Assam Cabinet:
# আজি কেবিনেটৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
ADVERTISEMENT
➡️ ৯০ কোটি টকাৰে ৰাজ্যত নিৰ্মাণ কৰা হ’ব ১০ টা স্কীল চেন্টাৰ।
➡️ বাঁহ উদ্যোগক শক্তিশালী কৰাৰ সিদ্ধান্ত ।
➡️অসমত ভৱন নিৰ্মাণত পাঁচ শতাংশ বাঁহ ব্যৱহাৰ বাধ্যতামূলক।
➡️ ৰতন টাটাৰ নামেৰে হ’ব ছেমিকণ্ডাক্ট প্ৰকল্প।
➡️জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ) |
➡️ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ বাবে লাগিব নেচনেল ছিকিউৰিটি ক্লীয়াৰেঞ্চ
➡️ ব্যক্তিগত বিশ্ববিদ্যালয় সমূহ ধৰ্মনিৰপেক্ষ হ’ব লাগিব
➡️ ধৰ্মান্তৰকৰণৰ দৰে বিষয়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হ’ব নোৱাৰিব।