Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

APSC Scam : বিপ্লৱ শৰ্মাৰ বাৰশ পৃষ্ঠাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট

publisher by publisher
February 18, 2025
in India, Assam, Crime, News
Reading Time: 2 mins read
0
APSC Scam : বিপ্লৱ শৰ্মাৰ বাৰশ পৃষ্ঠাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট
2
SHARES
17
VIEWS
ShareShareShareShare

APSC Scam :

কোকৰাঝাৰ বিধান পৰিষদ ভৱনত সোমবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ এদিনীয়া বাজেট অধিৱেশনত চৰকাৰে দাখিল কৰা বহুচৰ্চিত বিপ্লৱ শৰ্মাৰ বাৰশ পৃষ্ঠাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷এপিএছচি কেলেংকাৰীৰ অন্যতম খলনায়ক ৰাকেশ পালক অসম লোকসেৱা আয়োগৰ স্থায়ী অধ্যক্ষ পাতিবলৈ ২০১৩চনত কেলেংকাৰীৰ আন এজন বহু বিতৰ্কিত অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ জৰিয়তে সাক্ষাৎ কৰা হৈছিল সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক।

ADVERTISEMENT

ইয়াৰ পিছৰে পৰা প্ৰায়ে সময়ে সময়ে মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি আহিছিল ৷ প্ৰতিবেদনত উল্লেখ থকা মতে ৰাকেশ পালে যেতিয়াই মুখ্যমন্ত্ৰী গগৈ সাক্ষাৎ কৰে ,তেতিয়াই লৈ গৈছিল কেতবোৰ উপহাৰ। অৱশ্যে পৰৱৰ্তী সময়ত ৰাকেশ পালকে স্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিছিল মুখ্যমন্ত্ৰী গগৈয়ে ৷আনহাতে প্ৰতিবেদনত উল্লেখ থকা আন এক তথ্যানুসৰি গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে উপহাৰ স্বৰূপে দিছিল সোনৰ চেইন,আঙুঠি আৰু ব্ৰেচলেট৷

RelatedPosts

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

Apsc Scam:কলংকিত ন বিষয়াক আজিও সুৰক্ষা

Apsc Scam:চৰকাৰৰ গাফিলতিৰ বাবে ন্যায়িক আয়োগৰ দ্বাৰা অভিযুক্ত হৈও চাকৰি ঘূৰাই পালে ১৮জনকৈ বিষয়াই

আনহাতে প্ৰতিবেদনত উল্লেখ আছে সেই সময়ৰ কেএমচিচিৰ দুই নেতা অখিল গগৈ ,কমল কুমাৰ মেধি(বৰ্তমান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ) আৰু আৰটিআই কৰ্মী দুলাল বৰাৰ নাম ৷ ৰাকেশ পালে গগৈক সাক্ষাৎ পাব বিচাৰিছিল যদিও নিৰ্ধাৰিত দিনটোত গগৈয়ে সাক্ষাৎ নিদি বৰং কেএমচিচিৰ আন এজন নেতা কমল কুমাৰ মেধিৰে যোগযোগ কৰিবলৈ কয় পালক ৷ সেই অনুসৰি কমল মেধি পালে দিয়ে ৩ লাখ টকা ৷ একেদৰে এপিএছচি কেলেংকাৰী মিটমাট কৰিবৰ বাবে আই পি এছ বিষয়া এপি তিৱাৰীকো দিয়ে ২ লাখ টকা ৷

উল্লেখ্য যে বিপ্লৱ শৰ্মাৰ আয়োগৰ পৃষ্ঠাই পৃষ্ঠাই বহু ৰৌ-বৰালীৰ নাম সন্নিৱিষ্ট আছে ৷ আছুৰ জ্যেষ্ঠ নেতাৰ পৰা আৰম্ভ কৰি বিয়াগোম চৰকাৰী বিষয়াৰ ঘনিষ্ঠ আৰু অঙহীবঙহীয়ে ৰাকেশ পালৰ জৰিয়তে লাভ কৰিছিল এচিএছ- এপিএছ ৷

