Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rate-hole mining:ৰেট-হ’ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে

সেউজ ন্যায়াধিকৰণে দিয়া ৰায়ক বাহাল ৰাখিছিল ন্যায়ালয়ে

publisher by publisher
January 16, 2025
in India, News
Reading Time: 2 mins read
0
Rate-hole mining:ৰেট-হ’ল মাইনিঙক লৈ সোধা প্ৰশ্নৰ ছবছৰে উত্তৰ নাপালে সর্বোচ্চ ন্যায়ালয়ে
0
SHARES
2
VIEWS
ShareShareShareShare

Rate-hole mining:

উত্তৰ-পূবৰ পাহাৰবোৰত অবৈধ এন্দুৰৰ গাঁত সদৃশ খনন (ৰেট-হ’ল মাইনিং) সংশ্লিষ্ট চৰকাৰী বিষয়াবৰ্গৰ স’তে অসাধু লোকৰ শঠা মিতিৰালি অবিহনে চলি আছেনে? ছবছৰ পূর্বে কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক মৌখিকভাৱে এই প্রশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে। অৱশ্যে আজি পর্যন্ত ন্যায়ালয়ে প্রশ্নটোৰ উত্তৰ নাপালে। অলপতে ডিমা হাছাওৰ উমৰাংছ’ৰ এটা কয়লাৰ অবৈধ খনি (ৰেট-হ’ল মাইন)ত হঠাতে উপচি পৰা পানীত একাংশ শ্রমিক আবদ্ধ হৈ মৃত্যুমুখত পৰাৰ মৰ্মান্তিক ঘটনাৰ প্ৰতিক্রিয়া অব্যাহত থকাৰ সময়তে এই প্রসংগ পুনৰ চর্চালৈ আহিছে।

ADVERTISEMENT

উল্লেখ্য যে প্রশ্নটো সোধা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে ছিক্রিয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। ২০১৯ৰ জানুৱাৰীত ৰেট-হ’ল মাইনিং সম্পর্কীয় এটা গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ছিক্রিয়ে কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক মৌখিকভাভাৱে এই প্রশ্ন কৰে। গোচৰটোৰ শুনানিৰ সময়ত তেওঁ কয়, ‘কয়লাৰ অবৈধ খননৰ ফলত প্রাণহানিৰ ঘটনা ঘটিছে। যিসকল বিষয়াই কয়লাৰ এনে খননত অনুমতি দিছে তেওঁলোকৰ বিষয়ে কি ক’ব? বিষয়াবৰ্গৰ শঠা মিতিৰালি অবিহনে এনে ঘটনা নঘটিলহেঁতেন।’

RelatedPosts

মই অভিযুক্ত সঞ্জয় ৰয়ক নিৰ্দোৰ্ষী সাব্যস্ত কৰিম – অধিবক্তা সেঁজুতি চক্ৰৱৰ্তী

COAL MINE TRAGEDY IN DIMA HASAO : দেৱোলালক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাওক

কেন্দ্ৰ আৰু মেঘালয় চৰকাৰক ন্যায়ালয়ে এই প্রশ্ন কৰাৰ আগৰ বছৰ অর্থাৎ ২০১৮ৰ ১৩ ডিচেম্বৰত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত এটা দ’ ৰেট-হ’ল খনিত কৰ্মৰত অৱস্থাত দুৰ্যোগৰ ফলত ১৫জন শ্রমিক আবদ্ধ হৈ পৰে। এই শ্রমিকসকলক উদ্ধাৰ সংক্ৰান্তীয় দিশ ন্যায়ালয়ে বিবেচনা কৰি থকা সময়ত কেন্দ্ৰ আৰু মেঘালয় চৰকাৰৰ প্ৰতি এই কঠোৰ প্ৰশ্নবাণ নিক্ষেপ কৰে।

লক্ষ্যণীয় যে ২০১৪ৰ এপ্ৰিলত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে তাৎক্ষণিকভাৱে মেঘালয়ত ৰেট-হ’ল খনি নিষিদ্ধ কৰি কয়লাৰ অবৈধ পৰিবহণ বন্ধ কৰে। তৎসত্ত্বেও ২০১৮ৰ ১৩ ডিচেম্বৰত পূব জয়ন্তীয়া পাহাৰত ১৫জনকৈ শ্রমিক কৰ্মৰত অৱস্থাত অবৈধ খনিত আবদ্ধ হৈ পৰা ঘটনাটো সংঘটিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশটোক সমর্থন জনায় উচ্চতম ন্যায়ালয়েও। ন্যায়পালিকাৰ এনে কঠোৰতাৰ পাছতো মেঘালয় তথা উত্তৰ-পূবত এন্দুৰৰ গাঁত সদৃশ অবৈধ খনিত কয়লাৰ খনন অব্যাহত থাকে।

উল্লেখ্য যে ২০১২ৰ জুলাইতো মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ নংগালবিৱাত এটা ৰেট-হ’ল খনিত কৰ্মৰত অৱস্থাত ৩০জন শ্রমিক আবদ্ধ হৈ পৰে। এই শ্ৰমিকসকলৰ ১৫জনৰ মৃত্যু হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত কয়লাৰ অবৈধ খনন নিষিদ্ধ কৰা ৰায়ক সমর্থন জনোৱাৰ বাহিৰে একপ্ৰকাৰ গত্যন্তৰ নোহোৱা হয়।

