Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

AI: ‘বুদ্ধিমান’ যন্ত্ৰই চাকৰি খাব বহুতৰে !

publisher by publisher
February 12, 2025
in International
Reading Time: 1 min read
0
AI: ‘বুদ্ধিমান’ যন্ত্ৰই চাকৰি খাব বহুতৰে !
1
SHARES
6
VIEWS
ShareShareShareShare

AI: ‘বুদ্ধিমান’ যন্ত্ৰই চাকৰি খাব বহুতৰে !

কৃত্ৰিম বুদ্ধিমত্তাৰ ‘আক্ৰমণ’ সম্পৰ্কে কি কয় মোডীয়ে ?

আর্টিফিছিয়েল ইন্টেলিজেন্স বা কৃত্রিম বুদ্ধিমত্তাৰ বাবে বহুলোকে চাকৰি হেৰুৱাব পাৰে । এনে আশংকা অধিক প্ৰবল হৈ আহিছে।

বিশেষকৈ চেটজিপিটিৰ দৰে বটৰ আগমনৰ পাছত, সেই সম্ভাৱনা আৰু অধিক শক্তিশালী হৈ পৰিছে। এই পৰিস্থিতিত মঙলবাৰে পেৰিছত অনুষ্ঠিত এ আই একচন ছামিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখতো এই বিষয়টো উত্থাপিত হয়।

ADVERTISEMENT

অনুষ্ঠানটোত মোডীয়ে কয়,”এআই য়ে লাখ লাখ লোকৰ জীৱন সলনি কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্য, শিক্ষা, কৃষি আৰু বহুতো ক্ষেত্ৰত।AI জনমুখী প্ৰয়োগ হ’ব লাগে। কিন্তু চাইবাৰ নিৰাপত্তা, ভুল তথ্য আৰু গভীৰ নকলৰ ক্ষেত্ৰত আমি সজাগ হোৱাটো প্ৰয়োজন।”

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

কৃত্রিম বুদ্ধিমত্তা পৰিচালিত যন্ত্ৰই মানৱৰ নিৰ্দেশ অমান্য কৰিবঃমাইক্ৰ’ছফটৰ এআই বিশেষজ্ঞৰ সকীয়নি

কৃত্রিম বুদ্ধিমত্তাৰ লক্ষ্য মহিলা কৰ্মচাৰী

একে সময়তে, মোডীয়ে কয় যে যদি প্ৰযুক্তি মানৱ সভ্যতাৰ বাবে লাভজনক হ’ব লাগে, ই স্থানীয় পৰিস্থিতিতন্ত্ৰৰ স’তে সংগতি ৰাখিব লাগিব।

তাৰ পাছত তেওঁ কয়, “এআইৰ আটাইতকৈ ডাঙৰ বিপদ হ’ল চাকৰি হেৰুৱাৰ ভাবুকি। কিন্তু মনত ৰাখিব ইতিহাস সাক্ষী যে প্ৰযুক্তিয়ে কেতিয়াও চাকৰি কাঢ়ি নিব নোৱাৰে। সময়ৰ লগে লগে চাকৰিৰ প্ৰকাৰ সলনি হয়। আৰু নতুন চাকৰিৰ সৃষ্টিও হয়। ”

শেহতীয়াকৈ ২০২৪ চনত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা লাভ কৰা জন হোপফিল্ডে দাবী কৰে যে প্ৰযুক্তিয়ে ভাল বা বেয়া দিশত আগবাঢ়ি নাযায়।

মোডীৰ কথাত একেই কথাই শুনিব পোৱা গ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সোমবাৰে নিশা এআই একচন সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰান্সত উপস্থিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ai
publisher

publisher

Related Posts

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

May 1, 2026
ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

একেৰাহে ৪০ ঘণ্টা হৃৎস্পন্দন বন্ধ থকাৰ পাছতো বাচিল ব্যক্তি

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

April 30, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d