Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Tamil Nadu government against trilingual system in National Education Policy:হিন্দীৰ প্ৰচলনৰ সপক্ষে-বিপক্ষে তুমুল বাকযুদ্ধ সামাজিক মাধ্যমত

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ত্ৰিভাষা ব্যৱস্থাৰ বিৰুদ্ধে তামিলনাড়ু চৰকাৰৰ তীব্র প্রতিবাদ অব্যাহত, ভাষাৰ নামত সমাজত বিভাজন নঘটাবলৈ সকীয়নি দিলে প্রধানমন্ত্রী মোদীয়েও

publisher by publisher
February 22, 2025
in India, News
Reading Time: 4 mins read
0
Tamil Nadu government against trilingual system in National Education Policy:হিন্দীৰ প্ৰচলনৰ সপক্ষে-বিপক্ষে তুমুল বাকযুদ্ধ সামাজিক মাধ্যমত
1
SHARES
14
VIEWS
ShareShareShareShare

Tamilnadu government against trilingual system in National Education Policy:

নৰেন্দ্ৰ মোদী চৰকাৰে অনা নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ ত্রিভাষা ব্যৱস্থাৰ বিৰুদ্ধে তামিলনাড়ু চৰকাৰে প্রতিবাদ অব্যাহত ৰখাৰ সময়তে সামজিক মাধ্যমৰ জৰিয়তে এটা পক্ষই হিন্দী ভাষাৰ সপক্ষে জোৱাৰ তোলাৰ চেষ্টা চলাইছে। সম্প্রতি পৰিস্থিতি এনে হৈছে যে দেশত এক ভাষাকেন্দ্রিক বিভাজন সৃষ্টিৰ আশংকা প্ৰবল হৈছে। ইয়াৰ আভাস স্পষ্ট হোৱাত উদ্বিগ্ন হৈ স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাষাৰ ভিত্তিত সমাজত বিভাজন নঘটাবলৈ সকীয়নি জাৰি কৰিছে।

ADVERTISEMENT

লক্ষ্যণীয় যে সামাজিক মাধ্যম ‘এক্স’ত হিন্দী ভাষাৰ সপক্ষে শেহতীয়াভাবে এটা হেছটেগ ‘ট্রেন্ডিং’ হৈছে স্বাভাৱিকতে ইয়ে একাংশৰ মাজত গুৰুত্ব পালেও আন একাংশৰ মাজত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ‘চিঞৰ-বাখৰ নকৰিব হিন্দী কওক (স্টপ ক্রায়িং স্পীক হিন্দী) শীর্ষক এই হেহটেগক কেন্দ্ৰ কৰি ‘এক্স’ত এক তুমুল বাকযুদ্ধৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে একেটা
সামাজিক মাধ্যমত ‘হিন্দী আৰোপ বন্ধ কৰক’ (ষ্টপ হিন্দী ইম্প’জিচন) শীর্ষক এক হেছটেগ ট্রেন্ডিং হয়।

RelatedPosts

শিক্ষানীতিৰ আওতাত নপৰাৰ বাবে পুনৰ বন্ধ হ’ব ১৯৫ খন হাইস্কুল 

এই হেছটেগৰ প্রত্যুত্তৰৰূপে আন এটা পক্ষই ‘স্টপ ক্রায়িং স্পীক হিন্দী’ হেছটেগৰ অৱতাৰণা কৰে। দুয়োটা হেছটেগৰ মাজত তীব্র বাকযুদ্ধৰ সৃষ্টি হৈছে। ইয়ে এক আকর্ষণীয় বাকযুদ্ধৰ অৱতাৰণা কৰিছে। উল্লেখ্য যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত তামিলনাডুত তিনিটা ভাষা নীতি প্ৰৱৰ্তন ক্ৰাৰ পাছতে ‘স্টপ হিন্দী ইম্প’জিচন’ হেছটেগে সামাজিক মাধ্যমত ভুমুকি মাৰে। প্রথমে এই হেছটেগ সামাজিক মাধ্যমত উত্তৰণ ঘটায় ‘এক্স এক্স এক্স এক্স’ নাম (ছদ্মনাম) ৰ এটা একাউন্টে। এই একাউন্টে হেছটেগটো তামিলনাডুৰ তথ্য প্রযুক্তি মন্ত্রী থিগা ৰাজনৰ এটা ভিডিঅ’ও টেগ কৰে।

