Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Rakesh Paul:ধন আদায়েই নহয়, মহিলা প্ৰাৰ্থীৰে অবৈধ সম্পৰ্ক পালৰ

ৰাকেশ পালৰ অন্যতম সহযোগী ডাঃ‌ মৃগেন শইকীয়াৰ তথ্য, অখিলৰ কথা মতে কমল মেধিক দিছিল তিনি লাখ , দুলাল বৰাকো দিছিল দুই লাখ : গৌৰৱ গগৈৰ বিয়াত দিছিল বহুমূলীয়া উপহাৰ

publisher by publisher
February 19, 2025
in India, Assam, News
Reading Time: 1 min read
0
Rakesh Paul:ধন আদায়েই নহয়, মহিলা প্ৰাৰ্থীৰে অবৈধ সম্পৰ্ক পালৰ
4
SHARES
36
VIEWS
ShareShareShareShare

Rakesh Paul:

অসম লোকসেৱা আয়োগ (এপিএছচি)ত ২০১৩ত সংঘটিত ভয়াৱহ কেলেংকাৰিৰ প্ৰতিবেদনত উন্মোচিত হৈছে বিভিন্ন চাঞ্চল্যকৰ তথ্য। এই কেলেংকাৰি অন্যতম মুখ্য অভিযুক্ত তথা পৰৱৰ্তী সময়ত ৰাজসাক্ষী হৈ পৰা ডাঃ মৃগেন শ‍ইকীয়াই তেওঁৰ স্বীকাৰোক্তিত নাম লৈছে ৰাজ্যৰ বৰ্তমানৰ তথা প্ৰয়াত ৰাজনীতিকৰ।

ADVERTISEMENT

এনে স্বীকাৰোক্তিত উল্লেখ কৰা হৈছে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিষয়ে। লগতে এসময়ত গগৈৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগী আৰু বৰ্তমান বিজেপিৰ নেতা কমল মেধিৰ নাম লৈছে ডাঃ শ‍ইকীয়াই। তেওঁ কয় যে অখিল গগৈৰ কথা মতে তেওঁ কমল মেধিক ২০১৪ত তিনি লাখ টকা আদায় দিছিল।

RelatedPosts

Apsc :এপিএছচিক লৈ চিআইডিৰ নিজাববীয়া গোচৰ ৰুজু

Assam APSC Scam: এপিএছচি কেলেংকাৰীৰ ১৪ অভিযুক্তই লাভ কৰিলে জামিন

Rakesh Paul Released From Jail:বন্ধ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল

কিহৰ বাবে এই ধন আদায় দিয়া হৈছিল এই সম্পৰ্কে তেওঁ কয় যে ৰাকেশ পালৰ হৈ তেওঁ এই ধন মেধিৰ হাতত অৰ্পণ কৰাৰ লগতে অলপতে জামিনত কাৰামুক্ত হোৱা দুলাল বৰাক আদায় দিছিল দুই লাখ টকা। স্বীকাৰোক্তিত তেওঁ কয়, ‘ম‍ই জানো যে আৰটিআই কৰ্মী দুলাল বৰাক আৰু প্ৰাক্তন কেএমএএছ নেতা কমল মেধিক ৰাকেশ কুমাৰ পালে ধন আদায় দিছিল।

গুৱাহাটী মহানগৰীৰ তদানীন্তন এছএছপি এপি তিৱাৰীৰ স’তে পালে এখন বিলাসী চুৰি গাড়ী ৰখাৰ ঘটনা গাপ দিবলৈ পালৰ হৈ মই দুলাল বৰাক দিছিলো দুই লাখ টকা ৷ বৰাই বিষয়টোক লৈ সৰৱ হৈ থকাৰ বাবে তেওঁক এই ধন দিব লগা হৈছিল আৰু আৰক্ষীক গোচৰো ৰুজু কৰিছিল বৰাই।

ইয়াৰ পাছতে বৰাই পালৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰে যদিও তিৱাৰীৰ বিৰুদ্ধে প্রত্যাহাৰ কৰা নাছিল৷ ইপিনে, প্রাক্তন কেএমএছএছ নেতা কমল মেধিক তিনি লাখ টকা আদায় দিয়াৰ বিষয়টো এনে যে পালে মোক কেএমএছএছৰ উপদেষ্টা অখিল গগৈক যোগাযোগ কৰিবলৈ কৈছিল।

