Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা

কেৱল সেয়াই নহয়, এই হুংকাৰ কাৰ্যকৰী কৰি তেওঁ চীন আৰু কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আমদানি কৰা বিভিন্ন সামগ্ৰীত মাত্রাধিক শুল্ক আৰোপ কৰিছে। অৱশ্যে মেক্সিক' আৰু কানাডা চৰকাৰৰ স'তে হোৱা আলোচনামর্মে ট্রাম্পে এমাহৰ বাবে এই শুল্ক বৃদ্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে

publisher by publisher
February 6, 2025
in Uncategorized
Reading Time: 1 min read
0
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
1
SHARES
11
VIEWS
ShareShareShareShare

ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা

মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ হুংকাৰ একপ্ৰকাৰ নতশিৰে নতুন দিল্লীয়ে মানি লোৱাৰ ইংগিত স্পষ্ট হৈছে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বৰে পৰা ট্রাম্পে ভাৰতকে ধৰি বিভিন্ন দেশত উৎপাদিত সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধিৰ হুংকাৰ দি আহিছে।

ADVERTISEMENT

কেৱল সেয়াই নহয়, এই হুংকাৰ কাৰ্যকৰী কৰি তেওঁ চীন আৰু কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আমদানি কৰা বিভিন্ন সামগ্ৰীত মাত্রাধিক শুল্ক আৰোপ কৰিছে। অৱশ্যে মেক্সিক’ আৰু কানাডা চৰকাৰৰ স’তে হোৱা আলোচনামর্মে ট্রাম্পে এমাহৰ বাবে এই শুল্ক বৃদ্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে৷

RelatedPosts

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

আনহাতে, ভাৰতে মার্কিন সামগ্ৰীত আমদানি শুল্ক হ্ৰাস কৰিছে। যোৱা পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে দাখিল কৰা আগন্তুক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত আমদানিকৃত মার্কিন সামগ্ৰীত শুল্ক হ্রাস কৰিছে।

ফলস্বৰূপে ভাৰতত মার্কিন প্রতিষ্ঠান হার্লে ডেভিডছনৰ দুচকীয়া বাহন, সৰু যাত্রীবাহী গাড়ী আদিৰ দাম হ্ৰাস পাব। আনহাতে, সামৰিক বিমানত তুলি ট্রাম্প প্রশাসনে ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰা কাৰ্য নতুন দিল্লীয়ে সহজভাৱে গ্ৰহণ কৰিছে।

অথচ সমস্যাজর্জৰ দেশ কলম্বিয়াই মার্কিন প্রশাসনে সামৰিক বিমান অনুপ্ৰৱেশকাৰীক বিতাড়নক গৰিহণা দিছে। কেৱল সেয়াই নহয়, দেশখনে অনুপ্ৰৱেশকাৰী কঢ়িয়াই নিয়া দুখন মার্কিন সামৰিক বিমানক কলম্বিয়াৰ ভূমিত অৱতৰণ কৰিবলৈ নিদি ঘূৰাই পঠিয়ায়।

ইয়াৰ বিপৰীতে ভাৰতে সামৰিক বিমানেৰে অনা ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক আদৰি লৈছে। গতিকে মোদীয়ে ট্রাম্পৰ কাৰ্য বিনা বাক্যব্যয়ে মানি লোৱাৰ আভাস স্পষ্ট হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মোদীয়ে ৰাষ্ট্ৰপতি ট্রাম্পক তুষ্ট কৰাত নামি পৰা বুলি একাংশই মন্তব্য কৰিছে।

ইয়ে ভৱিষ্যতে ভাৰতৰ ওপৰত মাৰ্কিন প্ৰশাসনৰ চাপ বৃদ্ধিত অৰিহণা যোগাব নেকি বুলি চৰ্চা হৈছে। উল্লেখ্য যে কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ তথ্য অনুসৰি, বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১০খন দেশৰ স’তে ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধি পায়।

এই ১০খন দেশৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰ নাই। এই তথ্য অনুসৰি, ভাৰতৰ বৃহত্তম বাণিজ্যিক সহযোগী হৈছে চীন। আনকেইখন দেশ হৈছে ৰাছিয়া, ইৰাক, ছৌদি আৰব, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, হংকং আৰু ছিংগাপুৰ।

অৰ্থাৎ উক্ত ১০খন দেশৰ পৰা ভাৰতে আমদানি কৰা সামগ্ৰীৰ মূল্য, দেশকেইখনলৈ ৰপ্তানি কৰা সামগ্ৰীৰ মূল্যতকৈ অধিক। গতিকে এই ১০ দেশৰ স’তে ভাৰতৰ বাণিজ্যিক ঘাটি আছে। অর্থাৎ ৰপ্তানিতকৈ আমদানিৰ পৰিমাণ অধিক।

আনহাতে, বিত্ত মন্ত্রণালয়ৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ পৰা যিমান মূল্যৰ সামগ্ৰী আমদানি কৰে, তাতকৈ কম মূল্যৰ সামগ্ৰী দেশখনৰ পৰা ভাৰতে আমদানি কৰে। বিত্ত মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২০২৩-২৪ত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কমেও ৭,৫৮০ কোটি ডলাৰ অৰ্থাৎ প্রায় ছয় লাখ ৫৯ হেজাৰ ৬৬০ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰে।

ইয়াৰ বিপৰীতে বিত্তীয় বৰ্ষটোত দেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৪,০১০ কোটি ডলাৰ অৰ্থাৎ প্ৰায় ৩,৪৮,৮৭০ লাখ কোটি টকাৰ সামগ্ৰী আমদানি কৰে। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে ভাৰতৰ বাণিজ্যিক ঘাটি নাই। ইয়াৰ বিপৰীতে ভাৰতৰ স’তে দেশখনৰ দুই লাখ কোটিৰো অধিক টকাৰ বাণিজ্যিক ঘাটি আছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত ট্রাম্পে ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে বাণিজ্যিক ঘাটি সৃষ্টিত বাধ্য কৰোৱাৰ লক্ষ্য ল’ব পাৰে বুলি চৰ্চা হৈছে। ইয়াৰ বিপৰীতে মোদীয়ে ট্রাম্পক বর্তমানেও বন্ধুৰ মৰ্যাদা দি আহিছে। শেহতীয়া সময়তো বিভিন্ন উপলক্ষে তেওঁ সামাজিক মাধ্যমত দিয়া প’ষ্টত ট্রাম্পক বন্ধ বুলিয়ে আখ্যা দিয়ে।

মোদীৰ এনে আচৰণ বহুতৰ বাবে এক নুবুজা সাঁথৰতো পৰিণত হৈছে। উল্লেখ্য যে স্বয়ং বিজেপি নেতা ড°সুব্রহ্মমণিয়ম স্বামীয়েও ট্রাম্পৰ যোৱা ২০ জানুৱাৰীৰ শপতগ্রহণ অনুষ্ঠানলৈ প্রধানমন্ত্রী মোদীক নিমন্ত্রণ নজনোৱাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DONALD TRUMP
publisher

publisher

Related Posts

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d