Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Begging Prevention:ভিক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক !

ভূপালত ভিক্ষা প্রতিৰোধ আইনৰ প্রথম প্রয়োগ

publisher by publisher
January 27, 2025
in India, News
Reading Time: 1 min read
0
Begging Prevention:ভিক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক !
1
SHARES
9
VIEWS
ShareShareShareShare

Begging Prevention:

পথৰ দাঁতিত ভিক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল এজন যুৱক। মধ্য প্ৰদেশত এইটো প্ৰথমবাৰৰ বাবে ভিক্ষা নিষিদ্ধকৰণ আইন কাৰ্যকৰী কৰা হৈছে। এই আইনখন ১৯৭৩ চনৰ পৰা ৰাজ্যখনত বলবৎ হৈ আছে।

ADVERTISEMENT

শেহতীয়াকৈ, এজন ব্যক্তিয়ে আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত পদক্ষেপ লৈছে আৰক্ষীয়ে ।

RelatedPosts

মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,

চৰকাৰী চিকিৎসালয়ত প্ৰয়োগ ‘নিষিদ্ধ’ বেজী

Tiger Death in Madhya Pradesh:এমাহত চাৰিটা ! মধ্যপ্রদেশত বাঘৰ মৃত্যুত চিন্তিত বন বিভাগ

মধ্য প্ৰদেশৰ আৰক্ষী উপায়ুক্ত সঞ্জয় আগৰৱালে জনাইছে যে এমপি নগৰ আৰক্ষী থানা এলেকাত এজন ভিক্ষাৰীৰ বিৰুদ্ধে এটা অভিযোগ পঞ্জীয়ন কৰা হয় ।

তেওঁ ভূপালৰ বোৰ্ড অফিচৰ চিগনেলত ৰখাই থোৱা এখন গাড়ীত ভিক্ষা কৰি আছিল। অভিযোগকাৰীজনে জনাই যে যেতিয়া যুৱকজনে ভিক্ষা কৰিবলৈ আহিছিল, তেওঁ ভিক্ষা কৰাৰ কাৰণ সুধিছিল। তেওঁ অন্য কাম কৰি উপাৰ্জন কৰিবলৈও পৰামৰ্শ দিয়ে। কিন্তু ভিক্ষাৰী যুৱকজনে কয় যে তেওঁ আন কোনো কাম কৰিব নোৱাৰে। ভিক্ষা কৰিয়ে চলিব । যুৱকজনৰ এই বক্তব্য শুনিয়ে লোকজনে তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

অভিযোগ লাভ কৰাৰ পাছতে মধ্যপ্ৰদেশ ভিক্ষা প্ৰতিৰোধ আইনৰ অধীনত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে। সেই বিশেষ ট্ৰেফিক চিগনেলৰ সন্মুখতে গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক।

উপায়ুক্তজনে জনাইছে যে , ভিক্ষাবৃত্তি প্ৰতিৰোধৰ বিষয়ে আৰক্ষী সক্ৰিয়। বহু সময়ত ভিক্ষাৰীৰ ভাও জোৰা একাংশ লোকে চিগনেলত থিয় হৈ থকা বাহনৰ সন্মুখত হাত জোকাৰি থকাৰ অভিযোগ উত্থাপন হয়। এনে অভিযোগৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

১৯৭৩ চনত, মধ্য প্ৰদেশত ভিক্ষা প্ৰতিৰোধ আইন অনা হয়। ইয়াত কোৱা হৈছে , যিসকল ব্যক্তিয়ে ভিক্ষা কৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত কামৰ প্ৰশিক্ষণ দিয়া হ’ব আৰু তাৰ ওপৰত ভিত্তি কৰি নিৰ্ভৰশীলসকলক কৰ্মসংস্থাপন দিয়া হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Begging PreventionBhupal policeMADHYA PRADESH
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d