Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Kutumba Suraksha Parishad:গুৱাহাটীৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখল !

ভুৱা পৰিচয়েৰে ভূমি আৰু চৰকাৰী ধন আত্মসাতৰ অভিযোগ কুটুম্ব সুৰক্ষা পৰিষদৰ, মুকুট আলি ওৰফে মুস্তাফা আহমেদ ওৰফে মুকুট হাজৰিকাৰ বিৰুদ্ধে এই অভিযোগ

publisher by publisher
January 28, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Kutumba Suraksha Parishad:গুৱাহাটীৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখল !
4
SHARES
44
VIEWS
ShareShareShareShare

Kutumba Suraksha Parishad:

ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখলৰ চেষ্টা এজন ভু- মাফিয়াৰ ৷ ভুৱা পৰিচয়ৰে ভূমি আৰু চৰকাৰী ধন আত্মসাতৰ অভিযোগ কৰিছে কুটুম্ব সুৰক্ষা পৰিষদৰ ৷

ADVERTISEMENT

এই সন্দৰ্ভত পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই এক বিবৃতিত উল্লেখ কৰি কয় যে,অতি দুখ আৰু পৰিতাপৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা কৈ অহাৰ সময়তে গুৱাহাটীৰ অসম সচিবালয়ৰ সমিপতে বিভিন্ন নামেৰে এজন লোকে ভূমি বেদখলৰ পৰা আৰম্ভ কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ওপৰিও লাভ জেহাদৰ দৰে নানান ধৰণৰ অপ-কৰ্ম কৰি আহিছে।

RelatedPosts

Dhekiajuli:ঢেকিয়াজুলিৰ কেহেৰুখন্দাত বিদ্যুৎ সংযোগ কৰি কনিষ্ঠ ভাতৃক প্ৰাণে মৰাৰ অপচেষ্টা

Fir Filed :বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কংগ্ৰেছ সহ বিৰোধী ঐক্যৰ

Dispur Thana:মহানগৰীৰ দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়ালৈ ডিজিপিৰ প্রশস্তিমূলক স্বর্ণ আৰু ৰূপৰ পদক

আনকি এই সংক্ৰান্তত কুটুম্ব সুৰক্ষা পৰিষদক ভূক্তভোগী বিভিন্ন জনে অভিযোগ দাখিল কৰাত আমি কেইবামাহৰ পৰা মুকুট আলি ওৰফে মুস্তাফা আহমেদ ওৰফে মুকুট হাজৰিকা নামৰ মানুহৰ আচল পৰিচয় বিচাৰি কেইবাবাৰো তেখেতক লগ ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু, কোনোদিনে সঁচাৰ সন্মুখীন হ’বলৈ তেওঁৰ সাহস হোৱা নাছিল।

FIR 2অৱশেষত মঙলবাৰে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য ৰঞ্জন বৰাৰ নেতৃত্বত এটি দলে মুকুট আলিওৰফে মুকুট মুস্তাক আহমেদ ওৰফে মুকুট আহমেদ ওৰফে মুকুট হাজৰিকা নামৰ বহুৰূপীলোকজনক বিচাৰি তেওঁৰ পাঞ্জাবাৰীত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হয় যদিও তেওঁ তাৰ আগতেই তাৰ পৰা পলায়ণ কৰে।

কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি গৰাকীয়ে বিবৃতিটোত আৰু কয় যে,মুকুট আলি ওৰফে মুকুট মুস্তাক আহমেদ ওৰফে মুকুট আহমেদ ওৰফে মুকুট হাজৰিকাই সমাজত নিজা পৰিচয় লুকুৱাই অবৈধ ভাবে হিন্দু-অসমীয়া নাম লৈ সমাজক নষ্ট কৰিছে। অসমীয়া পৰিচয় আৰু ভাৰতীয় সংবিধান বিৰোধী কাম কৰিছে। আমি জানো যে অসমৰ একাংশ মুছলমান লোকে অসমীয়া উপাধি লেখে। নতুবা তেওঁ যদি সনাতন ধৰ্ম গ্ৰহণ কৰিছে; তেতিয়াও তেওঁ নিজৰ পৰিচয় সলনি কৰিব পাৰে। কিন্তু, এই দুয়োটা তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি ইতিমধ্যেই আমি স্পষ্ট হৈছোঁ।

গতিকে, এইক্ষেত্ৰত তেওঁ চূড়ান্ত অপৰাধ কৰিছে আৰু সমাজ বিৰোধী কাম কৰিছে। আনকি তেওঁ নিজৰ ল’ৰা দুটাৰ নামৰ পিছতো উপাধি হাজৰিকা সংযোজন কৰিছে ৷ গতিকে, এনে কৰ্ম-কাণ্ড‌ই অসমীয়া সমাজৰ স্বকীয়তা আৰু বৈশিষ্ট মলিয়ন কৰি পেলাইছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৫১ (ক) য়ে আমাক প্ৰদান কৰা সাংবিধানিক দায়িত্বৰ আধাৰত আমি এই বিষয়টো ৰাইজৰ আগত তুলি ধৰিছো।

তদুপৰি, ‘হাজৰিকা’ উপাধি সাধাৰণতে আমাৰ সমাজৰ জনজাতি লোক সকলৰহে পৰিচয়। কিন্তু, এগৰাকী মুছলমান হৈ কোনো বৈধ legacy তথা ধৰ্মান্তৰিত নোহোৱাকৈ তেওঁ নিজৰ নাম মুকুট হাজৰিকা বুলি লেখিছে; সেয়া এক চূড়ান্ত অপৰাধ কৰিছে আৰু ভাৰতীয়-অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ বুকুত চৰম আঘাট কৰিছে। তেওঁৰ এনে আচৰণ আৰু অবৈধ পৰিচয়ৰ আঁৰত ইছলামিক জেহাদি শক্তিৰ হাত থকাৰ সন্দেহ হৈছে। কাৰণ, এই মানুহ জনৰ বিৰুদ্ধে অবৈধ ভাবে বিভিন্ন লোকৰ ভূমি বেদখল কৰাৰো তথ্য-প্ৰমাণ আমাৰ হাতত উপলব্ধ হৈ আছে। তথ্যমতে, City Furniture House থকা ঘৰটোও সেই ছদ্মবেশীজনে অবৈধ ভাবে দখল কৰি ৰাখিছে।

বৰাই লগতে কয়,এই বিষয়বোৰ ৰাইজে জনাটো উচিত আৰু এইধৰণৰ ছদ্মবেশী অপৰাধী বোৰক প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়েহে, ঘটনা স্থলীত উপস্থিত থকা দিশপুৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত সেই স্থানতে আমি এখনি এজাহাৰ দাখিল কৰা হৈছে। যদি অনতিপলমে এই বিষয়ত কঠোৰ শাস্তি প্ৰদান কৰা নহয়, তেনেহ’লে আমি আমাৰ ধৰণে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ম বুলি সকীয়াই দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DISPUR POLICE STATIONFIR filedIllegally Land OccupiedKutumba Suraksha ParishadSatya Ranjan Borah
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d