Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hired workers in Nagaon FCI:নগাঁও এফচিআইত ভাড়াতীয়া শ্রমিকৰ পয়োভৰ

ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত নগাঁও এফচিআইত দুর্নীতি, ভুৱা তথ্যৰে লাখ লাখ টকা লুণ্ঠন

Editor by Editor
January 10, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Hired workers in Nagaon FCI:নগাঁও এফচিআইত ভাড়াতীয়া শ্রমিকৰ পয়োভৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Hired workers in Nagaon FCI:

ভাৰতীয় খাদ্য নিগম (এফচি আই)নগাঁৱস্থ মাণ্ডলিক কার্যালয়ত অনিয়মৰ পয়োভৰ ঘটিছে  | মাণ্ডলিক কার্যালয়টোত একাংশ তৃতীয় আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীয়ে অতিৰিক্ত সময়ৰ কর্তব্য সম্পাদন কৰা দেখুৱাই ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত ভুৱা তথ্যৰে প্রতি বছৰে লাখ লাখ টকা লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ADVERTISEMENT

অ’টিএ অর্থাৎ ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত কর্মচাৰীসকলৰ একাংশই কৰা এই দুর্নীতিত পূর্ণ সহযোগিতা আগবঢ়াইছে এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ন একাংশ বিষয়া-কর্মচাৰীয়ে। এফ চিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ত বছৰ বছৰ চলি থকা এই দুর্নীতি-অনিয়মৰ সন্দৰ্ভত বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰি আহিছে যদিও তালৈ কেৰেপকে নকৰে দুর্নীতিগ্ৰস্ত চক্রটোৱে।

প্রাপ্ত তথ্য অনুসৰি, এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ৰ অধীনস্থ ২১ জন তৃতীয় আৰু চতুর্থ শ্রেণীৰ কর্মচাৰীয়ে ২০১৯- ২০২০ত নিজৰ কৰ্ম সময়ৰ বাহিৰেও বহু ওপৰঞ্চি সময় কর্তব্য সম্পাদন কৰিছিল বুলি বিভাগীয় নথিত উল্লেখ আছে। ইয়াৰ বাবদ সেই কৰ্মচাৰীসকলক ওপৰঞ্চি সময়ৰ ভাত্তা আদায় দিয়া হৈছিল। ওপৰিঞ্চি সময় কর্তব্য সম্পাদন কৰা ২১ জন কৰ্মচাৰীক ওপৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ মুঠ ১৪ লাখ ৫৫ হেজাৰ ১৩২ টকা আদায় দিয়া হৈছিল।

ইয়াৰ ভিতৰত বৰ্ষটোত ওপৰঞ্চি সময়ৰ ভাত্তা পোৱাসকলৰ ভিতৰত সৰ্বনিম্ন ১৫,২৬৮ টকা আৰু সৰ্বাধিক ১,৫৬,৩৩৮ টকা লাভ কৰিবলৈ সক্ষম হয়। ঠিক একেদৰে ২০২০-২০২১ বিত্তীয় বৰ্ষটো এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ত ভুৱা তথ্যৰে একাংশ চতুৰ্থ আৰু তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীয়ে ওপৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ লাখ লাখ টকা সৰকাই নিবলৈ সক্ষম হয়।

বিত্তীয় বর্ষটোত মাণ্ডলিক কার্যালয়টোৰ অধীনত কৰ্মৰত মুঠ ৩৫ জন তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে ওপৰঞ্চি সময় কৰ্তব্য সম্পাদন কৰা দেখুৱাই ওপৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ পৰিশোধ কৰে মুঠ ১৮ লাখ ৬২ হেজাৰ ৬৭৬ টকা। বিত্তীয় বৰ্ষটোত ও পৰঞ্চি সময়ৰ ভাত্তাৰ বাবদ একোজন কৰ্মচাৰীয়ে সর্বাধিক ১,২৭,৭০০ টকা আৰু সর্বনিম্ন ৪,৯৯০ টকা লাভ কৰিছিল।