সেই মৰ্মে ম‍ই গুৱাহাটীৰ চানমাৰিত থকা তেওঁৰ বাসগৃহত তেওঁক সাক্ষাৎ কৰো। তেতিয়া তেওঁ ফোনেৰে বাৰ্তালাপ কৰে আৰু সেই মৰ্মে পৰৱৰ্তী বৈঠকৰ বাবে দিন ঠিক কৰা হয়। অৱশ্যে অখিল গগৈয়ে এই বৈঠক বাতিল কৰে আৰু কমল মেধিক যোগাযোগ কৰিবলৈ কয় পালক।

এই মর্মে কমল মেধিক সাক্ষাতৰ দায়িত্ব মোক দিয়া হয় আৰু মই তিনি লাখ টকা আদায় দিওঁ। আয়োগে প্রতিবেদনত ইয়াৰ পাছতে লিখিছে যে ডাঃ শ‍ইকীয়াৰ উপৰোক্ত ভাষ্য কল্পনাৰো বাহিৰত যে পালে এপিএছচিক আৰু ইয়াৰ দ্বাৰা আয়োজিত পৰীক্ষাসমূহক কেনে পৰ্যায়লৈ লৈ গৈছিল! শ‍ইকীয়াই তেওঁৰ স্বীকাৰোক্তিত কয় যে সৎসংগ বিহাৰৰ এক অনুষ্ঠানত তেওঁ পালৰ স’তে যোগাযোগ হৈছিল ।

সেই সময়তে তেওঁ এপিএছচিৰ গৱেষণা বিষয়া মুকুল ডেকাকো লগ পাইছিল। তেওঁ স্পষ্টভাৱে কৈছে যে কিদৰে পালক তদানীন্তন মুখ্যমন্ত্ৰীৰ স’তে পৰিচয় কৰোৱা হৈছিল আৰু ইয়াৰ পাছৰ পৰিণতি কি হৈছিল ৷ আয়োগে কয়,‘এয়া অতি বেদনাদায়ক যে পালে বক্র পন্থা গ্রহণ কৰি অধ্যক্ষৰ পদ আদায় কৰিছিল, আনকি তেওঁ আইন বিভাগৰ তদানীন্তন উপ-সচিব এম বৰভূঞাকো মেনেজ কৰিছিল।

এখন নির্দিষ্ট হোটেলত পালক বৰভূঞাই সাক্ষাৎ কৰাৰ কোনো কাম নাথাকে।’ শ‍ইকীয়াই চাকৰিৰ বিপৰীতে সম্পন্ন হোৱা ধনৰ লেনদেনৰ বিষয়ে বিতং বিৱৰিছে আৰু সঘনাই পালক সাক্ষাত বাবে অহা সকলৰ নাম উল্লেখ কৰে। পৰৱৰ্তী সময়ত এইসকলে ২০১৩ আৰু ২০১৪ৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (চিচিই)ত নিৰ্বাচিত হৈছিল।

ঝাৰখণ্ডৰ সৎসংগ বিহাৰৰ জৰিয়তেও জালি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন হৈছিল। এই সম্পর্কে তেওঁ কয় যে পালে সুদীপ্ত দাস, ৰাজীৱ পাল, সঞ্জয় সাহা আৰু এজন পিএছঅ’ৰ জৰিয়তে উত্তৰবহীৰ নকল কৰাৰ দুৰ্নীতিত নিমজ্জিত হৈছিল। পালৰ হৈ শ‍ইকীয়াই ৫০ লাখ টকা প্ৰদীপ নুনিচা নামৰ এজন লোকৰ জোঁৱায়েক গুলচন দাওলাগাপুৰ চাকৰিৰ বাবে সংগ্ৰহ কৰিছিল। ২০১৪ৰ চিচিইত দাওলাগাপু নির্বাচিত হয় আৰু এপিএছ (জুনিয়ৰ গ্ৰেড)ৰূপে নিযুক্ত হয় । অৱশ্যে ডিব্ৰুগড় গোচৰ নম্বৰ ৯৩৬/২০১৬ মর্মে তেওঁক জালিয়াতিৰে নিযুক্তি লোৱাৰ বাবে গ্রেপ্তাৰ কৰা হয় আৰু চাকৰিৰ পৰা বৰ্খাস্ত হয়।

