Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Orissa High Court:২৭ সপ্তাহৰ অন্তঃসত্ত্বা ! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে

publisher by publisher
March 5, 2025
in India
Reading Time: 2 mins read
0
Orissa High Court:২৭ সপ্তাহৰ অন্তঃসত্ত্বা ! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে
1
SHARES
6
VIEWS
ShareShareShareShare

Orissa High Court:

ধৰ্ষণৰ ফলত অন্তঃসত্ত্বা হ’ল এগৰাকী ১৩ বছৰীয়া কিশোৰী। প্ৰায় সাত মাহ গৰ্ভধাৰণৰ পাছত তাইক গভৰ্পাতৰ অনুমতি দিলে উৰিষ্যাৰ উচ্চ ন্যায়ালয়ে। আদালতে জনাইছে যে নাবালিকা গৰাকীৰ বিভিন্ন জটিল ৰোগ আছে । এই পৰিস্থিতিত তেওঁৰ প্ৰসৱও যথেষ্ট বিপদজনক। ফলস্বৰূপে গৰ্ভপাতৰ আশংকা থকা স্বত্বেও তাইক গৰ্ভপাতৰ অনুমতি দিয়া হৈছে।

ADVERTISEMENT

সংবাদ সংস্থা পিটিআইৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে ওড়িশাৰ কান্ধমাল জিলাত। যোৱা বছৰ অনুসূচিত জনজাতিৰ নাবালিকাগৰাকীক একাধিকবাৰ ধৰ্ষণ কৰিছিল স্থানীয় এজন যুৱকে। এই বিষয়ে নৱালিকাগৰাকীয়ে ভয়তে কাকো কোৱা নাছিল। কিন্তু ধৰ্ষণৰ ফলস্বৰূপে কিশোৰীগৰাকী গৰ্ভৱতী হৈ পৰে। যেতিয়া কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে, পৰিয়ালটোৱে চিকিৎসকৰ কাষ চাপে ।

RelatedPosts

Orissa High Court ২৭ সপ্তাহৰ অন্তঃসত্ত্বা! ১৩ বছৰীয়া ‘ধর্ষিতা’ক গর্ভপাতৰ অনুমতি দিলে উৰিষ্যা উচ্চ ন্যায়ালয়ে

Kiara Advani Pregnancy:‘জীৱনৰ শ্ৰেষ্ঠ উপহাৰ’, মাতৃ হ’বলৈ ওলাইছে কিয়াৰা আদৱানী

Diabetes During Pregnancy:গৰ্ভাৱস্থাত যদি হয় ডায়েবেটিছ !

তাৰ পাছতে কিশোৰীগৰাকী ছয় মাহৰো অধিক সময় ধৰি গৰ্ভৱতী হোৱা বুলি জনা যায় । যি গৰ্ভপাত আইনৰ দ্বাৰা নিৰ্ধাৰিত ২৪ সপ্তাহৰ সীমা অতিক্ৰম কৰে। সাধাৰণতে গৰ্ভপাত আইন অনুসৰি গৰ্ভধাৰণৰ ২০ সপ্তাহৰ পাছত গৰ্ভপাত কৰিবলৈ আদালতৰ অনুমতিৰ প্ৰয়োজন হয়। আদালতৰ মতে, সংবিধান অনুসৰি বিশেষ ক্ষেত্ৰত নিৰ্ধাৰিত সময়ৰ পাছতো আদালতে গৰ্ভপাতৰ অনুমতি দিব পাৰে।

এই ক্ষেত্ৰত, কিশোৰীগৰাকী যৌন নিৰ্যাতনৰ বলি। তাইৰ বিভিন্ন স্বাস্থ্য সমস্যা যেনে ৰক্তহীনতা আৰু মৃগীৰোগ আছে, যাৰ ফলত প্ৰসৱত জটিলতা হ’ব পাৰে।গতিকে তাইক গৰ্ভপাত কৰিবলৈ অনুমতি দিয়া হ’ল।

ন্যায়াধীশ এছ কে পানীগ্ৰাহীয়ে উৰিষ্যা উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানি কৰে । তেওঁৰ কয়, বলপূৰ্বকভাৱে সন্তান জন্ম দিলে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত তেওঁৰ মৌলিক অধিকাৰ খৰ্ব হ’ব। ন্যায়াধীশ গৰাকীয়ে ৰায়দানৰ সময়ত মহিলাৰ প্ৰজনন অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Abortion allowedOrissa High CourtPregnancyTeenage Girl
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী  কৰি তুলিছে নিৰাপত্তা !

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d