Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Senior Maoist leader with Rs 1 cr bounty among 14 gunned down in encounter: এজন এজনকৈ শীৰ্ষ মাওবাদী ধৰাশায়ী

ওড়িছা আৰু চত্তিছগড় সীমান্তত সংঘৰ্ষত কমেও ২০ মাওবাদী নিহত,নিশা গুলীৰ বিনিময়, প্ৰাণ হেৰুৱালে মূৰৰ বিনিময়ত এক কোটি পুৰস্কাৰ ঘোষিত শীর্ষ নেতা চলপতিয়েও, বৃহৎ সফলতা আখ্যা কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ

publisher by publisher
January 22, 2025
in India, News
Reading Time: 4 mins read
0
Senior Maoist leader with Rs 1 cr bounty among 14 gunned down in encounter: এজন এজনকৈ শীৰ্ষ মাওবাদী ধৰাশায়ী
4
SHARES
36
VIEWS
ShareShareShareShare

Senior Maoist leader with Rs 1 cr bounty among 14 gunned down in encounter:

নিষিদ্ধ মাওবাদী সংগঠনত মোক্ষম আঘাত হানিলে নিৰাপত্তা বাহিনীয়ে। ওড়িছা আৰু চত্তিছগড় সীমান্তত নিৰাপত্তা বাহিনীৰে হোৱা এক তুমুল সংঘর্ষত এজন শীর্ষ নেতাসহ কমেও ২০জন মাওবাদীয়ে প্রাণ হেৰুৱাইছে। মঙলবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হোৱা দুয়ো পক্ষৰ এই সংঘর্ষত চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ৰেড্ডী ওৰফে চলপতিও ধৰাশায়ী হয়।

ADVERTISEMENT

উল্লেখ্য যে নিৰাপত্তা বাহিনীয়ে চলপতিৰ মূৰৰ বিনিময়ত এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। মঙলবাৰে সন্ধিয়াৰ পৰা ওড়িছা- চত্তিছগড় সীমান্তত চলা সংঘর্ষত চলপতিসহ ২০ জনকৈ মাওবাদী ধৰাশায়ী হোৱাৰ তথ্য উদ্ধাৰ হোৱাত নিৰাপত্তা বাহিনীয়েই নহয়, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো উৎফুল্লিত হৈছে। নিৰাপত্তা বাহিনীয়ে এই অভিযানত বৃহৎ সাফল্য অর্জন কৰিলে বুলি মন্তব্য কৰি ‘এক্স’ত এটা প’ষ্টত গৃহমন্ত্রী শ্বাহে কয়, ‘মাওবাদীমুক্ত ভাৰত গঢ়াত আমাৰ নিৰাপত্তা বাহিনীয়ে আৰু এটা বৃহৎ সাফল্য লাভ কৰিলে। চিআৰপিএফ, ওড়িছাৰ এছঅজি আৰু চত্তিছগড় আৰক্ষীৰ যৌথ অভিযানত ওড়িছা-চত্তিছগড় সীমান্তত ২০জন মাওবাদী নিহত হৈছে।’

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

Private Plane Crash in Chhattisgarh:ছত্তীশগড়ৰ যশপুৰত ব্যক্তিগত বিমান দুৰ্ঘটনাগ্রস্ত

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

আনহাতে, নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি, কালি চিআৰপিএফসহ ওড়িছা আৰু চত্তিছগড় আৰক্ষীৰ দল ওড়িছাৰ নৌপাৰা আৰু চত্তিছগড়ৰ গৰিয়াৰবন্দৰ সীমান্তৰ জংঘলৰে আগুৰা ঠাইত মাওবাদীৰ বিৰুদ্ধে অভিযানত নামে। সীমান্তৱর্তী অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী চলাই থকাৰ সময়তে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি মাওবাদীয়ে গুলিবর্ষণ কৰে।

ইয়াৰ প্ৰত্যুত্তৰ নিৰাপত্তা বাহিনীয়েও গুলিৰে দিয়াত দুয়ো পক্ষৰ মাজত তুমুল সংঘর্ষৰ সূত্রপাত ঘটে। এই সংঘর্ষ গোটেই নিশা চলি থাকে। সংঘর্ষত ২০জন মাওবাদী নিহত হয় বুলি নিৰাপত্তা বাহিনীয়ে প্রকাশ কৰিছে। সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা এছ এল আৰকে ধৰি বৃহৎসংখ্যক অস্ত্র-শস্ত্র আৰু বোমা উদ্ধাৰ কৰে বুলি সূত্রই জনায়।

