Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Ed Raid In Coal Mafias Residence::শশ কোটিৰ লুণ্ঠনত কয়লা মাফিয়া সুনীল বাঞ্চাল জালত পৰিবনে

বেলতলাৰ ব্যৱসায়ীৰ ঘৰ-কাৰ্যালয়ত ইডিৰ অভিযানৰ পাছতে প্রশ্ন উত্থাপিত হৈছে, কাৰ পৃষ্ঠপোষকতাত দীর্ঘকাল সুৰক্ষিত? মেঘালয়ৰ পৰা অসমলৈ বিস্তৃত চক্রবেহু, চৰকাৰৰ ৰাজহ আদায়ত প্রবঞ্চনা

publisher by publisher
January 30, 2025
in Assam, India, News, Uncategorized
Reading Time: 2 mins read
0
Ed Raid In Coal Mafias Residence::শশ কোটিৰ লুণ্ঠনত কয়লা মাফিয়া সুনীল বাঞ্চাল জালত পৰিবনে
1
SHARES
8
VIEWS
ShareShareShareShare

Ed Raid In Coal Mafias Residence:

বেলতলাৰ কমেও আধা ডজন কয়লা ব্যৱসায়ীৰ বিৰুদ্ধে মঙলবাৰে প্রৱর্তক সঞ্চালকালয় (ইডি)ৰ দলে তালাচী অভিযান চলোৱাৰ পাছত এই দুর্ধর্ষ কয়লা মাফিয়া জালত পৰিবনে বুলি প্রশ্ন উত্থাপিত হৈছে। বেলতলাত ইডিৰ দিনজোৰা অভিযানৰ পাছত পোহৰলৈ অহা তথ্য অনুসৰি, মেঘালয়ৰ কোক কয়লাৰ কৰ জালিয়াতিৰ গোচৰত সাঙোৰ খাইছে ধৰ্মবীৰ বাঞ্চাল ওৰফে ধর্মু তথা তেওঁৰ পুত্ৰ সুনীল বাঞ্চাল, সত্যনাৰায়ণ আৰু মহাবীৰ বাগলা, সঞ্জয় ঘিৰীয়া, মহাবীৰ মীনা, পৱন আগৰৱালা, ঋষি আগৰৱালা, প্রদীপ মিট্টল, আনন্দ গোয়েল, শিৱ মিটল, বাবু সিং আৰু জ’ মাৰাক আদিকে ধৰি বহুসংখ্যক কয়লা মাফিয়া।

ADVERTISEMENT

প্রাপ্ত তথ্য অনুসৰি, কালি ইডিৰ দলে বেলতলাৰ কে’বাজনো ব্যৱসায়ীৰ ঘৰ আৰু কার্যালয়ত তালাচী অভিযান চলায়। দিনজোৰা অভিযানৰ অন্তত ইডিৰ দলে সুনীল বাঞ্চালৰ ঘৰৰ পৰা প্রিণ্টাৰ, কম্পিউটাৰকে ধৰি বিভিন্ন নথিপত্র তথা বেংকৰ একাউণ্টৰ কাগজ-পত্ৰ সম্বলিত নথি জব্দ কৰে। সূত্ৰত প্ৰকাশ যে বাঞ্চালেই কয়লাৰ বিভিন্ন ক’লা ব্যৱসায়ৰ স’তে জড়িত। কয়লা ছিণ্ডিকেটৰ অন্যতম মাফিয়া বাঞ্চালৰ দিছপুৰৰ বৰঘৰৰ স’তে পোনপটীয়া যোগাযোগ থকা বুলি ব্যবসায়ীজনে বিভিন্ন সময়ত নানাজনক ভয়-ভাবুকি প্রদর্শন কৰি অহা বুলিও চর্চা আছে।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

