Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 Kutumba Suraksha Parishad:গুৱাহাটীৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখল !

ভুৱা পৰিচয়েৰে ভূমি আৰু চৰকাৰী ধন আত্মসাতৰ অভিযোগ কুটুম্ব সুৰক্ষা পৰিষদৰ, মুকুট আলি ওৰফে মুস্তাফা আহমেদ ওৰফে মুকুট হাজৰিকাৰ বিৰুদ্ধে এই অভিযোগ

publisher by publisher
January 28, 2025
in India, Assam, News
Reading Time: 2 mins read
0
1
SHARES
6
VIEWS
ShareShareShareShare

Kutumba Suraksha Parishad:

ৰাজ্য প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ অসম সচিবালয়ৰ সমীপতে ভূমি দখলৰ চেষ্টা এজন ভু- মাফিয়াৰ ৷ ভুৱা পৰিচয়ৰে ভূমি আৰু চৰকাৰী ধন আত্মসাতৰ অভিযোগ কৰিছে কুটুম্ব সুৰক্ষা পৰিষদৰ ৷

ADVERTISEMENT

এই সন্দৰ্ভত পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই এক বিবৃতিত উল্লেখ কৰি কয় যে,অতি দুখ আৰু পৰিতাপৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা কৈ অহাৰ সময়তে গুৱাহাটীৰ অসম সচিবালয়ৰ সমিপতে বিভিন্ন নামেৰে এজন লোকে ভূমি বেদখলৰ পৰা আৰম্ভ কৰি চৰকাৰী ধন আত্মসাৎ কৰাৰ ওপৰিও লাভ জেহাদৰ দৰে নানান ধৰণৰ অপ-কৰ্ম কৰি আহিছে।

RelatedPosts

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

Dhubri:ধুবুৰী সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত

GMCH Incident:গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন !

আনকি এই সংক্ৰান্তত কুটুম্ব সুৰক্ষা পৰিষদক ভূক্তভোগী বিভিন্ন জনে অভিযোগ দাখিল কৰাত আমি কেইবামাহৰ পৰা মুকুট আলি ওৰফে মুস্তাফা আহমেদ ওৰফে মুকুট হাজৰিকা নামৰ মানুহৰ আচল পৰিচয় বিচাৰি কেইবাবাৰো তেখেতক লগ ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু, কোনোদিনে সঁচাৰ সন্মুখীন হ’বলৈ তেওঁৰ সাহস হোৱা নাছিল।

অৱশেষত মঙলবাৰে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য ৰঞ্জন বৰাৰ নেতৃত্বত এটি দলে মুকুট আলিওৰফে মুকুট মুস্তাক আহমেদ ওৰফে মুকুট আহমেদ ওৰফে মুকুট হাজৰিকা নামৰ বহুৰূপীলোকজনক বিচাৰি তেওঁৰ পাঞ্জাবাৰীত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হয় যদিও তেওঁ তাৰ আগতেই তাৰ পৰা পলায়ণ কৰে।

কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি গৰাকীয়ে বিবৃতিটোত আৰু কয় যে,মুকুট আলি ওৰফে মুকুট মুস্তাক আহমেদ ওৰফে মুকুট আহমেদ ওৰফে মুকুট হাজৰিকাই সমাজত নিজা পৰিচয় লুকুৱাই অবৈধ ভাবে হিন্দু-অসমীয়া নাম লৈ সমাজক নষ্ট কৰিছে। অসমীয়া পৰিচয় আৰু ভাৰতীয় সংবিধান বিৰোধী কাম কৰিছে। আমি জানো যে অসমৰ একাংশ মুছলমান লোকে অসমীয়া উপাধি লেখে। নতুবা তেওঁ যদি সনাতন ধৰ্ম গ্ৰহণ কৰিছে; তেতিয়াও তেওঁ নিজৰ পৰিচয় সলনি কৰিব পাৰে। কিন্তু, এই দুয়োটা তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি ইতিমধ্যেই আমি স্পষ্ট হৈছোঁ।

গতিকে, এইক্ষেত্ৰত তেওঁ চূড়ান্ত অপৰাধ কৰিছে আৰু সমাজ বিৰোধী কাম কৰিছে। আনকি তেওঁ নিজৰ ল’ৰা দুটাৰ নামৰ পিছতো উপাধি হাজৰিকা সংযোজন কৰিছে ৷ গতিকে, এনে কৰ্ম-কাণ্ড‌ই অসমীয়া সমাজৰ স্বকীয়তা আৰু বৈশিষ্ট মলিয়ন কৰি পেলাইছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৫১ (ক) য়ে আমাক প্ৰদান কৰা সাংবিধানিক দায়িত্বৰ আধাৰত আমি এই বিষয়টো ৰাইজৰ আগত তুলি ধৰিছো।

তদুপৰি, ‘হাজৰিকা’ উপাধি সাধাৰণতে আমাৰ সমাজৰ জনজাতি লোক সকলৰহে পৰিচয়। কিন্তু, এগৰাকী মুছলমান হৈ কোনো বৈধ legacy তথা ধৰ্মান্তৰিত নোহোৱাকৈ তেওঁ নিজৰ নাম মুকুট হাজৰিকা বুলি লেখিছে; সেয়া এক চূড়ান্ত অপৰাধ কৰিছে আৰু ভাৰতীয়-অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ বুকুত চৰম আঘাট কৰিছে। তেওঁৰ এনে আচৰণ আৰু অবৈধ পৰিচয়ৰ আঁৰত ইছলামিক জেহাদি শক্তিৰ হাত থকাৰ সন্দেহ হৈছে। কাৰণ, এই মানুহ জনৰ বিৰুদ্ধে অবৈধ ভাবে বিভিন্ন লোকৰ ভূমি বেদখল কৰাৰো তথ্য-প্ৰমাণ আমাৰ হাতত উপলব্ধ হৈ আছে। তথ্যমতে, City Furniture House থকা ঘৰটোও সেই ছদ্মবেশীজনে অবৈধ ভাবে দখল কৰি ৰাখিছে।

বৰাই লগতে কয়,এই বিষয়বোৰ ৰাইজে জনাটো উচিত আৰু এইধৰণৰ ছদ্মবেশী অপৰাধী বোৰক প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়েহে, ঘটনা স্থলীত উপস্থিত থকা দিশপুৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত সেই স্থানতে আমি এখনি এজাহাৰ দাখিল কৰা হৈছে। যদি অনতিপলমে এই বিষয়ত কঠোৰ শাস্তি প্ৰদান কৰা নহয়, তেনেহ’লে আমি আমাৰ ধৰণে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ম বুলি সকীয়াই দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DISPUR POLICE STATIONFIR filedIllegally Land OccupiedKutumba Suraksha ParishadSatya Ranjan Borah
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d