Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

List of Indian citizens deported from the US: আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিকৰ তালিকা দাখিল

সংসদত তথ্য দাখিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

publisher by publisher
February 7, 2025
in India, News
Reading Time: 1 min read
0
List of Indian citizens deported from the US: আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিকৰ তালিকা দাখিল
1
SHARES
10
VIEWS
ShareShareShareShare

List of Indian citizens deported from the US:

স্বয়ং মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে সামৰিক বিমানত তুলি অনুপ্রবেশকাৰীক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰাৰ পাছতো সংসদত দেশৰ বৈদেশিক মন্ত্রী ড: এছ জয়শংকৰে বিৰোধীৰ মুখ বন্ধ কৰিবলৈ যুক্তি দিয়ে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ ঘটনা এয়াই প্রথম নহয়।

ADVERTISEMENT

বৈদেশিক মন্ত্ৰীয়ে এই মন্তব্য কৰাৰ পূৰ্বে বিৰোধীয়ে বুধবাৰে হাত-ভৰি বান্ধি শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰীক সামৰিক বিমানত তুলি মার্কিন প্রশাসনে বহিষ্কাৰ কৰাৰ প্ৰসংগ উত্থাপন কৰি সংসদ উত্তাল কৰে। বিৰোধীৰ প্ৰতিবাদত কালি সংসদৰ উভয় সদন স্থগিত হৈও পৰে।

RelatedPosts

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি: আমেৰিকা–ইৰান সংঘাতত তীব্ৰ সামৰিক অভিযান

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

অৱশেষত বিষয়টো সন্দর্ভত উচ্চ সদনত বিবৃতি দি বৈদেশিক মন্ত্রী ড: জয়শংকৰে কয়, ‘এয়া কোনো নতুন ঘটনা নহয়। প্রত্যেক দেশেই অবৈধ নাগৰিকক বহিষ্কাৰ কৰাৰ অধিকাৰ আছে আৰু প্রত্যেক দেশেই নিজৰ বিতাড়িত নাগৰিকক উভতাই লোৱা উচিত। অবৈধ নাগৰিক বিতাড়নৰ ক্ষেত্ৰত প্ৰত্যেক দেশৰে নিজা আইন আছে ৷

সংসদত বৈদেশিক মন্ত্ৰী গৰাকীয়ে ২০০৯ চনৰ পৰা চলিত মাহলৈকে আমেৰিকাৰ পৰা বিতাড়িত ভাৰতীয় নাগৰিকৰ তালিকা দাখিল কৰে ৷

▶️  ২০০৯ চনত ৭৩৪ গৰাকী ৷
▶️  ২০১০ চনত ৭৯৯ গৰাকী ৷
▶️  ২০১৬ চনত ১,৩০৩ গৰাকী ৷
▶️  ২০১৭ চনত ১,০২৪ গৰাকী ৷
▶️  ২০১৯ চনত ২,০৪২ গৰাকী ৷
▶️  ২০২০ চনত ১,৮৮৯ গৰাকী ৷
▶️  ২০২১ চনত ৮০৫ গৰাকী ৷
▶️  ২০২৪ চনত ১৩৬৮ গৰাকী ৷
▶️  ২০২৫ চনত ১০৪ গৰাকী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: List of Indian citizens deportedRajya SabhaUnion Minister Jai shankar rUS
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d