Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Wildlife

Kakoijana Golden Langur:দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণৰ দিশত এখোজ

বঙাইগাঁৱৰ কাকৈজানাত পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা ওলোমা দলঙৰে সোণালী বান্দৰৰ জাক পাৰ হোৱাত আনন্দৰ বন্যা

publisher by publisher
January 17, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Kakoijana Golden Langur:দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণৰ দিশত এখোজ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Bongaigaon:বঙাইগাঁৱত প্ৰধান শিক্ষক সহ সাত শিক্ষক-কর্মচাৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী

Bongaigaon:জুবিন গাৰ্গৰ অন্তিম খন কথাছবি’ ৰৈ ৰৈ বিনালে’ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সহাৰী

Bongaigaon:বঙাইগাঁৱৰ কিষাণবজাৰত ভয়ংকৰ অঘটন

Kakoijana Golden Langur:

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নিৰ্মাণ কৰা এখন ওলোমা দলঙে বৰ্তমান বঙাইগাঁৱত ব্যাপক চৰ্চা লাভ কৰিছে ৷ কিয়নো ভূমিপৃষ্ঠৰ পৰা প্ৰায় ১২ মিটাৰ উচ্চতাত আৰু প্ৰায় ৩৪ মিটাৰ দৈৰ্ঘৰ ওলোমা দলংখন দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণৰ দিশত আশাৰ ৰেঙনি দেখুৱাইছে ৷

ADVERTISEMENT

ৰাইজৰ নিৰন্তৰ দাবী, প্ৰতিবাদ তথা জিলা প্ৰশাসনৰ তৎপৰতাত কাকৈজানাৰ শৌলমাৰীত দুষ্প্ৰাপ্য সোণালী বান্দৰৰ বাবেই চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা ৩০ মিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এখন ওলোমা দলঙেৰে যোৱা ১৪ জানুৱাৰীত সোণালী বান্দৰৰ জাক এটাই পথছোৱা পাৰ হোৱাৰ পিচতে কাকৈজানাবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত আনন্দৰ বন্যা বৈছে ৷

উল্লেখযোগ্য যে জিলাখনৰ কাকৈজানা প্ৰস্তাৱিত অভয়াৰণ্যখন হৈছে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ ৰম্যভূমি ৷ প্ৰাণীবিধ প্ৰত্যক্ষ কৰিবলৈয়ে প্ৰতিবছৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও পৰ্যটকৰ আগমণ ঘটে ৷ কিন্তু বনাঞ্চলত খাদ্যৰ অভাৱ হোৱা হেতুকেই বিগত কেইবাবছৰ ধৰি খাদ্য বিচাৰি সোণালী বান্দৰৰ জাকে জনাঞ্চললৈ নামি আহে আৰু কাকৈজানাৰ মাজেৰে পাৰ হৈ যোৱা ১১৭ নং [পূৰ্বৰ ৩১ নং] ৰাষ্ট্ৰীয় ঘাইপথছোৱাও পাৰ হয় ৷

ইয়াৰ ফলতে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু তীব্ৰবেগী বাহনৰ খুন্দাত ইতিমধ্যে কেইবাটাও সোণালী বান্দৰৰ মৃত্যুও হৈছে ৷ যাৰ বাবে দীৰ্ঘদিনৰ পৰা ৰাইজে সোণালী বান্দৰৰ অকাল মৃত্যু ৰোধৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত বাহনৰ গতিবেগ হ্ৰাস কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে সোণালী বান্দৰৰ বাবেই ওলোমা দলং নিৰ্মাণ কৰিবলৈও চৰকাৰ, প্ৰশাসনৰ ওচৰত দাবী জনাই আহিছিল ৷