হিন্দী ভাষাক তামিলনাডুত আৰোপ কৰাটো এক ভাষা উগ্রজাতীয়তাবাদ বুলি উক্ত একাউণ্টত উল্লেখ আছে। একেদৰে যোৱা ১৮ ফেব্ৰুৱাৰীত আন এটা একাউণ্টযোগে একাউণ্টৰ পৰা তামিলনাডুত হিন্দী ভাষা ব্যৱহাৰৰ বিৰোধিতা কৰা হয়। ৰাজ্যখনত এনেদৰে হিন্দী ভাষা আৰোপৰ বিৰুদ্ধে জোৱাৰ উঠাৰ সময়তে সামাজিক মাধ্যমত ‘স্টপ ক্রায়িং স্পীক হিন্দী’ হেছটেগে ভুমুকি মাৰিছে। ইয়াৰ সমর্থনত থিয় দিয়াসকলে যুক্তি দিছে যে হিন্দী হৈছে ভাৰতক এক কৰা ভাষা।

একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে গুৰুত্ব সহকাৰে এই হেছটেগ ব্যৱহাৰ কৰিছে। অৱশ্যে একাংশই ইয়াৰ প্ৰতি নেতিবাচক সঁহাৰি দিছে। এই হেছটেগৰ স’তে ৰীল, চুটি ভিডিঅ’ আদিও একাংশই ব্যৱহাৰ কৰিছে। এনে ভিডিঅ’ৰ জৰিয়তে বিভিন্নজনে মতামত আগবঢ়াইছে তথা হেছটেগটোক সমর্থন জনোৱাৰ কাৰণ ব্যাখ্যা কৰিছে। সুৰেশ পাৰ্মাৰ নামৰ লোকজনে এই হেছটেগ উল্লেখ কৰি ‘এক্স’ত দিয়া প’ষ্ট আটাইতকৈ অধিক দৰ্শন কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে।

দক্ষিণ ভাৰতীয় ভাষাসমূহক সুন্দৰ আখ্যা দিও সুৰেশে যুক্তি দিছে যে হিন্দী এনে এটা ভাষা যিয়ে ১৩০ কোটি লোকক ঐক্যবদ্ধ কৰিব পাৰে। তেওঁ এই মন্তব্যৰ সমর্থনত ‘এক্স’ত এক তথ্যৰ লেখো আপলোড কৰিছে। ইয়াৰ জৰিয়তে তেওঁ ভাৰতত হিন্দী কোৱা লোকৰ শতাংশৰ হিচাপ দিছে। তেওঁৰ তথ্যত দেখা গৈছে যে ৫৭ শতাংশ ভাৰতীয়ই হিন্দী প্রথম, দ্বিতীয় অথবা তৃতীয় ভাষাৰূপে ব্যৱহাৰ কৰে।

তেওঁ এই তথ্য ২০১১ৰ লোকপিয়লৰ তথ্যৰ পৰা সংগৃহীত বুলি উল্লেখ কৰিছে। এই তথ্য শ্বেয়াৰ কৰোতে তেওঁ এই বুলিও মন্তব্য কৰিছে যে তামিল, তেলুগু আৰু কন্নড় এই সকলো ভাষাই সুন্দৰ ভাষা। কিন্তু হিন্দী এনে এটা ভাষা যিয়ে ১৩০
কোটি লোকক একত্রিত কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰিছে। একেদৰে আন এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কয় যে বহু বছৰ পূৰ্বে ব্ৰিটিছৰ শাসনৰ অন্ত পৰিল।

ভাৰতে ঔপনিবেশিক প্রভাৱ আঁতৰোৱা উচিত আৰু হিন্দীক সঁচা ৰাষ্ট্ৰীয় মাধ্যমৰূপে গ্ৰহণ কৰিব লাগে বুলি এই সামাজিক মাধ্যম ব্যৱহাৰকাৰীজনে মত পোষণ কৰিছে। তেওঁ কয়, ‘ঔপনিবেশিক শাসকে ইংৰাজী আৰোপ কৰিছিল; কিন্তু হিন্দী আমাৰ নিজৰ। আমি কিয় আমাৰ পৰিচয়ৰ পৰা আঁতৰিব লাগে? হিন্দী কোৱাত গৰ্ব কৰো আহক।’ লক্ষ্যণীয়ভাবে এই বিতৰ্কত অংশ লৈ বিখ্যাত সাংবাদিক মাধৱন নাৰায়ণে হিন্দীক আঁকোৱালি ল’বলৈ আহ্বান জনাইছে।