অৱশ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ অধ্যক্ষতাত গঠন কৰা কমিটীখনে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰে যে ন্যায়পালিকাই ৰেট-হ’ল মাইনিং নিষিদ্ধ কৰাৰ পাছতো উত্তৰ-পূবত কয়লাৰ এনে অবৈধ খনন চলি আছে। ইয়াৰ কাৰণ হৈছে উত্তৰ-পূবৰ বিভিন্ন চিমেন্ট উৎপাদনকাৰী প্রতিষ্ঠান আৰু তাপবিদ্যুৎ প্রকল্পই বৃহৎ পৰিমাণৰ কয়লা বিচাৰে।

এইসমূহক যোগান দি বিপুল অংকৰ ধন আহৰণৰ উদ্দেশ্যে অসাধু চক্রই যে ৰেট-হ’ল মাইনিং অব্যাহত ৰাখিছে সেয়া কোৱা বাহুল্য মাথোঁ। ইপিনে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰেট-হ’ল মাইনিঙত আৰোপ কৰা নিষেধাজ্ঞাক প্রত্যাহ্বান জনাই ২০১৯ৰ জুলাইত মেঘালয় চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

অৱশ্যে ন্যায়ালয়ে সেউজ ন্যায়াধিকৰণৰ স্থিতিকে সমর্থন জনাই অবৈধ আৰু অবৈজ্ঞানিক কয়লা খননে সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ লগতে খনিৰ শ্ৰমিকসকলৰ নতুবা পৰিৱেশৰ স্বাৰ্থ ৰক্ষা নকৰে বুলি উল্লেখ কৰি গোচৰটোৰ মোখনি মাৰে। ন্যায়ালয়ে লগতে এই বুলিও স্পষ্ট কৰি দিয়ে যে যদিও কোনো ভূমিৰ গৰাকীৰ নিজৰ ভূমিত অধিকাৰ থাকে, তথাপি অনিয়ন্ত্ৰিত আৰু অবৈজ্ঞানিক কয়লা খনন চলাব নোৱাৰিব।

খনি আৰু খনিজ সামগ্রী (বিকাশ আৰু নিয়ন্ত্রণ) আইন ১৯৫৭, পৰিৱেশ (সুৰক্ষা) আইন ১৯৮৬ আৰু খনিজ সামগ্ৰী ৰেহাই বিধি ১৯৬০কে ধৰি আইনী বিধি অনুসৰিহে কয়লাৰ খনন হ’ব লাগিব বুলিও ন্যায়ালয়ে উল্লেখ কৰে। আনকি এডোখৰ ভূমিৰ গৰাকীয়ে নিজৰ মাটিত কয়লাৰ খনন কৰিলেও সেয়া সংশ্লিষ্ট আইনী ব্যৱস্থাৰ গণ্ডীত হ’ব লাগিব।

লক্ষ্যণীয় যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ত ৰেট-হ’ল মাইনিং নিষিদ্ধ কৰি দিয়া ৰায়ৰ সময়ত ৰাজ্যখনৰ চৰকাৰক কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ ওচৰত এশ কোটি টকা জমা দিবলৈও নির্দেশ জাৰি কৰে। মেঘালয় পৰিৱেশ সুৰক্ষা আৰু বাহালকৰণ পুঁজিৰ পৰা পৰিৱেশক পূর্বাৱস্থালৈ ঘূৰাই নিয়াৰ বাবে কেন্দ্ৰীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ ওচৰত এই বিপুল অংকৰ ধন জমা দিবলৈ সেউজ ন্যায়াধিকৰণে মেঘালয় চৰকাৰলৈ নিৰ্দেশ জাৰি কৰে।

আনহাতে, উচ্চতম ন্যায়ালয়ে পূৰ্বৰ ৰায়দানৰ সময়ত এই বুলি মন্তব্য কৰে যে এন্দুৰৰ গাঁত সদৃশ ব্যৱস্থা সৃষ্টি কৰি কয়লাৰ খনন কৰাটো এটা আদিম পদ্ধতি। এই পদ্ধতিত কয়লা খননৰ বাবে এডোখৰ স্থানত প্রথমে গছ-বন কাটি ভূমি মোকলাই লোৱা হয়। তাৰ পাছতে পাঁচৰ পৰা এশ মিটাৰ দ’ গাঁত খন্দা হয়। এনে গাঁত মাটিৰ তলত থকা কয়লাৰ স্তৰ স্পৰ্শ কৰাকৈ খন্দা হয়। তাৰ পাছতে কয়লাৰ স্তৰক সংযোগ কৰি সুৰংগ খন্দা হয়।

এনে সুৰংগৰ জৰিয়তে কয়লা বাহিৰলৈ অনা হয়। সুৰংগৰে কয়লা বাহিৰলৈ আনিবলৈ কৰ্মৰত শ্রমিকে শংকু আকৃতিৰ বাল্টি বা হস্ত নির্মিত চকা লগা চাঙি ব্যৱহাৰ কৰে। এনে অবৈধ খনি পাহাৰৰ এঢলীয়া ভাঁজত খন্দা হয়। মাটিৰ তলৰ কয়লা হেলনীয়া সুৰংগৰে বাহিৰলৈ অনা হয়। বাহিৰলৈ উলিওৱা কয়লা খনিৰ ওচৰৰ মুকলি ঠাইত শুকাবলৈ দিয়া হয়। শুকোৱাৰ পাছত পৰিবহণ কৰা হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Rate Hole Miningউচ্চতম ন্যায়ালয়কয়লা খননশ্রমিক আবদ্ধ
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d