# নাৰী আৰু ৰাকেশ পাল

ডাঃ শ‍ইকীয়াৰ স্বীকাৰোক্তিত এই কথা উন্মোচিত হৈছে যে ৰাকেশ পালে কিছুমান মহিলা প্ৰাৰ্থীৰ স’তে অবৈধ সম্পর্ক ৰক্ষা কৰিছিল যাৰ বাবে তেওঁৰ মাতৃয়ে কৈছিল, ‘চৰিত্ৰৰ পতন হৈছে। লক্ষ্যণীয়ভাৱে ডাঃ শ‍ইকীয়াই কয় যে পালে ঝাৰখণ্ডৰ দেওঘৰলৈ অবৈধ ধন বিতৰণৰ বাবে তেওঁ প্ৰেৰণ কৰিছিল।

শ‍ইকীয়াই এই ধন লৈ পালৰ তাতে থকা বায়েকৰ ঘৰলৈ গৈছিল আৰু মেঘালয়ৰ তুৰাত থকা ভনীয়েকৰ ঘৰলৈও গৈছিল। এই দুর্নীতি পালতে সীমাবদ্ধ নাছিল । এপিএছচিৰ এই সময়ৰ আন দুজন সদস্য ডাঃ ছামেদুৰ ৰমহান আৰু বসন্ত কুমাৰ দলেও দুৰ্নীতিত নিমজ্জিত হৈছিল।

ডাঃ শ‍ইকীয়াই কয় যে কিছুমান প্ৰাৰ্থীক ভুৱা উত্তৰবহীত পালৰ ঘৰতে লিখিবলৈ দিয়া হৈছিল। এই ভুৱা উত্তৰবহীবোৰ পালৰ ভ্ৰাতৃৰ ছপাশালত ছপা কৰা হৈছিল। ডাঃ মৃগেন শ‍ইকীয়াৰ ভাষ্যৰ সাৰাংশ পালে সংঘটিত কৰা অতি ক্ষুদ্র অংশ মাথোন। ডাঃ শ‍ইকীয়াই সম্পূর্ণ স্বীকাৰোক্তি পঢ়িলেহে পালে সংঘটিত কৰা অনিয়মৰ জালিয়াতিৰ ভুৱা বাৰ্তা বুজিব পাৰিব।

ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটে সেয়া সকলোৰে কাম্য হ’ব। ডাঃ শ‍ইকীয়াই তদুপৰি কয় যে ২০১২ৰ ডিচেম্বৰৰ পৰা তেওঁ পালক চিনি পায়। ২০১২ৰ ডিচেম্বৰ-২০১৩ জানুৱাৰীত খানাপাৰা পশুপালন বিভাগৰ খেলপথাৰত সৎসংগ বিহাৰ ৰেহটিক সন্মিলন অনুষ্ঠিত কৰা হৈছিল।

ডাঃ শ‍ইকীয়া সেই সময়ত এছডিঅ’ৰূপে কৰ্মৰত আছিল আৰু চৌহদ সমিতিৰ সভাপতি আছিল। পালে পশুপালন খেলপথাৰখন বিচাৰি অনুৰোধ কৰিছিল ডাঃ শ‍ইকীয়াক। তেওঁ কয়, ‘এই অনুষ্ঠান আয়োজন কৰাত মই তেওঁক সহায় কৰিছিলো আৰু আমাৰ সম্পৰ্ক ক্রমশঃ গাঢ় হৈছিল। সেই সময়ত ৰাকেশ পাল আছিল এপিএছচিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৷

মোৰ পদোন্নতি সম্পৰ্কত এপিএছচিৰ গৱেষণা বিষয়া মুকুল ডেকাৰ স’তে মোৰ যোগাযোগ সম্পন্ন হয়। তেওঁৰ ভগ্নী আৰু মোৰ পত্নী সহপাঠী আছিল। ডেকাই পালক কয় যে মই আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ ওচৰ চুবুৰীয়া আৰু প্ৰয়াত গগৈৰ স’তে মোৰ ঘনিষ্ঠ সম্পর্ক আছে। ইপিনে, ডেকাই মোক পালৰ স’তে সুসম্পৰ্ক বজাই ৰাখিবলৈ কৈছিল কিয়নো মোৰ পুত্ৰই বিটেক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু এপিএছচিৰ জৰিয়তে চাকৰি লাভৰ বাবে পালৰ সহায় লাগিব পাৰে ।