অৱশ্যে অঞ্চলটোত কিমানজন মাওবাদীয়ে আশ্রয় লৈ আছিল, সেই তথ্য স্পষ্ট নহয় বুলি নিৰাপত্তা বাহিনীয়ে প্রকাশ কৰিছে। ওড়িছা আৰক্ষীৰ মতে, সীমান্তৱর্তী অঞ্চলটোত আশ্রয় লৈ থকা অধিকাংশ মাওবাদী এই সংঘর্ষত নিহত হয়। নিহতসকলৰ মাজত মাওবাদীৰ গেৰিলা বাহিনী পিপ’লছ লিবাৰেছন গেৰিলা আর্মী (পিএলজিএ)ৰ দুজন সদস্যও আছে বুলি নিৰাপত্তা বাহিনীয়ে দাবী কৰিছে। সূত্রই জনোৱা মতে, যোৱা ১৯ জানুৱাৰীৰ পৰা ওড়িছা আৰু চত্তিছগড় আৰক্ষীয়ে মাওবাদীৰ বিৰুদ্ধে যৌথ অভিযান আৰম্ভ কৰে।

এই অভিযানত চিআৰপিএফৰ বিশেষ প্রশিক্ষণৰত বাহিনী ‘কোব্রা’ৰ ২০৬ বেটেলিয়নে সহযোগ কৰে। উল্লেখ্য যে যোৱা ১৭ জানুৱাৰীত চত্তিছগড়ৰ বাস্তাবত মাওবাদীৰ এক আইইডি বিস্ফোৰণত চিআৰপিএফৰ কোব্ৰা বাহিনীৰ দুজন জোৱান আহত হয়।

#কোন এই জয়ৰাম ৰেড্ডী ওৰফে চলপতি ?

যোৱা নিশা নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত ধৰাশায়ী হোৱা জয়ৰাম ৰেড্ডী ওৰফে চলপতিয়ে দীর্ঘকাল ধৰি নিৰাপত্তা বাহিনীৰ নিদ্রাহৰণ কৰি আছিল। তেওঁ বহু নামেৰে জনাজাত আছিল। এনে নামসমূহৰ অন্যতম হৈছে ৰামচন্দ্র ৰেড্ডী, আপ্পা ৰাও আৰু ৰামু। অৱশ্যে তেওঁ চলপতিৰূপে অধিক জনাজাত আছিল। বাওঁ উগ্রবাদ বর্তাই ৰখাত চলপতিয়ে গুৰুত্বপূর্ণ ভূমিকা লৈছিল বুলি নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত ৬০ বছৰ হোৱা চলপতিৰ ঘৰ অন্ধপ্ৰদেশৰ চিতোৰৰ মদনপাল্লেত আছিল। দশম শ্রেণীলৈকে শিক্ষা গ্রহণ কৰা চলপতিয়ে নিষিদ্ধ মাওবাদী সংগঠনত যোগদান কৰাৰ পাছতে প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁ’ চিপিআই (মাওবাদী) ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদো লাভ কৰে। সংগঠনটোৰ এই কেন্দ্রীয় সমিতিয়েই হৈছে সংগঠনৰ সর্বোচ্চ নীতি নির্ধাৰক সংস্থা।

কেন্দ্রীয় সমিতিৰ সদস্য পদত কার্যনির্বাহ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ নিষিদ্ধ সংগঠনটোৱে চলোৱা ‘অভিযান’ত গুৰুত্বপূর্ণ দায়িত্ব পালন কৰে। নিৰাপত্তা বাহিনীয়ে এই তথ্য উদ্ধাৰ কৰি তেওঁৰ মূৰৰ বিনিময়ত এক কোটি টকা ধার্য কৰে। নিৰাপত্তা বাহিনীৰ সূত্ৰৰ মতে, চত্তিছগড়ৰ বাস্তাবৰ ঘন আৰু অভেদ্য বনাঞ্চলসমূহৰ অন্তর্ভাগৰ বাট-পথ চলপতিৰ নখ দর্পণত আছিল। তেওঁক দিনটোৰ সকলো সময়তে ৮-১০জন দেহৰক্ষীয়ে সুৰক্ষা দিছিল।