নগাঁও এফচিআইয়ে সংমণ্ডলটোৰ যিসকল তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক ওপৰঞ্চি সময়ৰ ভাত্তা আদায় দিছে তেওঁলোকে একোটা বিত্তীয় বর্ষত ৫০-৫৫ ঘন্টা পর্যন্ত ওপৰিঞ্চি সময়ৰ কাম কৰা বুলি বিভাগীয় নথিত উল্লেখ আছে। উল্লেখ্য যে এফচিআইৰ ওপৰঞ্চি সময় কাম কৰা কৰ্মচাৰীসকলৰ নামৰ তালিকাখন প্রথমে অনুমোদন জনায় অ’টিএ কমিটীয়ে। পাছত চূড়ান্ত তালিকাখনত স্বাক্ষৰ কৰি অনুমোদন জনায় মাণ্ডলিক প্ৰৱন্ধক আৰু জেনেৰেল মেনেজাৰে।

তাৰ পাছতহে ওপৰঞ্চি সময় কাম কৰা কৰ্মচাৰীসকলক ওপৰঞ্চি সময় ভাত্তাৰ ধন আদায় দিয়া হয়। অভিযোগ অনুসৰি, এই প্রক্রিয়াটোতেই ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হয়। একাংশ কৰ্মচাৰীয়ে কাৰ্যালয়লৈ দুপৰীয়া আহি দিনৰ দিনটো কেৱল আড্ডা মাৰি কটাই তেওঁলোকেই বিয়লি পলমকৈ কাৰ্যালয়ৰ পৰা ৰাওনা হয়। তেওঁলোকৰেই একাংশই ওপৰঞ্চি সময়ৰ কাম কৰা দেখুৱাই বছৰি হেজাৰ হেজাৰ টকা সৰকাই আহিছে।

এই কৰ্মচাৰীসকলে অ’টিএ কমিটীৰ একাংশ সদস্য, এফচিআইৰ একাংশ বিষয়া-কর্মচাৰীক মেনেজ কৰি এই দুর্নীতি-অনিয়ম সংঘটিত কৰি অহা বুলিও এফচিআইৰ একাংশ কৰ্মচাৰীয়েই অভিযোগ তুলিছে। এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ত ওপৰঞ্চি সময়ৰ কাম কৰা দেখুৱাই কেৱল তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়েই যে দুর্নীতি আৰু অনিয়মৰে লুণ্ঠন সংঘটিত কৰি আহিছে তেনে নহয়। অনুৰূপ লুণ্ঠন চলাই আহিছে আন একাংশ বিষয়া-কর্মচাৰীয়েও।

নগাঁও এফচিআইৰ মাণ্ডলিক কাৰ্যালয়ত ওপৰঞ্চি সময়ৰ ভাত্তাৰ নামত বছৰ বছৰ ধৰি চলি থকা লুণ্ঠনৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে। আনহাতে, নগাঁও এফচিআইৰ নিয়মীয়া শ্রমিকে নিজে কাম কৰিবলৈ নাহি ভাৰাতীয়া শ্ৰমিকৰ হতুৱাই কাম কৰাই থকা বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই শ্রমিকসকলে প্রতিমাহে ৬০-৭০ হেজাৰ টকাকৈ দৰমহা লাভ কৰে।

তেওঁলোকে নিয়োগ কৰা শ্ৰমিকক ২০-২৫ হেজাৰ টকাৰ মজুৰি দি নিজে ঘৰত থাকি অন্য ব্যৱসায়ত জড়িত হৈ কর্তব্যত ফাঁকি দি অহা পৰিলক্ষিত হৈছে। এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়টোত ওপৰঞ্চি ভাত্তাৰ নামত ২০২২-২০২৩, ২০২৩-২০২৪ বর্ষতো অনুৰূপ দুর্নীতি সংঘটিত হোৱা বুলিও একাংশ কৰ্মচাৰীয়ে অভিযোগ উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FCIHired workersNagaon
Editor

Editor

Related Posts

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d