ভাৰতীয় খাদ্য নিগম (এফচি আই)নগাঁৱস্থ মাণ্ডলিক কার্যালয়ত অনিয়মৰ পয়োভৰ ঘটিছে  | মাণ্ডলিক কার্যালয়টোত একাংশ তৃতীয় আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীয়ে অতিৰিক্ত সময়ৰ কর্তব্য সম্পাদন কৰা দেখুৱাই ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত ভুৱা তথ্যৰে প্রতি বছৰে লাখ লাখ টকা লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ADVERTISEMENT

অ’টিএ অর্থাৎ ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত কর্মচাৰীসকলৰ একাংশই কৰা এই দুর্নীতিত পূর্ণ সহযোগিতা আগবঢ়াইছে এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ন একাংশ বিষয়া-কর্মচাৰীয়ে। এফ চিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ত বছৰ বছৰ চলি থকা এই দুর্নীতি-অনিয়মৰ সন্দৰ্ভত বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি আহিছে যদিও তালৈ কেৰেপকে নকৰে দুর্নীতিগ্ৰস্ত চক্রটোৱে।

RelatedPosts

Maha Shivrati Celebration In Mahamrityunjaya Mandir:নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত দেৱাদিদেৱ মহাদেৱক আৰাধনা ভক্তৰ

Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ

Two health office in Nagaon have been rente for many years: বিকল্প ব্যৱস্থা থকা সত্ত্বেও বছৰ বছৰ ধৰি ভাড়াঘৰতে নগাঁৱৰ দুই স্বাস্থ্য বিষয়াৰ কাৰ্যালয়

প্রাপ্ত তথ্য অনুসৰি, এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ৰ অধীনস্থ ২১ জন তৃতীয় আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীয়ে ২০১৯- ২০২০ত নিজৰ কৰ্ম সময়ৰ বাহিৰেও বহু ওপৰঞ্চি সময় কর্তব্য সম্পাদন কৰিছিল বুলি বিভাগীয় নথিত উল্লেখ আছে। ইয়াৰ বাবদ সেই কৰ্মচাৰীসকলক ওপৰঞ্চি সময়ৰ ভাত্তা আদায় দিয়া হৈছিল। ওপৰিঞ্চি সময় কর্তব্য সম্পাদন কৰা ২১ জন কৰ্মচাৰীক ওপৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ মুঠ ১৪ লাখ ৫৫ হেজাৰ ১৩২ টকা আদায় দিয়া হৈছিল।

ইয়াৰ ভিতৰত বৰ্ষটোত ওপৰঞ্চি সময়ৰ ভাত্তা পোৱাসকলৰ ভিতৰত সৰ্বনিম্ন ১৫,২৬৮ টকা আৰু সৰ্বাধিক ১,৫৬,৩৩৮ টকা লাভ কৰিবলৈ সক্ষম হয়। ঠিক একেদৰে ২০২০-২০২১ বিত্তীয় বৰ্ষটো এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ত ভুৱা তথ্যৰে একাংশ চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে ওপৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ লাখ লাখ টকা সৰকাই নিবলৈ সক্ষম হয়।

বিত্তীয় বর্ষটোত মাণ্ডলিক কার্যালয়টোৰ অধীনত কৰ্মৰত মুঠ ৩৫ জন তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে ওপৰঞ্চি সময় কৰ্তব্য সম্পাদন কৰা দেখুৱাই ওপৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ পৰিশোধ কৰে মুঠ ১৮ লাখ ৬২ হেজাৰ ৬৭৬ টকা। বিত্তীয় বৰ্ষটোত ও পৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ একোজন কৰ্মচাৰীয়ে সর্বাধিক ১,২৭,৭০০ টকা আৰু সর্বনিম্ন ৪,৯৯০ টকা লাভ কৰিছিল।

নগাঁও এফচিআইয়ে সংমণ্ডলটোৰ যিসকল তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক ওপৰঞ্চি সময়ৰ ভাত্তা আদায় দিছে তেওঁলোকে একোটা বিত্তীয় বর্ষত ৫০-৫৫ ঘন্টা পর্যন্ত ওপৰিঞ্চি সময়ৰ কাম কৰা বুলি বিভাগীয় নথিত উল্লেখ আছে। উল্লেখ্য যে এফচিআইৰ ওপৰঞ্চি সময় কাম কৰা কৰ্মচাৰীসকলৰ নামৰ তালিকাখন প্রথমে অনুমোদন জনায় অ’টিএ কমিটীয়ে। পাছত চূড়ান্ত তালিকাখনত স্বাক্ষৰ কৰি অনুমোদন জনায় মাণ্ডলিক প্ৰৱন্ধক আৰু জেনেৰেল মেনেজাৰে।

তাৰ পাছতহে ওপৰঞ্চি সময় কাম কৰা কৰ্মচাৰীসকলক ওপৰঞ্চি সময় ভাত্তাৰ ধন আদায় দিয়া হয়। অভিযোগ অনুসৰি, এই প্রক্রিয়াটোতেই ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হয়। একাংশ কৰ্মচাৰীয়ে কাৰ্যালয়লৈ দুপৰীয়া আহি দিনৰ দিনটো কেৱল আড্ডা মাৰি কটাই তেওঁলোকেই বিয়লি পলমকৈ কাৰ্যালয়ৰ পৰা ৰাওনা হয়। তেওঁলোকৰেই একাংশই ওপৰঞ্চি সময়ৰ কাম কৰা দেখুৱাই বছৰি হেজাৰ হেজাৰ টকা সৰকাই আহিছে।

এই কৰ্মচাৰীসকলে অ’টিএ কমিটীৰ একাংশ সদস্য, এফচিআইৰ একাংশ বিষয়া-কর্মচাৰীক মেনেজ কৰি এই দুর্নীতি-অনিয়ম সংঘটিত কৰি অহা বুলিও এফচিআইৰ একাংশ কৰ্মচাৰীয়েই অভিযোগ তুলিছে। এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ত ওপৰঞ্চি সময়ৰ কাম কৰা দেখুৱাই কেৱল তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়েই যে দুর্নীতি আৰু অনিয়মৰে লুণ্ঠন সংঘটিত কৰি আহিছে তেনে নহয়। অনুৰূপ লুণ্ঠন চলাই আহিছে আন একাংশ বিষয়া-কর্মচাৰীয়েও।

নগাঁও এফচিআইৰ মাণ্ডলিক কাৰ্যালয়ত ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত বছৰ বছৰ ধৰি চলি থকা লুণ্ঠনৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে। আনহাতে, নগাঁও এফচিআইৰ নিয়মীয়া শ্রমিকে নিজে কাম কৰিবলৈ নাহি ভাৰাতীয়া শ্ৰমিকৰ হতুৱাই কাম কৰাই থকা বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই শ্রমিকসকলে প্রতিমাহে ৬০-৭০ হেজাৰ টকাকৈ দৰমহা লাভ কৰে।

তেওঁলোকে নিয়োগ কৰা শ্ৰমিকক ২০-২৫ হেজাৰ টকাৰ মজুৰি দি নিজে ঘৰত থাকি অন্য ব্যৱসায়ত জড়িত হৈ কর্তব্যত ফাঁকি দি অহা পৰিলক্ষিত হৈছে। এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়টোত ওপৰঞ্চি ভাত্তাৰ নামত ২০২২-২০২৩, ২০২৩-২০২৪ বর্ষতো অনুৰূপ দুর্নীতি সংঘটিত হোৱা বুলিও একাংশ কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FCIHired workersNagaon
Editor

Editor

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d