চলপতি একে-৪৭ আৰু এছএলআৰ ৰাইফলৰ লেখীয়া উন্নত অস্ত্র চালনাত পাৰদর্শী আছিল। তদুপৰি তেওঁৰ ৰণকৌশল প্রস্তুতত পাৰদৰ্শিতা, নেতৃত্ব প্রদানৰ দক্ষতা আৰু পাহাৰীয়া প্রত্যাহ্বানজনক বাট-পথত সংগঠনৰ নেতা-কর্মীক সক্ৰিয় কৰি তোলাত দক্ষতা প্রদর্শন কৰে। এনে কাৰ্যৰ জৰিয়তে তেওঁ কুখ্যাত হৈ পৰে আৰু নিৰাপত্তা বাহিনীৰ ‘ম’ষ্ট ৱান্টেড’ৰ তালিকাভুক্ত হয়।

সূত্ৰৰ মতে, শেহতীয়াভারে আবুঝমাডত নিৰাপত্তা বাহিনীবে সংঘর্ষ বৃদ্ধি পোৱাত চলপতিয়ে তেওঁৰ বাসস্থলী ওড়িছা সীমান্তৰ গৰিয়াৰবন্দলৈ স্থানান্তৰ কৰে। এই স্থানত তেওঁ সুৰক্ষিত কার্য পৰিচালনা মণ্ডলৰূপে গণ্য কৰে বুলি সূত্রই প্রকাশ কৰিছে। অৱশ্যে মূৰকত তাতো তেওঁৰ শেষ বক্ষা নহ’ল। নিৰাপত্তা বাহিনীৰ সূত্রই প্রকাশ কৰা মতে, ওড়িছা সীমান্তৰ পৰা পাঁচ কিলোমিটাৰ নিলগৰ চত্তিছগড়ৰ কুলাবিঘাট সংৰক্ষিত বনাঞ্চলত কিছুসংখ্যক মাওবাদীয়ে আশ্রয় লৈ থকা বুলি চোৰাংচোৱাৰ বাৰ্তা পাই নিৰাপত্তা বাহিনীয়ে কালি যৌথ অভিযান আৰম্ভ কৰে।

এই অভিযানত ১৯জন সতীর্থসহ চলপতি ধৰাশায়ী হয়। উল্লেখ্য যে মাওবাদীসকলক মূলসুতিলৈ ঘূৰাই আনিবলৈ কেন্দ্রীয় চৰকাৰেও চেষ্টা অব্যাহত ৰাখিছে। এনে চেষ্টালৈ সঁহাৰি দি যোৱা বছৰ ৮০২জন মাওবাদীয়ে চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰে। তদুপৰি বছৰটোত নিৰাপত্তা বাহিনীয়ে কমেও আঠশ মাওবাদীক গ্রেপ্তাৰ কৰে। আনহাতে, বছৰটোত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত ২১৯জন মাওবাদীৰ মৃত্যু হয়। ইয়াবে অধিকাংশ তথা ২১৭জন চত্তিছগড়ৰ বাস্তাৰ অঞ্চলৰ আছিল। বাস্তাৰ অঞ্চল , দান্টেৱাড়া, কানকেৰ, বিজাপুৰ, নাৰায়ণপুৰ, কোন্দাগাঁও আৰু সুকমা জিলাক সামৰি গঠিত হৈছে।

#কিষেণজীৰ পৰা চলপতিলৈ! দুটা দশকত সংঘর্ষত কমেও

নজন মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য নিহত

যোৱা নিশাৰ সংঘৰ্ষত চলপতি ধৰাশায়ী হোৱাটোক নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযানৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে নিৰাপত্তা বাহিনীয়ে।

উল্লেখ্য যে বিগত দুটা দশকত মাওবাদীৰ কেন্দ্রীয় সমিতিৰ কমেও নজন সদস্যৰ সংঘৰ্ষত মৃত্যু হয়। সম্প্রতি এই তালিকাত সংযোজন হ’ল চলপতিৰ নাম। এই তালিকাৰ প্ৰথমজন হ’ল কিষেণজী ওৰফে মাল্লোজুলা কোটেশ্বৰ ৰাও।
উল্লেখ্য যে ২০০৪ৰ ২১ ছেপ্টেম্বৰত দেশত অতি বাওঁ সশস্ত্র আন্দোলনে এক নতুন মাত্রা পাইছিল। উক্ত দিনা চিপিআই (মাওবাদী)ৰ জন্ম হয়। নিষিদ্ধ ঘোষিত এই চিপিআই (মাওবাদী) গঠিত হয় মাওবাদী কমিউনিষ্ট চেণ্টাৰ (এমচিচি) আৰু জনযুদ্ধ (চিপিআই-এমএল-পিডব্লিউজি) মিলি।