প্রাক্তন কংগ্রেছী বিধায়ক সুমিত্রা পাটিৰৰ পৰিয়ালৰ ৩ সদস্যই লাভ কৰিছিল চাকৰি ৷ সুমিত্রা পাটিৰৰ বৰপুত্ৰ জৱাহৰ পাটিৰ , দ্বিতীয় পুত্ৰ কপূৰ পাটিৰে লাভ কৰিছিল এচিএছ ৷ একেদৰে চাকৰি পাইছিল সুমিত্রা পাটিৰৰ বোৱাৰী তথা জৱাহৰ পাটিৰৰ পত্নী মীনাক্ষী পামেই৷

আনহাতে,ন্যায়াধীশ বিকে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত বিস্ফোৰক তথ্যানুসৰি এপিএছচিৰ সহকাৰী পৰীক্ষা নিয়ন্ত্রক পবিত্ৰ কৈৱৰ্তৰ জীয়ৰী লীনা দাসে লাভ কৰিছিল কৰ পৰিদৰ্শকৰ চাকৰি ৷ভতিজা ভাৰ্গৰমুনি দাসে পাইছিল এপিএছ ৷
পবিত্র কৈৱৰ্তৰ কন্যা লীনা দাস মঙলদৈৰ প্রাক্তন বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ পত্নী ৷
একেদৰে কৈৱৰ্তৰ দ্বিতীয় গৰাকী কন্যা নির্মালী দাসেও ২০০৯ত লাভ কৰিছিল এপিএছৰ চাকৰি৷ বৰ্তমান অসম মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ ঘনিষ্ঠ বিজেপি নেতা নিতাই ঘোষঁৰ পুত্ৰই পাইছিল এপিএছ ৷

আনহাতে,ন্যায়াধীশ বিকে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত পোহৰলৈ অহা আন এক বিস্ফোৰক তথ্য মতে মেট্রিকত তৃতীয় বিভাগত উত্তীর্ণ হৈও কে’বাজনেও লাভ কৰিছিল এপিএছচিৰ চাকৰি৷ ভাগ্যৱান প্ৰাৰ্থী সকল আছিল সুশোভন দাস,
এন বেনথৈ ছানু,সৰোজ সোণোৱাল,ভৰত কুমাৰ পেগু,পদ্ম কুমাৰ পেগু,মামনি হাজৰিকা আৰু বিকাশ কুনাৰ পিন্সা।

# আছুৰ মুখ্য উপদেষ্টা ড: সমজ্জুল ভট্টাচাৰ্যৰ ঘনিষ্ঠও লাভ কৰিছিল এপিএছচি চাকৰি:

ন্যায়াধীশ বিকে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা তথ্য অনুসৰি আছুৰ মুখ্য উপদেষ্টা ড: সমজ্জুল ভট্টাচাৰ্যৰ ঘনিষ্ঠ জন দাসে (বৰ্তমান অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত)লাভ কৰিছিল এপিএছ ৷

এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰক এ এন বি সিনহাৰ কন্যাই লাভ কৰিছিল এচিএছ ৷ আৰটিআই কৰ্মী অকৰাম প্ৰশান্ত সিঙৰ ঘনিষ্ঠ প্ৰতাপ দাসেও লাভ কৰিছিল এপিএছ ৷

# NRC ৰ প্ৰাক্তন সমন্বয়ক অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ পুত্ৰও লাভ কৰিছিল এপিএছ

এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাৰ পুত্ৰয়েও ৰাকেশ পালৰ জৰিয়তে লাভ কৰিছিল অসম আৰক্ষী সেৱাৰ চাকৰি ৷

# কমল মেধিয়ে ৰাকেশ পালৰ পৰা ৩ লাখ টকা লোৱাৰ তথ্য প্ৰতিবেদনত অহাৰ পিছতে অখিল গগৈয়ে বিচাৰিছে স্পষ্টীকৰণ

বিপ্লৱ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনত কমল মেধিয়ে ৰাকেশ পালৰ পৰা ৩ লাখ টকা লোৱাৰ তথ্য প্ৰতিবেদনত অহাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ এই সন্দৰ্ভত সামাজিক মাধ্যমত প’ষ্ট কৰি গগৈয়ে উল্লেখ কৰে যে ‘কেলেংকাৰীৰ তদন্ত আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ ৫০৭ পৃষ্ঠাত মোৰ নামত বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে ২০১৪ চনত ৩ লাখ টকা খোৱা বুলি ওলাইছে। এই ক্ষেত্ৰত কমল মেধিয়ে ৰাজহুৱাকৈ দিয়ক স্পষ্টীকৰণ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC Scambk sarma Commission
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d