Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Last five years 383 people have been killed in elephant attacks in Assam:বিগত পাঁচ বছৰত ৰাজ্যত হাতীৰ আক্রমণত প্রাণ গ’ল ৩৮৩ জনৰ

হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে শোণিতপুৰত

publisher by publisher
July 26, 2024
in Uncategorized
Reading Time: 2 mins read
0
Last five years 383 people have been killed in elephant attacks in Assam:বিগত পাঁচ বছৰত ৰাজ্যত হাতীৰ আক্রমণত প্রাণ গ’ল ৩৮৩ জনৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Last five years 383 people have been killed in elephant attacks in Assam:

ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। এফালে বনাঞ্চল ধ্বংস আৰু আনফালে খাদ্যৰ সংকটত পৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ইজনৰ পাছত সিজন লোকে। ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত এনে ঘটনাত কিশোৰৰ পৰা বয়োজ্যেষ্ঠলৈকে প্রাণ হেৰুৱাবলগীয়াত পৰিছে। তাৰ মাজতে বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৰাজ্যখনৰ ৩৮৩ জন লোকে প্রাণ হেৰুওৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০১৯-২০২০ বৰ্ষত অসমত হাতীৰ আক্রমণত ৭৫ জন লোকে প্রাণ হেৰুৱায়। একেদৰে ২০২০-২০২১ত ৯১ জন, ২০২১-২০২২ত ৬৩ জনে, ২০২২- ২০২৩ত ৮০ জনে আৰু ২০২৩-২০২৪ বৰ্ষত অসমত হাতীৰ আক্রমণত ৭৪ জন লোকে প্রাণ হেৰুৱায়। লগতে উল্লিখিত পাঁচ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্যত হাতীৰ আক্ৰমণত ৪১৮ জন লোকে প্রাণ হেৰুৱাই বুলি বিভাগটোবে তথ্য প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত অৰুণাচলত দুজন, মেঘালয়ত ২৩ জন, নগালেণ্ডত দুজন আৰু ত্ৰিপুৰাত আঠজনে হাতীৰ আক্রমণত প্রাণ হেৰুৱায়।

উল্লেখ্য যে উল্লিখিত পাঁচ বছৰত দেশৰ ১৫খন ৰাজ্যত হাতীৰ আক্ৰমণত ২,৭২১ জন লোকে প্রাণ হেৰুৱাইছে। কেন্দ্রীয় বন মন্ত্রণালয়ৰ তথ্য অনুসৰি, দেশত ২০১৯-২০২০ বর্ষত ৫৭৪ জনে, ২০২০-২০২১ত ৪৪৪ জনে, ২০২১- ২০২২৩ ৫২০ জনে, ২০২২-২০২৩ ত ৫৮৩ জনে আৰু ২০২৩-২০২৪ বর্ষত হাতীৰ আক্রমণত ৬০৬ জন লোকে প্রাণ হেৰুৱায়। ইয়াৰ ভিতৰত সর্বাধিক ওড়িছাত ৬২৪ জন, ঝাৰখণ্ডত ৪৭৪ জনে, পশ্চিমবংগত ৪৩৬ জনে, চত্তিছগড়ত ৩০৩ জনে, তামিলনাডুত ২৫৬ জনে আৰু কর্ণাটকত ১৬০ জনে প্রাণ হেৰুৱায়।

ইফালে, চলিত বর্ষতো অসমত হাতীৰ আক্রমণত বহুকেইজন লোকে প্রাণ হেৰুৱাইছে। চলিত বর্ষৰ ফেব্ৰুৱাৰীত ডিগবৈৰ হালধীবাৰীত পবিত্র ফুকন (২০), এপ্রিলত গোলাঘাট মৰঙিৰ এক নম্বৰ চেঁচাবিলৰ সুভাষ কৰুৱা, মে’ত লক্ষীপুৰৰ কুর্শাপাকৰি গাঁৱৰ আবুল মালেক (৫৩), পশ্চিম কাৰ্বি আংলঙৰ জিৰিবাচাৰ ৰামজিৎ চৌহান, জুনত মৰিগাঁৱৰ মাজগাঁৱৰ ববি দেউৰী নামৰ কিশোৰজনৰ উপৰি তামুলপুৰ বগাজুলিত মনিকা বড়ো নামৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে হাতীৰ আক্ৰমণত প্রাণ হেৰুৱায়।

আনহাতে, শোণিতপুৰ জিলাত উদ্বেগজনকভাবে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। চলিত বৰ্ষৰ এপ্রিল পর্যন্ত জিলাখনত হাতীৰ আক্রমণত তিনিজন লোকে প্রাণ হেৰুৱাইছে। বিগত পাঁচ বছৰত শোণিতপুৰত – হাতীৰ আক্রমণত ৩০ জন লোকে প্রাণ হেৰুৱাইছে। বিভাগীয় তথ্য অনুসৰি, জিলাখনত ২০২১ত নজন, ২০২০ ত পাঁচজন, ২০১৯ত তিনিজনে হাতীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লয়।একেদৰে ২০২২ত তিনি জন আৰু ২০২৩ত জিলাখনত সাতজন লোক হাতীৰ আক্ৰমণত মৃত্যু হৈছে।

উল্লেখ্য যে ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতে সকলোকে চিন্তিত কৰি তুলিছে। ক’ৰবাত যদি হাতীৰ আক্ৰমণত নাগৰিকৰ মৃত্যু হৈছে, আন ক’ৰবাত মানুহৰ আক্ৰমণত হাতীয়েও করুণ মৃত্যুক আঁকোৱালি লৈছে। নিতৌ সংবাদ শিৰোনাম দখল কৰিছে হাতী-মানুহৰ সংঘাতে; কিন্তু ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি এই দিশত এতিয়াও বিশেষ ব্যৱস্থা হৈ উঠা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLast five years 383 people have been killedWild Elephanta Attacks
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d