আনহাতে, সংগঠন দুটা একেখন মঞ্চত চামিল হোৱা উপলক্ষে বিভিন্ন ৰাজ্য নিষিদ্ধ সংগঠনটোৱে ‘মিলন সমাবেশ’ আয়োজন কবে। চত্তিছগড়ৰ ঝাৰগ্ৰাম জিলাৰ বেলপাহাবিৰ চাকাডোবাত নিষিদ্ধ মাওবাদী সংগঠনে এই মিলন সমাবেশ অনুষ্ঠিত কৰে ৷ এই মিলন সমাবেশত সংগঠনৰ নতুন নেতৃত্বয়ো অংশগ্রহণ কৰে। তাৰ পাছৰে পৰা নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী) য়ে বিভিন্ন ৰাজ্যত কূটাঘাত অব্যাহত ৰাখিছে।

সংগঠনটোৰ সশস্ত্র শাখা পিপ’লছ লিবাৰেছন গেৰিলা আমীৰ আক্রমণত সহস্রাধিক কেন্দ্রীয় অর্ধসামৰিক বাহিনী, আৰক্ষী আৰু সাধাৰণ লোকে প্রাণ হেৰুৱাইছে। ইয়াৰ সমান্তৰালভাৱে নিৰাপত্তা বাহিনীৰ অভিযানত নিষিদ্ধ সংগঠনটোৰ বহুসংখ্যক নেতা-কর্মীৰ প্ৰাণহানি ঘটিছে। এইসকলৰ মাজত কে’বাজনো কেন্দ্রীয় সমিতিৰ সদস্য আছিল। সংঘর্ষত নিহত এই মাওবাদী নেতাসকলৰ অন্যতম হ’ল ২০০৭ত অন্ধ্রপ্রদেশত ধৰাশায়ী হোৱা সন্দে ৰাজামৌলি, ২০১০ত অন্ধ্রপ্রদেশৰে আদিলাবাদত নিৰাপত্তাৰক্ষীবে সংঘৰ্ষত নিহত হোৱা ছেৰকুৰি ৰাজকুমাৰ ওৰফে আজাদ আৰু ২০১২ত নিৰাপত্তাৰক্ষীৰ হাততে নিহত পটেল সুধাকৰ ৰেড্ডী।

অৱশ্যে এই তিনি মাওবাদী নেতাক নিৰাপত্তা বাহিনীয়ে ভুৱা সংঘৰ্ষত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। একেদৰে ২০১১ৰ ২৪ নৱেম্বৰত ঝাড়গ্রামৰ বুড়িশোলেৰ জংঘলত নিৰাপত্তা বাহিনীৰ এক যৌথ অভিযানত নিহত জ্যেষ্ঠ মাওবাদী নেতা কিষেণজীকো নিৰাপত্তা বাহিনীয়ে শীতল মগজুৰে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্নজনে।

বর্তমানেও কিষেণজীৰ ভ্ৰাতৃ বেণুগোপাল ৰাও ওৰফে ভূপতি ওৰফে বিবেকে নিষিদ্ধ মাওবাদী সংগঠনৰ কেন্দ্রীয় সমিতিৰ সদস্যৰূপে কার্যনির্বাহ কৰি আছে। অৱশ্যে তেওঁৰ পত্নী তথা চিপিআই (মাওবাদী)ৰ দণ্ডাকাৰণ্য মণ্ডল সমিতিৰ নেত্রী বিমলাচন্দ চিদাম ওৰফে তাৰক্কাই যোৱা পহিলা জানুৱাৰীত মহাৰাষ্ট্ৰত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কবে।

নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত প্রাণ হেৰুওৱা নিষিদ্ধ মাওবাদী সংগঠনৰ আৰু এজন জ্যেষ্ঠ নেতা হ’ল মিলিন্দ তেলতুম্বড়ে। ২০২১ত মহাৰাষ্ট্ৰ আৰক্ষীৰে এক সংঘৰ্ষত মিলিন্দৰ মৃত্যু হয়। ইয়াৰ পাঁচ বছৰ পূৰ্বে আৰু তিনিজন শীর্ষ মাওবাদী নেতাৰ সংঘর্ষত মৃত্যু হয়। অন্ধ্রপ্রদেশ, ওড়িছা আৰু চত্তিছগড় সীমান্তত নিহত হোৱা এই তিনি শীর্ষ মাওবাদী নেতা হ’ল গাৰলা ৰবি, গণেশ আৰু মল্লেশ। গতিকে চিপিআই (মাওবাদী) গঠনৰ পাছৰ পৰা সংগঠনটোৱে সংঘর্ষত কমেও নজন শীর্ষ নেতাক হেৰুৱায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chhattisgarhcrpf encounterOdishaSenior Maoist leader Killed
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d