Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Donald Trump is sworn in as President:নির্বাচনী প্রতিশ্রুতি পূৰণৰ অংগীকাৰেৰে মার্কিন ৰাষ্ট্ৰপতিৰ পদত ট্রাম্প

অসাধাৰণ ক্ষমতা প্রয়োগ কৰি ঘনিষ্ঠক সুৰক্ষিত কৰি গ'ল বিদায়ী ৰাষ্ট্ৰপতি বাইডেনে

publisher by publisher
January 21, 2025
in News, International
Reading Time: 4 mins read
0
Donald Trump is sworn in as President:নির্বাচনী প্রতিশ্রুতি পূৰণৰ অংগীকাৰেৰে মার্কিন ৰাষ্ট্ৰপতিৰ পদত ট্রাম্প
1
SHARES
7
VIEWS
ShareShareShareShare

Donald Trump is sworn in as President:

নির্বাচনী প্রতিশ্রুতি অংগীকাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে শপতগ্রহণ কৰিলে প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। শপত গ্রহণৰ প্ৰাকক্ষণত নৱনির্বাচিত ৰাষ্ট্ৰপতিজনে অগণন সমৰ্থকৰ উপস্থিতিত এক ‘বিজয় সমাবেশ’ত অংশ লয়। বৰফ-বৰষুণে নমাই অনা প্রচণ্ড শীতক নেওচি সমবেত হোৱা উচ্ছসিত সমর্থকসকলক উদ্দেশি ভাষণ দি ট্রাম্পে অংগীকাৰ কৰে যে তেওঁ প্রধান নির্বাচনী প্রতিশ্রুতিসমূহ খৰতকীয়াকৈ পূৰণ কৰিব।

ADVERTISEMENT

উল্লেখ্য যে ট্রাম্পে বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰত প্ৰতিশ্রুতি দিয়ে যে তেওঁ কার্যকালৰ প্ৰথম দিনটোতে অনুপ্ৰৱেশত কঠোৰ সীমাবদ্ধতা আৰোপ কৰিব। লগতে তেওঁ আমেৰিকাই সম্মুখীন হোৱা প্ৰতিটো সংকট ঐতিহাসিক গতি আৰু শক্তিৰে মোচন কৰিব। গতিকে ট্রাম্পে কাৰ্যভাৰ গ্ৰহণৰ পাছতে অনুপ্ৰৱেশৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সম্ভাৱনা প্ৰৱল হৈছে। শপতগ্ৰহণৰ প্ৰাকক্ষণত তেওঁ কয়, ‘মঙলবাৰে বেলি ডুব যোৱাৰ লগে লগে আমাৰ দেশত চলা আক্রমণ বন্ধ হ’ব।’

RelatedPosts

পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি: আমেৰিকা–ইৰান সংঘাতত তীব্ৰ সামৰিক অভিযান

এপষ্টেইন তদন্তৰ নথি প্ৰকাশ: ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে অচিনাক্ত মহিলাৰ গুৰুতৰ অভিযোগ

ইৰান যুদ্ধত ১৮.৮৭ লাখ কোটি টকা ব্যয় হ’ব পাৰে ট্রাম্প প্ৰশাসনৰ

তেওঁ এই হুংকাৰ দিয়াৰ লগে লগে উচ্ছসিত সমর্থকসকলে হর্ষোল্লাস কৰে। কেপিটেল ৱান এৰেনাত আয়োজিত এই সমাবেশত তেওঁ উচ্ছ্বসিত সমর্থকসকলক উদ্দেশি পুনৰ আমেৰিকাক শ্রেষ্ঠ কৰাৰো প্ৰতিশ্রুতি দিয়ে। উল্লেখ্য যে ৰিপাব্লিকান ট্রাম্পে ২০১৬ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ পৰাই অনুপ্ৰৱেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দি আহিছে।

trump 2সম্প্রতি ৭৮ বছৰীয়া নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিজনে এই সমাবেশত লগতে কয়, ‘৭৫ দিন পূর্বে আমি এক মহাকাব্যিক বিজয় সাব্যস্ত কৰিলো। দেশত কেতিয়াও এনে ঘটনা সংঘটিত হোৱা নাছিল। আমাৰ দেশে সম্মুখীন হোৱা প্ৰতিটো সমস্যা কাইলৈৰ পৰা মই শক্তি-সামর্থ্যৰ ঐতিহাসিক গতিৰে সমাধান কৰিম।’ আনহাতে, ২০২১ৰ জানুৱাৰীত মার্কিন কেপিটল হিলত সংঘটিত আক্ৰমণৰ গোচৰত দোষী সাব্যস্ত অথবা অভিযুক্ত হোৱা ১৫শৰো অধিক লোকক ক্ষমা কৰি দিব বুলি তেওঁ এই সমাবেশত দোহাৰে।

তদুপৰি বাইডেন প্রশাসনে জাৰি কৰা প্ৰতিটো মৌলবাদী আৰু মূর্খামিৰে ভৰা কাৰ্যবাহী নির্দেশ বাতিল কৰিব বুলিও তেওঁ অংগীকাৰ কৰে। লক্ষ্যণীয় যে দুটা মহাভিযোগ, দুটাকৈ হত্যাৰ ষড়যন্ত্ৰ আৰু এবাৰ আদালতৰ দ্বাৰা অপৰাধ গোচৰত দোষী সাব্যস্ত হোৱা আদি প্রত্যাহ্বান অতিক্ৰম কৰি ট্রাম্প বিগত ৰাষ্ট্ৰপতি নির্বাচনত পুনৰ হোৱাইট হাউছলৈ নির্বাচিত হয়। শপত গ্রহণ অনুষ্ঠানত ট্রাম্পৰ পত্নী মেলিনিয়া ট্রাম্পো উপস্থিত থাকে।

