Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Physically Disabled Bhavna Bora Of Rangapara:ৰঙাপৰাৰ শাৰীৰিক ভাবে সক্ষম ভাৱনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ সৰ্বোচ্চ নম্বৰৰে ডিগ্ৰী লাভ 

হুইল চেয়াৰত বহি অধ্যয়ন কৰি আন শাৰীৰিক সক্ষম সকলক বাট দেখুৱাই গল 

publisher by publisher
June 27, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Physically Disabled Bhavna Bora Of Rangapara:ৰঙাপৰাৰ শাৰীৰিক ভাবে সক্ষম ভাৱনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় প্ৰশাসনৰ স্নাতকোত্তৰ সৰ্বোচ্চ নম্বৰৰে ডিগ্ৰী লাভ 
18
SHARES
179
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephant: ৰঙাপৰাৰ টেঙাবিলত বন্যহস্তীৰ বিচৰণ

Wild Elephant Attack in Rongapara:ৰঙাপৰাত শোকাৱহ ঘটনা ,বন্যহস্তীৰ আক্ৰমণত নিহত এজন

Tezpur:তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত উপাচার্যসহ পাঁচজনৰ জুমুঠি দাহ

Physically Disabled Bhavna Bora Of Rangapara:

ৰঙাপৰাৰ নামনিগাঁও নিৱাসী মন্টু বৰা আৰু নিৰ্মলা বৰাৰ কন্যা ভাৱনাই বাণিজ্য বিভাগত অধ্যয়ন কৰাৰ ইচ্ছা সৰুৰে পৰা আছিল আৰু শাৰীৰিকভাৱে সক্ষম হৈও দৃঢ় মনৰ বাবে এই সফলতা অৰ্জন কৰিবলৈ অৱশেষত সক্ষম হৈছে। যথেষ্ট কষ্টৰে কন্যাৰ জীৱন গঢ়াৰ সংগ্রামে সফলতা লাভ কৰাত তেওঁলোক অত্যন্ত সুখী বুলি পিতৃ মন্টু বৰাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

ADVERTISEMENT

তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী দিব্যাংগ ছাত্ৰীৰ এনেধৰণৰ সাফল্যই কেৱল বিশ্ববিদ্যালয়তে নহয়, ৰঙাপৰাতো আনন্দৰ বন্যা বোৱাইছে। উল্লেখ্য যে ভাৱনাই ২০০৭ চনত জ্বৰত আক্ৰান্ত হৈছিল। চিকিৎসাৰ ভুলৰ বাবে তেওঁৰ দুয়োখন ভৰিয়েই অচল হৈ পৰে। সামান্য উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া পিতৃ মন্টু বৰাই দেশৰ বহু প্রতিষ্ঠিত চিকিৎসালয়ত চিকিৎসা কৰোৱায় যদিও ব্যর্থ হয়।

ইপিনে, দুৰ্বাৰ হেঁপাহেৰে অধ্যয়ন কৰি এগৰাকী প্ৰতিষ্ঠিত নাগৰিক হ’বলৈ বিচৰা ভাৱনাই সপ্তম শ্রেণীলেকৈ ঘৰতে অধ্যয়ন কৰে। চিকিৎসকৰ ভুলৰ বাবে অচল দুয়োখন ভৰি বিপৰীতে ২০১৪ৰ পৰা হুইল চেয়াৰত বহি অধ্যয়ন কৰাৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হয় । সৰুৰে পৰা মেধাসম্পন্ন ছাত্ৰীগৰাকীয়ে ‘শুশ্রূষা, শিক্ষা আৰু পেছা ২০১৮’ শীৰ্ষক ৰচনা প্রতিযোগিতাতো উত্তৰ- পূব ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

তেওঁ এইবাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসনৰ (বিজনেছ এডমিনিষ্টেচন) স্নাতকোত্তৰ ডিগ্রী লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। মানৱ সম্পদ ব্যৱস্থাপনা আৰু বিত্ত বিষয়ক বিশেষ বিষয় হিচাপে অধ্যয়ন কৰি ৮.৭৭ চিজিপিৰে সৰ্বোচ্চ নম্বৰ লাভ কৰি মনে বিচৰাৰ দৰে আগবাঢ়ি যাবলৈ সক্ষম হয়।

ৰঙাপৰাৰ বিশেষভাৱে সক্ষম ভাৱনাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৭.৬ শতাংশ নম্বৰ লাভ কৰাৰ লগতে ২০১৭ বৰ্ষত ৰঙাপৰাৰ গ্রীন ডেল স্কুলৰ পৰা ১০ প্লাছ গ্রেড ‘এ’ লাভ কৰি উত্তীৰ্ণ হৈছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: M.A In Business AdministrationPhysically Disabled Bhavna BoraRangaparaTezpur University
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d