Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Independence Day Celebration In Rajib Bhawan: ৰাজীৱ ভৱনত স্বাধীনতা দিৱস উদযাপন, হেমপ্ৰভা শইকীয়াক সম্বৰ্ধনা ভূপেন বৰাৰ

আলফাৰ বোমা সংস্থাপনক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া, জেহাদক লৈ ৰাজনীতি কৰা মুখ্যমন্ত্ৰী আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ

publisher by publisher
August 16, 2024
in Uncategorized
Reading Time: 2 mins read
0
Independence Day Celebration In Rajib Bhawan: ৰাজীৱ ভৱনত স্বাধীনতা দিৱস উদযাপন, হেমপ্ৰভা শইকীয়াক সম্বৰ্ধনা ভূপেন বৰাৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Independence Day Celebration In Rajib Bhawan:

দক্ষ নহয়, অসমত এতিয়া অদক্ষ আৰু বাকচতুৰ নেতা এজনৰ শাসন চলিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সকলো দিশতে একপ্ৰকাৰ ব্যৰ্থ হৈছে। তেনে ব্যৰ্থতা থাকিবলৈ আৰু মূল ইছ্যুসমূহৰ পৰা মানুহৰ মনোযোগ আঁতৰ কৰিবলৈ ‘জেহাদ’ৰ দৰে শব্দ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰি আহিছে।

ADVERTISEMENT

স্বাধীনতা দিৱসৰ দিনটোতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে কুৰিৰো অধিক স্থানত বোমা সংস্থাপন কৰাৰ বিষয়টো উল্লেখ কৰি মাইক্ৰ’ব্লগিং ছাইট ‘এক্স’ (পূৰ্বৰ টুইটাৰ) যোগে এইদৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। কংগ্ৰেছ নেতাগৰাকীয়ে টুইটটোত কয়, ”বিকশিত অসমৰ ফোপোলা স্বৰূপ ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে জেহাদ আদিৰ দৰে শব্দ কিছুমান ব্যৱহাৰ কৰি আহিছে। স্বাধীনতা দিৱসৰ দিনটোতে ২৫টাকৈ স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা ঘটনাটো চোৰাংচোৱা আৰু সুৰক্ষাজনিত ব্যৰ্থতা।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

কিবা এটা হোৱা হ’লে বহু নিৰীহলোকৰ প্ৰাণহানি হ’লহেতেন আৰু সম্পদৰ হানি হ’লহেতেন। এয়া হৈছে দায়িত্বসহকাৰে কাম কৰাৰ সময়, কেৱল এনেই শূন্য শ্ল’গান আওৰাই থকাৰ সময় নহয়।’’ টুইটটোত ভূপেন বৰাই আৰু কয় যে ‘Awesome Assam’ৰ পৰিৱৰ্তে ”Awful Assam’ত এতিয়া চলিছে অপৰিপক্ক নেতা নেতৃত্বাধীন চৰকাৰৰ শাসন। ইফালে, আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সময়ত সংবাদিকৰে হোৱা বাৰ্তালাপত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে তেওঁ কাৰোবাৰ ষড়যন্ত্ৰ আৰু ভাবুকিলৈ ভয় কৰা মানুহ নহয়।

দেশৰ স্বাধীনতাৰ বাবে শ্বহীদ হোৱা মণিৰাম দেৱান, গোমধৰ কোঁৱৰ আদিৰ তালিকাত নিজৰ নাম লিখিবলৈ ভালপাব বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় আৰু ভাবুকিৰে কংগ্ৰেছী নেতাসকলক দমন কৰাৰ অপচেষ্টা চলাইছে। আয়কৰ বিভাগৰ তৰফৰ পৰা তেখেতলৈ এখন আয়-ব্যয়ৰ হিচাপৰ জাননী জাৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ নিকৃষ্ট ৰাজনীতিৰ পৰিচয় দিয়া বুলি উল্লেখ কৰি বৰাই কয়, ”কংগ্ৰেছত যদি কোনোবা অবৈধ সম্পত্তি গঢ়া লোক আছিল সেইসকল ইতিমধ্যে বিজেপিলৈ গৈ ৱাশ্বিং মেচিনত নিকা হৈছে।

এতিয়াৰ কংগ্ৰেছীয়ে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে।’’ ৰাজীৱ ভৱনত আজি শ শ লোকৰ উপস্থিতিত সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবৰ বাবে কংগ্ৰেছ নেতা-কৰ্মীক একত্ৰিত হ’বলৈ ভূপেন বৰাই আহ্বান জনায়। ইফালে, কংগ্ৰেছৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি সংকটৰ সময়ত দল পৰিচালনা কৰা প্ৰাক্তন মন্ত্ৰী তথা এসময়ৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য হৈ উত্তৰ-পূৰ্বাঞ্চলক নেতৃত্ব দিয়া ড: হেমপ্ৰভা শইকীয়াক আজি সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি ড: শইকীয়াই কয় যে দেশ আৰু জাতিৰ হকে তেওঁৰ পৰিয়ালে দীৰ্ঘদিন ধৰি আত্মউৎসৰ্গা কৰি আহিছে। তেওঁৰ স্বামী হিতেশ্বৰ শইকীয়াই অসমৰ নতুন প্ৰজন্মৰ উত্তৰণৰ বাবে জীৱন উৎসৰ্গা কৰা বুলিও ড: শইকীয়াই উল্লেখ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া, বলীন কুলী, মেহদী আলম বৰা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মীৰা বৰঠাকুৰ, ৰামান্না বৰুৱা, ৰাজেশ যোশী, কুশল শৰ্মা প্ৰমুখ্যে নেতাসকল আজি ৰাজীৱ ভৱনৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhupen Kr.BoraGuwahatiIndependence Day CelebrationRajib Bhawan
publisher

publisher

Related Posts

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 

April 21, 2026
Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d