তেওঁ কয়, ‘চিঞৰ-বাখৰ নকৰিব, সত্যটোৰ মুখামুখি হওক।’ প্রসংগটোত তেওঁ লগতে কয়,’ভাৰত ভাষা, ধর্ম বা পৰম্পৰাৰ দ্বাৰা নহয়, সাংবিধানিক মূল্যবোধৰ পৰাহে সংযুক্ত হৈ আছে।’ আনহাতে, একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে শ্বেয়াৰ কৰা এটা সঁচা কাহিনীৰ ভিডিঅ’ অনেকবাৰ ৰি-প’ষ্ট কৰিছে। এইসকলে বিত্তমন্ত্ৰী গৰাকীক উদ্দেশি প্রশ্ন কৰিছে, ‘আপুনি তামিলনাডুত থকাৰ সময়ত কিয় হিন্দী শিকিলে?’ উক্ত ভিডিঅ’ৰ জৰিয়তে সীতাৰমণে হিন্দী শিকাৰ প্ৰতি সমর্থন আগবঢ়োৱাৰ লগতে বিতৰ্কত সাঙোৰ খাই পৰা ৰাষ্ট্ৰীয় ভাষা নীতি ৰূপায়ণৰ পক্ষত থিয় দিছে।

এনেদৰে বিতৰ্কটোক লৈ একাংশই গুৰু-গম্ভীৰ মন্তব্য দিয়াৰ বিপৰীতে আন একাংশই ইয়াক কৌতুক কৰিছে। অৱশ্যে একাংশই বিতৰ্কটোৰ গুৰুত্ব বৃদ্ধিৰ উদ্দেশ্যে হাস্যবসাত্মক আৰু বক্রোক্তিপূর্ণ মন্তব্য কৰিছে। বিদেশী প্রতিষ্ঠান কোকা-কোলাই উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ চলোৱাত দেৱনাগৰী ভাষা ব্যৱহাৰৰ কথা উল্লেখ কৰি এজন ‘এক্স’ ব্যৱহাৰকাৰীয়ে কয়, ‘আমি একেখন ৰাষ্ট্ৰৰে মানুহ। গতিকে আমি এটা উমৈহতীয়া ভাষাক যোগাযোগৰ মাধ্যমৰূপে ব্যৱহাৰ কৰো আহক।’

অৱশ্যে একাংশ ‘এক্স’ ব্যৱহাৰকাৰীয়ে উমৈহতীয়া ভাষাতকৈ নিজ নিজ মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্তব্য দিয়া দেখা যায়। আনকি এজনে প্রশ্ন কৰে যে যদি হিন্দী শিকাতো বাধ্যতামূলক কৰা হয়, তেন্তে হিন্দীয়ে ভাৰতক এক কৰিবনে নে অধিক বিভাজন ঘটাব?

# ভাষাক লৈ সমাজত বিভাজন নঘটাবলৈ মোদীৰ সকীয়নি

সমাজত ভাষাভিত্তিক বিভাজন নঘটাবলৈ প্রধানমন্ত্রী মোদীয়ে সকীয়নি জাৰি কৰিছে। মোদীয়ে অখিল ভাৰতীয় মাৰাঠী সাহিত্য সম্মিলনীৰ ৯৮ সংখ্যক সভাৰ উদ্বোধনী ভাষা দি কয়, ‘ভাৰতীয় ভাষাসমূহৰ মাজত কেতিয়াও শত্রুতা নাছিল। সদায়ে ভাষাসমূহে প্ৰভাৱ বিস্তাৰ কৰে আৰু এটাই আন এটাক সমৃদ্ধ কৰে।’

সকলোকে ভুল ধাৰণাৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, ‘ভুল ধাৰণাৰ পৰা আমি আমাক আঁতৰাই ৰখাটো আমাৰ সামাজিক দায়িত্ব। আমি সকলো ভাষাকে চহকী কৰিব লাগে বিশ্বত ভাৰতীয় সভ্যতাই সবাতোকৈ প্রাচীন জীৱিত সভ্যতা হোৱাৰ কাৰণ হৈছে ভাৰতীয় সভ্যতাৰ একেৰাহে ক্রমবিকাশ ঘটি আছে আৰু ই নতুন ধাৰণাক আঁকোৱালি লৈ পৰিৱৰ্তনক আদৰণি জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: against trilingual systemNational Education PolicyTamilnadu government
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d