Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

অৰবিন্দ কেজৰিৱালৰ গোৱাৰ প্ৰতিশ্ৰুতিঃ নিবনুৱাসকলৰ বাবে ভাত্তা, স্থানীয়সকলৰ বাবে সংৰক্ষণ

publisher by publisher
September 21, 2021
in India, News, Politics
Reading Time: 1 min read
0
অৰবিন্দ কেজৰিৱালৰ গোৱাৰ প্ৰতিশ্ৰুতিঃ নিবনুৱাসকলৰ বাবে ভাত্তা, স্থানীয়সকলৰ বাবে সংৰক্ষণ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

সমাগত নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছক পিছ পেলোৱাৰ চেষ্টা চলাইছে আম আদমি পাৰ্টীয়ে (আপ) । আপ-ৰ প্ৰধান অৰবিন্দ কেজৰিৱালে মঙলবাৰে গোৱাত চাকৰি আৰু নিবনুৱা সম্পৰ্কে সাতটা ঘোষণা কৰিছে ।

ADVERTISEMENT

মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰতিশ্ৰুতি দিছে যে, আপ-এ ক্ষমতাত আহিলে দুৰ্নীতিৰ নিষ্পত্তি কৰিব আৰু ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে চৰকাৰী চাকৰিৰ সুযোগ নিশ্চিত কৰিব ।

গোৱাত আজি অৰবিন্দ কেজৰিৱালে দিয়া সাতটা প্ৰতিশ্ৰুতিত আছে তিনি হেজাৰ টকা নিবনুৱা ভাত্তা (কিছু ক্ষেত্ৰত পাঁচ হেজাৰ টকা) আৰু স্থানীয় বাসিন্দাৰ বাবে বেচৰকাৰী খণ্ডত ৮০ শতাংশ স্থান সংৰক্ষণ কৰা ।

কেজৰিৱালে উত্তৰাখণ্ডৰ ভোটাৰকো প্ৰতিশ্ৰুতি দিছে যে, আপ ক্ষমতাত আহিলে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিব আৰু নিশ্চিত কৰিব যে প্ৰতিটো পৰিয়ালৰ একোজন নিবনুৱাক চাকৰি দিয়া হ’ব ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আৰ্থিক ক্ষেত্ৰত ক’ভিড-১৯ৰ প্ৰভাৱ দাঙি ধৰে, গোৱাৰ পৰ্যটন ৰাজসাহায্যৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁ কয় যে, ক্ষতিগ্ৰস্ত মানুহৰ বাবে নিবনুৱা ভাত্তা লগতে, খনি শিল্পৰ নিষেধাজ্ঞাৰ বাবে যিসকলে চাকৰি হেৰুৱাইছে তেওঁলোকক প্ৰতি মাহে পাঁচ হেজাৰ টকাকৈ দিব ।

কেজৰিৱালে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু বিজেপিক কটাক্ষ কৰি কয়, তেওঁলোকৰ নতুন আঁচনি বিনামূলীয়া পানী (ৰাজ্যৰ সৰ্বাধিক ৬০ শতাংশ আৱাসীৰ বাবে) আৰু দুৱাৰমুখত ডেলিভাৰী – কে’বা বছৰৰ পৰা দিল্লীত চলি আছে ।

My 7 Guarantees for Goa's youth

▪️Jobs for Goans, not just for MLA's relatives
▪️1 Job/family for unemployed
▪️3000/month until then
▪️80% pvt jobs reserved for Goans
▪️5000/month for unemployed in tourism due to COVID
▪️5000/month for mining ban affected
▪️Skill University

— Arvind Kejriwal (@ArvindKejriwal) September 21, 2021

আপৰ প্ৰধানজনে কয়, ‘ম‌ই শুনিছো (প্ৰমোদ) সাৱন্তে গোৱাত পানী বিনামূলীয়া কৰিছে.. এইটো ভাল খবৰ (কিন্তু) আমি দিল্লীত চাৰি বছৰ আগতেই কৰিছো । ম‌ই শুনিছো সাৱন্তে দুৱাৰমুখত ডেলিভাৰী দিয়াও আৰম্ভ কৰিছে… আমি দিল্লীত তিনি বছৰ আগতেই কৰিছো ।’

Why vote for "Duplicate" when you can vote for the "Original"?

– CM @ArvindKejriwal on BJP's CM Sawant COPYING Free water & Doorstep services scheme of Delhi Govt#KejriwalKiJobGuarantee pic.twitter.com/jIdThu7mym

— AAP (@AamAadmiParty) September 21, 2021

কেজৰিৱালে তিনিশ ইউনিট বিনামূলীয়া বিদ্যুৎ (উত্তৰাখণ্ড আৰু পঞ্জাৱৰ ভোটাৰসকলকো প্ৰতিশ্ৰুতি দিছিল আৰু দিল্লীৰ বাসিন্দাসকলৰ ইতিমধ্যে যি আছে তাৰ লগত সামঞ্জস্য ৰাখি) আৰু কয় যে ৰাজ্যৰ খেতিয়কসকলৰ বিদ্যুৎ বিল সম্পূৰ্ণৰূপে চৰকাৰে পৰিশোধ কৰিব । তেওঁ ভোটাৰসকলক ২৪ ঘণ্টা বিজুলী দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aam Aadmi PartyAAPArvind KejriwalBJPPramod Sawant
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d