Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Akhil Gogoi’s letter to the CM:মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ পত্ৰ

 পত্নীৰ চাকৰিৰ নিযুক্তি আৰু সম্পত্তিৰ তদন্তৰ বিচাৰি এই পত্ৰ'   নিজৰাপাৰৰ বাসগৃহৰো তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অখিল গগৈৰ

publisher by publisher
February 21, 2025
in India, Assam, News
Reading Time: 1 min read
0
Akhil Gogoi’s letter to the CM:মুখ্যমন্ত্ৰীলৈ বিধায়ক অখিল গগৈৰ পত্ৰ
3
SHARES
28
VIEWS
ShareShareShareShare

Akhil Gogoi’s letter to the CM:

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পত্ৰ ৷ পত্নীৰ চাকৰিৰ নিযুক্তি আৰু সম্পত্তিৰ তদন্তৰ বিচাৰি এই পত্ৰ প্ৰেৰণ কৰে বিধায়ক গৰাকীয়ে ৷ একেদৰে নিজৰাপাৰৰ বাসগৃহৰো তদন্ত বিচাৰে অখিল গগৈয়ে ৷

ADVERTISEMENT

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰশ্নোত্তৰ সময়ত সদনত অখিল পত্নীৰ চাকৰি আৰু নিজৰাপাৰৰ সম্পত্তি সন্দৰ্ভত গুৰুতৰ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে ৷

RelatedPosts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

এই সন্দৰ্ভত শুক্ৰবাৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক পত্ৰত অখিল গগৈয়ে উল্লেখ কৰে যে সদনত আপোনাৰ ভাষণত মোৰ আৰু মোৰ পত্নীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উপস্থাপন কৰিছিল। আপুনি উল্লেখ কৰিছিল যে মোৰ পত্নী ডাঃ গীতাশ্ৰী তামুলীয়ে বি বৰুৱা মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পদত নিযুক্তি অসাধু উপায়েৰে লাভ কৰিছিল ৷

এনে ক্ষেত্ৰত যদি মোৰ পত্নী ড: গীতাশ্ৰী তামুলীক নিযুক্তি দিয়াত যদি অসাধু উপায় অৱলম্বন কৰা হৈছিল আৰু তেন্তে ইয়াৰ ওপৰত তদন্ত কৰা হওক ৷

আনহাতে আপোনাক জনাও যে বৰ্তমান মই বাস কৰা ব্যক্তিগত আৱাসিক সম্পত্তি অৰ্থাৎ ঘৰ নং ৪০, নিজাৰাপাৰৰ ঘৰটি চান্দমাৰী প্ৰয়াত ভদ্ৰ বৰাৰ পৰা ক্ৰয় কৰিছিল মোৰ পত্নী ডাঃ গীতাশ্ৰী তামুলীয়ে।

ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ ভোটৰ সময়ত আপুনি অভিযোগ কৰিছিল যে মই অবৈধ উপায় আৰু দুৰ্নীতিৰ জৰিয়তে ঘৰটো ক্ৰয় কৰিছিলোঁ যিয়ে মোৰ আৰু মোৰ পত্নীৰ আত্মসন্মানত আঘাত হানিছে। গতিকে বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ অনুৰোধ জনালোঁ আৰু যদিহে তদন্তত প্ৰমাণিত হয় যে তেন্তে মই আৱাসিক সম্পত্তিটো অসম চৰকাৰক গতাই দিম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Akhil Gogoi LatterCm Himanta Biswa Sarma
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d