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেন পথলৈ সম্প্ৰসাৰণ হোৱাৰ পিচতে পথছোৱা দুষ্প্ৰাপ্য প্ৰাণীবিধৰ বাবে অধিক বিপজ্জনক হৈ উঠে৷ কিন্তু ইয়াৰ পিচতো দুষ্প্ৰাপ্য প্ৰাণীবিধৰ সুৰক্ষাৰ বাবে বিগত দিনত চৰকাৰখনক কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ বাহনৰ গতিবেগ হ্ৰাসো নহ’ল ৷ ওলোমা দলং নিৰ্মাণৰ বিষয়টোও বহু দূৰতে থাকি গ’ল ৷ কিন্তু চৰকাৰৰ গাফিলতিৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথছোৱাত সোণালী বান্দৰৰ মৃত্যুৰ ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ ধৰাত অঞ্চলবাসী ক্ষোভিত হৈ পৰে ৷

golden monkey 2ইয়াৰ মাজতে নৱবৰ্ষৰ আৰম্ভণিতে ৪ জানুৱাৰীৰ পুৱাই পুনৰ এটা প্ৰাপ্তবয়স্ক মতা সোণালী বান্দৰে অচিনাক্ত বাহনৰ খুন্দাত মৃত্যুক সাৱতি লোৱাত উত্তেজিত হৈ পৰে ৰাইজ আৰু পথ অৱৰোধ কৰি প্ৰতিবাদো সাব্যস্ত কৰে ৷ চৰকাৰৰ লগতে প্ৰশাসনকো ককৰ্থনা কৰে ৰাইজে ৷ ইয়াৰ পিচতে জিলা আয়ুক্ত নৱদ্বীপ পাঠকে আৰক্ষী অধীক্ষক, বন বিভাগ, এন এইচ ডি চি এল, এ পি ডি চি এলৰ বিষয়াক লৈ ৰাইজৰ সৈতে আলোচনাত মিলিত হয় আৰু সোণালী বান্দৰৰ অকাল মৃত্যু ৰোধৰ বাবে তাৎক্ষণিক উপায় বিচাৰি ৰাইজৰ পৰাই পৰামৰ্শ বিচাৰে ৷

স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীসকলে ওলোমা দলঙৰ বিষয়টো উত্থাপন কৰাত জিলা আয়ুক্ত পাঠকে বিভাগীয় প্ৰক্ৰিয়াসমূহলৈ বাট নাচাই উক্ত স্থানতেই দুষ্প্ৰাপ্য প্ৰাণীবিধৰ সুৰক্ষাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি অতি সোনকালে পৰীক্ষামূলকভাৱে এখন ওলোমা দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি এ পি ডি চি এল আৰু এন এইচ আই ডি চি এলক এই সন্দৰ্ভত বন বিভাগক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈও তেওঁ সিদিনাই নিৰ্দেশ দিয়ে ৷

জিলা আয়ুক্তগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিচতে পিচদিনাৰ পৰাই সোণালী বান্দৰৰ এটা কৰিডৰ কাকৈজানাৰ শৌলমাৰীত পৰীক্ষামূলক ওলোমা দলং নিৰ্মাণৰ কাম আৰম্ভ হয়৷ ৰাইজৰ সহযোগত ৮ জানুৱাৰীত ওলোমা দলংখনৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হয় ৷ কিন্তু তাৰ পিচতো উক্ত দলঙেৰে সোণালী বান্দৰৰ জাক পাৰ হ’ব নে নাই তাক লৈ চিন্তা আছিল ৷ প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ৰায়েই কোৱা অনুসৰি কাকৈজানাত নিৰ্মাণ কৰা দলংখনেই হৈছে সোণালী বান্দৰৰ বাবে আটাইতকৈ দীঘল ওলোমা দলং৷

কোকৰাঝাৰৰ চক্ৰশীলা অভয়াৰণ্যত থকা সোণালী বান্দৰৰ বাবেও পথৰ ওপৰত ওলোমা দলং নিৰ্মাণ কৰা হৈছে যদিও তাৰ দৈৰ্ঘ্য ইয়াৰ আধাও নহ’ব ৷ সেয়ে সকলোৱে পৰীক্ষামূলক দলংখনক লৈ উদ্বিগ্নতাৰে সোণালী বান্দৰৰ জাক পাৰ হোৱা ক্ষণলৈ অপেক্ষাও কৰি আছিল ৷ আৰু সুখবৰটো আহিল দলংখন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ এসপ্তাহ নৌহওতেই ভোগালী বিহুৰ প্ৰথম দিনাই অৰ্থাৎ গৰু বিহুৰ দিনাই পুৱা সোণালী বান্দৰৰ জাক এটাই পূব দিশৰ পৰা আহি উক্ত ওলোমা দলংখনেৰেই পশ্চিম দিশলৈ পাৰ হয় ৷