এতিয়া ইডিৰ অভিযানৰ পাছত লে মেঘালয়ৰ ছালাঙত কোক উদ্যোগৰ উ নামত শ শ কোটি টকাৰ জালিয়াতিৰ আশ্রয় লৈ আত্মসাৎ কৰা বাঞ্চাল তথা তেওঁৰ সাংগো-পাংগ জালত পৰিবনে বুলি প্রশ্ন উত্থাপন হৈছে।

মন কৰিবলগীয়া যে মেঘালয়ৰ ছালাঙত চৰকাৰৰ ‘ছিংগল উইণ্ড’ ব্যৱস্থাৱলীৰ অধীনত বেলতলাৰ কে’বাজনো কয়লা ব্যৱসায়ীয়ে কোক উদ্যোগ স্থাপন কৰি বৃহৎ পৰিমাণৰ কোক কয়লাৰ ব্যৱসায় কৰি আহিছে। দৰাচলতে এই ব্যৱসায়ীসকলৰ সিংহভাগেই ছালাঙত প্রৱঞ্চনাৰ আশ্রয় লৈ শশ কোটি টকা আত্মসাৎ কৰে। পৰৱৰ্তী পৰ্যায়ত এই বৃহৎ জালিয়াতিৰ তথ্য পোহৰলৈ আহে।

তথ্য অনুসৰি, বৃহৎসংখ্যক কোক কয়লা ব্যৱসায়ীয়ে একাংশ বিষয়াৰ স’তে চক্রান্ত কৰি চৰকাৰক কোটি কোটি টকাৰ কৰ ফাকি দিয়ে। এই জালিয়াতিত কোক কয়লাৰ বাবে ভুৱা চালান, জিএছটিৰ ভুৱা বিল আদি ব্যৱহাৰৰো তথ্য পোহৰলৈ আহে। এই সমস্ত জালিয়াতিৰ মূল অভিযুক্তৰূপে সঞ্জয় বাঞ্চালৰ নাম চর্চিত হৈ আহিছে।

মেঘালয়ৰ কোক জালিয়াতিৰ গোচৰ পৰৱৰ্তী সময়ত আদালতৰ মজিয়ালৈ যায়। আদালতে সম্পূর্ণ বিষয়ৰ শুনানিৰ অন্তত তথ্য লাভকৰে যে ছালাঙৰ কে’বাটাও কোক উদ্যোগ অবৈধ। এইসমূহ কোনো ধৰণৰ বৈধ কাগজ-পত্র অবিহনে চলি আছে। ইয়াৰ ভিতৰত কে’বাটাও কোক উদ্যোগ আদালতৰ নিৰ্দেশত বন্ধ কৰি দিয়া হয়। আদালতৰ মজিয়াত এই তথ্য উদ্‌ঘাটন হয় যে মেঘালয়ত কয়লা খনন সম্পূৰ্ণৰূপে নিষেধ হোৱাৰ পাছত কোক বনাবলৈ বৃহৎ সংখ্যক কয়লা ক’ৰ পৰা সৰবৰাহ কৰা হ’ল।

সূত্রত প্রকাশ যে কে’বা ডজন কয়লা ব্যৱসায়ীয়ে প্রবঞ্চনাৰ আশ্রয় লৈ ছালাঙৰ পৰা শশ কোটি টকা আত্মসাৎ কৰে। সমগ্র জালিয়াতিৰ ঘটনা পোহৰলৈ অহাত মেঘালয় আৰক্ষীয়ে এই গোচৰত কে’বাজনো ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই জালিয়াতিৰ মূল নায়ক আজি পর্যন্ত জালত পৰা নাই। মঙলবাৰে বেলতলাত ইডিৰ অভিযানৰ পাছত প্রশ্ন উঠিছে যে এইবাৰ জালত পৰিব নে জালিয়াতিৰ অন্যতম হোতা নে অদৃশ্যজনৰ আশীর্বাদপুষ্ট সুনীল বাঞ্চালৰ দৰে কয়লা মাফিয়া মুকলি আকাশৰ তলতে দপদপাই থাকিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Coal Mafias ResidenceEd RaidGuwahati
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d