Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

    India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া

বাংলাদেশী বহিস্কাৰ, আন্তঃৰাজ্যিক সীমা সমস্যা, জনজাতিকৰণ সন্দৰ্ভত পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান

publisher by publisher
February 22, 2025
in India, Assam, News
Reading Time: 2 mins read
0
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ‘আপ’ৰ প্ৰতিক্ৰিয়া
4
SHARES
38
VIEWS
ShareShareShareShare

App Assam Pressmeet:

এডভান্টেজ অসম ২.০ বিনিয়োগ সন্মিলন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব। অসম ভ্ৰমণৰ এই সময়চোৱাতে প্ৰধানমন্ত্ৰী গৰাকীয়ে সৰুসজাই ষ্টেডিয়ামত অসমৰ চাহ জনগোষ্ঠী, আদিবাসী সকলৰ ঝুমুৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীলৈ আদৰণি জনাইছে আম আদমী পাৰ্টিয়ে।

ADVERTISEMENT

শনিবাৰে আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আপৰ জ্যেষ্ঠ নেতাগৰাকীৰ প্ৰশ্ন , “২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে ১৬ মে’ৰ ভিতৰত অবৈধ বাংলাদেশী বিতাড়ন কৰা হ’ব বুলি অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ কি হ’ল? CAA প্ৰণয়নৰ জৰিয়তে মোদী চৰকাৰে বাংলাদেশী বহিস্কাৰৰ পৰিবৰ্তে বাংলাদেশী নাগৰিকক সংস্থাপন কৰাৰ বাবে ব্যৱস্থা কৰিলে। অসমবাসীৰ প্ৰতি এই প্ৰৱঞ্চনা কিয়? অসম চুক্তিৰ ৬ নং দফা ৰূপায়নক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ প্ৰশ্নত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সোপাঢিলা নীতি কিয়?”

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

সংবাদমেলত ডাঃ চৌধুৰীয়ে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দীৰ্ঘ দিনৰ পৰা আভুৱা ভাঁৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ কাৰ্যসূচীৰ মাজতে জনজাতিকৰণৰ বিষয়টোত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ তেওঁ দাবী জনায়।

প্ৰধান মন্ত্ৰী মোদী আৰু বিজেপি দলে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে কয়, “ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে বিজেপিয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি বান – গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিগত দিনত এই প্ৰতিশ্ৰুতি ৰূপায়ন কৰা নাই। বিধ্বংসী বানে অসম বিধ্বস্ত কৰাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীৰ খবৰ ল’বলৈ আহৰি পোৱা নাই। অথচ আজি অসমৰ ঝুমুৰ নৃত্য উপভোগ কৰিবলৈ সময় উলিয়াব পাৰিছে।

প্ৰধানমন্ত্ৰীয়ে কথাই কথাই উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষী বুলি কয়। কিন্তু অষ্টলক্ষীৰ সন্তানৰ সমস্যা সমাধানত তেওঁৰ আন্তৰিকতা নাই। অসমৰ আন্তঃৰাজ্যিক সীমা সমস্যা, ৰাজ্যৰ নিৱনুৱা সমস্যা, আদিৰ সমাধানত কোনোদিনে গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে।

সংবাদমেলত মণিপুৰৰ প্ৰসংগ উত্থাপন কৰি ডাঃ চৌধুৰীয়ে কয়, প্ৰায় এবছৰ ধৰি মণিপুৰ জ্বলি থকাৰ সময়ত মণিপুৰবাসীৰ সমস্যাৰ বুজ ল’বলৈ এদিনো উত্তৰ পূৱলৈ নহা প্ৰধানমন্ত্ৰীৰ উত্তৰ -পূৰ্বাঞ্চলৰ প্ৰতি যে প্ৰকৃততে আন্তৰিকতা নাই সেই কথা স্পষ্ট হৈছে। ঝুমুৰ নৃত্য কাৰ্যসূচী উপভোগ কৰিবলৈ আহোতে প্ৰধানমন্ত্ৰীয়ে এবাৰ মণিপুৰ ভ্ৰমণ কৰি আহক। কিমান মানুহৰ ঘৰ জ্বলিল, কিমান জনৰ মৃত্যু হ’ ল, কিমান মহিলা ধৰ্ষিতা হ’ল সেই খবৰ লওঁক। প্ৰধানমন্ত্ৰীয়ে পাহৰি যোৱা উচিত নহয় যে মণিপুৰো ভাৰতৰ অংগৰাজ্য। মণিপুৰো আমাৰ নিজৰ।

সংবাদমেলত দলৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য চাবলৈ অহা প্ৰধানমন্ত্ৰীক চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। চাহ বাগিচা অঞ্চলত স্থাপিত মডেল স্কুলৰ আন্তঃগাঁথনি নিৰ্মাণৰ লগতে শৈক্ষিক মান উন্নত কৰাৰ বাবে চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ ডেকাৰজাই আহ্বান জনায়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAp AssamAddressing Aap Leader Anurupa DekarajaGuwahatiNational joint Secy Bhaben ChoudhuryPressmeet
publisher

publisher

Related Posts

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে
News

Dhekiakhowa Bornamghar:বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

May 10, 2025
India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ
India

India-Pakistan War:সন্ধিয়াৰ লগে লগে পুনৰ পাক আক্ৰমণ

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d