Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

“অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’লহেতেন”: মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

"অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ'লহেতেন": মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

publisher by publisher
January 15, 2025
in Politics, National, News
Reading Time: 2 mins read
0
মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

1
SHARES
9
VIEWS
ShareShareShareShare

‘ভাৰত ১৯৪৭ চনত স্বাধীন হোৱা নাছিল । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতহে ভাৰতে প্ৰকৃত স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিব লাগে ।’আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ।

ADVERTISEMENT

বুধবাৰে কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা গান্ধী ভৱনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ভাগৱতৰ এই মন্তব্য ‘দেশদ্ৰোহী’। অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’লহেতেন । মোহন ভাগৱতৰ এই মন্তব্যৰ বাবে বিচাৰ কৰা হ’লহেতেন।

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

গান্ধীয়ে লগতে কয়, “আমি এটা নিৰ্দিষ্ট সময়ত এটা নতুন মুখ্য কাৰ্যালয় লাভ কৰিছো। ভাগৱতে কয় যে, সংবিধান আমাৰ স্বাধীনতাৰ প্ৰতীক নাছিল। মোহন ভাগৱতে স্বাধীনতা আন্দোলনৰ বিষয়ে কি ভাবে, সংবিধানৰ বিষয়ে কি ভাবে সেয়া প্ৰতি দুই বা তিনি দিনৰ ভিতৰত দেশবাসীক জনোৱাৰ ধৃষ্টতা কৰিছে । তেওঁ যি কৈছে সেয়া দেশদ্ৰোহী, এই সংবিধান অবৈধ, তেওঁ কৈছে যে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ কৰা সকলোবোৰ অবৈধ আছিল আৰু তেওঁ এইটো ৰাজহুৱাভাৱে কোৱাৰ ধৃষ্টতা কৰিছে ।”

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰা নাছিল বুলি কোৱাটো প্ৰতিজন ভাৰতীয়ৰ বাবে অপমান । আমাৰ এতিয়া এই টুলুঙা কথা শুনাৰ সময় বন্ধ হ’ব লাগে । এওঁলোকে কেৱল ভাটৌৰ দৰে কথা ক’বলৈ জানে আৰু টুলুঙা কথা চিঞৰি চিঞৰি কব পাৰে ।’

সোমবাৰে মোহন ভাগৱতে ইন্দোৰত এক সমাৱেশক সম্বোধন কৰি তেওঁ কয় যে, “অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো “প্ৰতিষ্ঠা দ্বাদাশী” হিচাপে উদযাপন কৰা উচিত কিয়নো এই দিনটোক ভাৰতৰ “প্ৰকৃত স্বাধীনতাৰ” দিন হিচাপে চিহ্নিত কৰা হয়। শতিকা ধৰি শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতে সেইদিনা ইয়াৰ প্ৰকৃত স্বাধীনতা প্ৰত্যক্ষ কৰিছিল। আমাৰ স্বাধীনতা আছিল, কিন্তু ইয়াক প্ৰতিষ্ঠা কৰা হোৱা নাছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ৰাজনৈতিক স্বাধীনতা লাভ কৰিছিল, আমি এখন সংবিধানো আনিছিলো । কিন্তু দেশখন ইয়াৰ চেতনাৰে চলা নাছিল। আমি কেনেকৈ স্বীকাৰ কৰিব পাৰোঁ যে, দেশবাসীৰ সপোন পূৰণ হৈছে? আমাৰ স্ব(আত্ম) হৈছে ৰাম, কৃষ্ণ আৰু শিৱ। তেওঁলোক কেৱল উপাসনা কৰা ভক্তসকলৰ বাবে নহয় । ৰামে উত্তৰৰ পৰা দক্ষিণলৈ, কৃষ্ণক পূবৰ পৰা পশ্চিমলৈ আৰু শিৱ ভাৰতৰ প্ৰতিটো চুকে-কোনে সংযোগ কৰে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mohan BhagwatRahul GandhiRahul Gandhi Slams Mohan Bhagwatঅযোধ্যাৰ ৰাম মন্দিৰইন্দিৰা গান্ধী ভৱনমোহন ভাগৱতলোকসভাৰ বিৰোধী দলৰ নেতাৰাহুল গান্ধী
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d