এই দৃশ্য ম’বাইলেৰ কেমেৰাত বন্দী কৰে স্থানীয় যুৱক ৰাঘৱ ৰায় আৰু অৰুণ চন্দ্ৰ ৰায়ে ৷ সামাজিক মাধ্যমযোগে ভাইৰেল হোৱাৰ পিচতে অঞ্চলবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীসকলৰ মাজত আনন্দৰ বন্যা বয়৷ লগে লগে উক্ত স্থানত ভালেসংখ্যক লোকৰো সমাগম হয় ৷ ওলোমা দলং নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লোৱা জিলা আয়ুক্ত নৱদ্বীপ পাঠকো উক্ত স্থানত উপস্থিত হয় ৷ জিলা আয়ুক্ত গৰাকীয়ে অতি সোনকালে আন চাৰিটা কৰিডৰতো চাৰিখন ওলোমা দলং অতি সোনকালে নিৰ্মাণ কৰাৰ বাবে উদ্যোগ ল’ব বুলি জানিবলৈ দিয়ে ৷

ইফালে উক্ত স্থানত উপস্থিত থকা দীৰ্ঘদিনৰ পৰা সোণালী বান্দৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ওতোপ্ৰতোভাৱে জড়িত থকা স্থানীয় যুৱক হৰমোহন ৰাভাই পৰীক্ষামূলকভাৱে নিৰ্মাণ কৰা ওলোমা দলংখনেৰে সোণালী বান্দৰৰ জাক পাৰ হোৱাৰ দৃশ্যটো এক বুজাব নোৱৰা অনুভৱ বুলি কয় ৷ তেওঁ অতি শীঘ্ৰে আন চাৰিখন ওলোমা দলং নিৰ্মাণ কৰিবলৈ জিলা আয়ুক্ত গৰাকীক আহ্বান জনায় ৷

মন কৰিবলগীয়া যে কাকৈজানা প্ৰস্তাৱিত অভয়াৰণ্যৰ সোণালী বান্দৰ অকাল মৃত্যুৰ কাৰণ হৈছে দুটা ৷ বিদ্যুৎস্পৃষ্ট হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত সোণালী বান্দৰে প্ৰায়ে মৃত্যুক আকোৱালি লয় ৷ ইতিমধ্যে দুষ্প্ৰাপ্য প্ৰাণীবিধৰ অকাল মৃত্যু ৰোধৰ বাবে দাঁতিকাষৰীয়া গাঁওসমূহত বিদ্যুৎ পৰিবাহী তাঁৰসমূহ কেবললৈ ৰূপান্তৰ কৰি থকা হৈছে যদিও ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ হ্ৰাস কৰাটো সম্ভৱ হোৱা নাই ৷

পথছোৱাত স্পীড’মিটাৰ লগোৱাৰ বাবে দাবী উত্থাপন হৈ আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ বিপৰীতে দীৰ্ঘসময় জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা তথা শেহতীয়াকৈ পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কিছুদিন পূৰ্বে সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে পথছোৱাত গাড়ীৰ গতিবেগ হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁঠনি উন্নয়ন নিগমলৈ এখন পত্ৰ প্ৰেৰণ কৰিয়ে দায়িত্ব সামৰিছে ৷

সোণালী বান্দৰৰ আন চাৰিটা কৰিডৰতো চাৰিখন ওলোমা দলং নিৰ্মাণ কৰিলেই অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনৰ খুন্দাত সোণালী বান্দৰৰ অকাল মৃত্যু নঘটিব বুলি আশা ব্যক্ত কৰা হৈছে ৷ কিন্তু জিলাখনৰ সম্পদ তথা দুষ্প্ৰাপ্য প্ৰাণীবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰখনকো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ উল্লেখ্য যে দুষ্প্ৰাপ্য তথা স্থানিক প্ৰজাতিৰ সোণালী বান্দৰ বিশ্বৰ কেবল ভাৰতত অসমৰ বঙাইগাঁও, কোকোৰাঝাৰ, চিৰাং আৰু ধুবুৰী জিলাৰ লগতে ভূটানৰ পাদদেশতহে দেখিবলৈ পোৱা যায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BongaigaonGolden LangurHanging BridgeKakoijana Reserved Forest
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d