Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

State Bjp President Dilip Saikia:এডভান্টেজ আচাম 2.0 য়ে ৰাজ্যখনলৈ কঢ়িয়াই অনা বিকাশৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ দ্বায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ:দিলীপ শ‌ইকীয়া

publisher by publisher
February 21, 2025
in Assam, India, News
Reading Time: 1 min read
0
State Bjp President Dilip Saikia:এডভান্টেজ আচাম 2.0 য়ে ৰাজ্যখনলৈ কঢ়িয়াই অনা বিকাশৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ দ্বায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ:দিলীপ শ‌ইকীয়া
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

বনাঞ্চলৰ সীমা নিৰ্ধাৰণক লৈ বন বিভাগৰ কৰ্তৃত্বত হস্তক্ষেপ চৰকাৰৰ 

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

State Bjp President Dilip Saikia:

“অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আয়োজিত কৰা এডভান্টেজ আচাম 2.0 ৰ জৰিয়তে আগন্তুক সময়ত অসমলৈ বিকাশৰ বাৰ্তা কঢ়িয়াই আনিব,আৰু এই বাৰ্তা অসমৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ দ্বায়িত্ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ।”

ADVERTISEMENT

আজি ৰাজ্যিক বিজেপিৰ মিডিয়া বিভাগ,সামাজিক মাধ্যম কোষ,তথ্য প্ৰযুক্তি কোষ,অৰ্থনীতি কোষ,বাণিজ্যিক কোষ,নীতি আৰু গৱেষণা বিভাগ তথা দলীয় মুখপাত্ৰ আৰু পেনেলিষ্ট সকলৰ সৈতে অনুষ্ঠিত হোৱা সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শ‌ইকীয়াই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক এই আহ্বান জনায়।প্ৰায় ২ লাখ কোটিতকৈ অধিক বিনিয়োগৰ আশাৰ বতৰা কঢ়িয়াই অনা এডভান্টেজ আচাম 2.0 ত ভাৰতৰ বিভিন্ন স্তৰৰ কেইবাটাও অগ্ৰণী ৰাষ্ট্ৰীয় বাণিজ্যিক সংস্থা,কোম্পানী,আগশাৰীৰ ব্যৱসায়ীৰ লগতে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সংস্থা,বিশিষ্ট ব্যৱসায়ীসকলৰ উপস্থিতিত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা এডভান্টেজ আচাম 2.0ৰ শুভ উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই অনুষ্ঠানৰ পূৰ্ব সন্ধিয়া অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰায় ১০ হাজাৰ ঝুমুৰ শিল্পীৰ দ্বাৰা “ঝুমইৰ বিনন্দিনী” অনুষ্ঠানৰো উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে । এই সন্দৰ্ভত আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়,অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা সভা খনত ৰাজ্যিক সভাপতি গৰাকীয়ে কেউটা বিভাগ আৰু কোষক সক্ৰিয়তাৰে সমগ্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ব্যাপকভাৱে জনসাধাৰণৰ মাজলৈ এডভান্টেজ আচাম 2.0 ৰ বিষয়সমূহ লৈ যাবলৈ তৎপৰতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

আজিৰ সভাত ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস,দিপ্লুৰঞ্জন শৰ্মা, পুলক গোহাঁই উপস্থিত থকা সভাখনৰ আঁত ধৰে ৰাজ্যিক মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Advantage Assam2.0pEL\NELIST meetingSPORK PERSONSState Bjp President Dilip Saikia
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d