ক্ৰমশঃ মোৰ পালৰ স’তে সম্পৰ্কৰ উন্নতি ঘটে আৰু মোক বিভিন্ন কামত ব্যৱহাৰ কৰা হয় আৰু তেওঁ মোক বিভিন্ন কামত ব্যৱহাৰ কৰিবলৈ ধৰে। সেই সময়ত মুখ্যমন্ত্ৰীৰ স’তে সাক্ষাতৰ ব্যৱস্থা কৰিবলৈ মোক কোৱা হ’ল। মই পালক সেই মতে কইনাধৰাত থকা তদানীন্তন মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ লৈ যাওঁ । সেয়া হ’ব ২০১৩ৰ ফেব্ৰুৱাৰীৰ কথা। ইয়াৰ পাছতে পালে ইয়াৰ প্ৰতি সপ্তাহতে তেতিয়াৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ মোৰ স’তে গৈছিল।

পালে বাৰে বাৰে মোক তেওঁ আয়োগৰ স্থায়ী অধ্যক্ষৰূপে নিযুক্তি লাভ কৰিবলৈ মুখ্যমন্ত্ৰীক বুজোৱাৰ কথা মোক বাৰে বাৰে কৈছিল। এইদৰে মুখ্যমন্ত্ৰীৰ তালৈ গ’লে পালে তেওঁৰ স’তে উপহাৰ লৈ গৈছিল। মই জানো যে প্রাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈৰ বিবাহত পালে সোণৰ চেইন, আঙঠি, ব্ৰেচলেট আদি উপহাৰ দিছিল।  মই এপিএছচিৰ স্থায়ী অধ্যক্ষৰূপে নিযুক্তিৰ পালৰ অনুৰোধৰ বিষয়ে মুখ্যমন্ত্ৰীক কৈছিলো। তেওঁ প্ৰয়োজনীয় পদক্ষেপৰ আশ্বাস দি কিছুদিন অপেক্ষা কৰিব কৈছিল।’

ডাঃ শ‍ইকীয়াই পুনৰ কয়, আমাৰ অহা-যোৱা মুখ্যমন্ত্ৰীৰ ওচৰলৈ অব্যাহত আছিল আৰু এইদৰে এদিন যাওঁতে মুখ্যমন্ত্ৰীয়ে আমাক ক’লে যে ৰাকেশ পালক এপিএছচিৰ স্থায়ী অধ্যক্ষৰূপে নিযুক্তিৰ ফাইল প্রস্তুত কৰিবলৈ তেওঁ ইতিমধ্যে কর্মী প্রশাসন বিভাগক নিৰ্দেশ দিছো। দৰাচলতে ফাইল প্রস্তুত কৰি প্ৰক্ৰিয়া আগবঢ়োৱা হৈছিল আৰু এই ফাইল আইন বিভাগলৈ আহিছিল ।

মই এই ফাইলৰ সম্পূৰ্ণ প্ৰক্ৰিয়া চোৱাচিতা কৰিছিলো ৷ পালে তাৰ বাবে মোক পাঁচ লাখ টকা দিছিল ৷ এই ফাইলটো আইন বিভাগৰ তদানীন্তন উপ-সচিব এন বৰভূঞাৰ টেবুলত ৰখাই থোৱা হৈছিল। মই বৰভূঞাক যোগাযোগ কৰোতে তেওঁ কৈছিল যে ফাইলটোত বহু খেলিমেলি আছে আৰু তাৎক্ষণিকভাৱে এৰি দিব নোৱাৰি। এই ফাইল আগবঢ়াবলৈ মই বৰভূঞাক ধনৰ প্ৰস্তাৱ দিওঁতে তেওঁ পালৰ স’তে পোনপটীয়া যোগাযোগ কৰে।

এই মৰ্মে পালক জনোৱাত বৰভূঞাৰ স’তে ফোনত কথা পাতে। ইয়াৰ পাছত ম‍ই পালৰ নিৰ্দেশ অনুসৰি বৰভূঞাৰ ওচৰলৈ যোৱা নাছিলো। পালে মোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জাহিদ চৌধুৰীক লগ কৰিবলৈ কৈছিল আৰু মোক কৈছিল যে যিহেতু চৌধুৰী আৰু বৰভূঞা দুয়ো শিলচৰৰ আৰু সেয়ে বৰভূঞাই কৰণীয় কৰিব।’ ডাঃ শ‍ইকীয়াই কয় যে অধিবক্তা জাহিদ চৌধুৰীৰ পৰামৰ্শ মতে ২০১৪ৰ আঠ নৱেম্বৰত তেওঁ অন্তৰ্ধান হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Apsc appointmentAssam APSC ScamCash For Job ScamRakesh Paul
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d