আনহাতে, ট্রাম্পৰ শপত গ্রহণলৈ কিছু সময় বাকী থকা অৱস্থাত ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰথম মহিলা জিল বাইডেনে হোৱাইট হাউছত তোলা তেওঁলোকৰ অন্তিম চেলফি শ্বেয়াৰ কৰি মার্কিন নাগৰিকসকললৈ এক বিদায়ী বাৰ্তা প্ৰেৰণ কৰে। এই বিদায়ী বার্তাত তেওঁলোকে কয়, ‘আমেৰিকা, তোমাক ভালপাওঁ।’ তাৰ পাছতে বাইডেন দম্পতীয়ে হোৱাইট হাউছত ট্রাম্প দম্পতীৰ স’তে এক আনুষ্ঠানিক চাহ-কফি পান পর্বত অংশ লয়।

# ৰাষ্ট্ৰপতিৰ অসাধাৰণ ক্ষমতা প্রয়োগ কৰি ঘনিষ্ঠক সুৰক্ষিত কৰিলে বাইডেনে

ট্রাম্পে ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ অসাধাৰণ প্ৰয়োগ কৰি একাংশ ঘনিষ্ঠক আইনী মেৰপেচৰ পৰা ৰক্ষা কৰি গ’ল বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনে।

ভৱিষ্যতে আইনী মেৰপেচত সাঙোৰ খোৱাৰ সম্ভাৱনাৰ পৰা ৰক্ষা পৰা এই লোকসকল হ’ল বাইডেনৰ ক’ভিড-১৯ মহামাৰীৰ প্রাক্তন উপদেষ্টা এন্থনী ফাউচি, অৱসৰপ্ৰাপ্ত সঞ্চালক মার্ক মিলেই আদি।

এইসকলক ট্রাম্পে ৰাজনৈতিক উদ্দেশ্য প্রণোদিতভাবে আইনী মেৰপেচত সাঙোৰাৰ আশংকা কৰি ৰাষ্ট্ৰপতি বাইডেনে কার্যকালৰ অন্তিম ক্ষণত এনেদৰে সুৰক্ষা দিয়ে। ৰাষ্ট্ৰপতিৰ দ্বাৰা সুৰক্ষা পোৱাসকলৰ মাজত ২০২১ৰ ছয় জানুৱাৰীত মার্কিন কেপিটল হিলত ট্রাম্পৰ সমৰ্থকসকলে সংঘটিত কৰা আক্ৰমণৰ ঘটনাৰ মার্কিন ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ তদন্ত সমিতিখনৰ সদস্যবর্গ, কৰ্মচাৰী আৰু সাক্ষীসকলো আছে।

এই সকলক আইনী মেৰপেচৰ পৰা ৰক্ষা কৰাৰ কথা সদৰী কৰি এক বিবৃতিত বাইডেনে কয়, ‘এইসকল অসামৰিক বিষয়া-কর্মচাৰীয়ে সম্মান আৰু মৰ্যাদাৰে আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়ালে আৰু তেওঁলোক অযুক্তিকৰ আৰু ৰাজনৈতিক উদ্দেশ্য প্রণোদিত আইনী মেৰপেচৰ পৰা ৰক্ষা পোৱাৰ যোগ্য।’ সম্প্রতি পৰিস্থিতি ব্যতিক্ৰম বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘এতিয়াৰ পৰিস্থিতি ব্যতিক্ৰম আৰু এনে অৱস্থাত মই একো নকৰাকৈ সুবিবেচক হৈ থাকিব নোৱাৰো।’

লক্ষ্যণীয় যে প্রাক্তন সঞ্চালক মার্ক মিলেইক লৈ ট্রাম্প ক্ষুণ্ণ হৈ আছে। ট্রাম্পৰ প্ৰথম ৰাষ্ট্ৰপতি কার্যকালত মিলেই হোৱাইট হাউছৰ যুটীয়া মুখ্য বিষয়া আছিল। পৰৱৰ্তী সময়ত তেওঁ ট্রাম্প সম্পর্কে সাংবাদিক ব’ব উডৱাৰ্ডক কয় যে ট্রাম্প হাড়ে-হিমজুৰে ফেচীবাদী আৰু দেশখনৰ প্ৰতি তেওঁ সবাতোকৈ ভয়ংকৰ ব্যক্তি। মিলেই লগতে অভিযোগ উত্থাপন কৰিছিল যে ট্রাম্পে চীনৰ ৰাষ্ট্ৰপতিক কেপিটল হিলত আক্রমণত সহায় কৰিবলৈ গোপনে আহ্বান জনাইছিল।

একেদৰে তেওঁ চীন আক্ৰমণৰ আঁচনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাই বুলিও বেইজিঙক নিশ্চয়তা দিছিল বুলিও মিলেই আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি থৈছে। লক্ষ্যণীয় যে ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানলৈ চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙেও নিমন্ত্রণ পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMPNew PresidentswornUS
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d