Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰত চৰকাৰৰ দ্বাৰস্থ হ’ল পাকিস্তানৰ একাংশ পৰিয়াল

পাকিস্তানৰ হিন্দু পৰিয়ালকো ভাৰত এৰাৰ নিৰ্দেশত হাহাকাৰ 

publisher by publisher
April 29, 2025
in India, News
Reading Time: 1 min read
0
ভাৰত চৰকাৰৰ দ্বাৰস্থ হ’ল পাকিস্তানৰ একাংশ পৰিয়াল
2
SHARES
15
VIEWS
ShareShareShareShare

লোকজনৰ কোলাত কণমানি, তেওঁৰ হাতত ধৰি থিয় দি আছে আন এটি শিশুৱে। তেওঁলোকৰ পাছতে ঊৰ্ণাৰে মূৰ ঢাকি থিয় দি আছে ৩০-৩৫ বছৰ বয়সীয়া এগৰাকী মহিলা। হয়তো লোকজনৰ পত্নী ৷

ADVERTISEMENT

প্ৰত্যেকৰে চকুৱে-মুখে হতাশা। লোকজনে ক’লে, ‘পাকিস্তানত সকলো বিক্ৰী কৰি ভাৰতলৈ আহিছিলো। এতিয়া তালৈ কেনেকৈ উভতি যাম? থাকিম ক’ত? খামেই বা কি?’ পহলগাম কাণ্ডৰ পাছতে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বাবে পাকিস্তানকে দোষাৰোপ কৰিছে ভাৰতে । যদিও ইছলামাবাদে অভিযোগ অস্বীকাৰ কৰি পহলগাম কাণ্ডৰ স’তে কোনো যোগসূত্র নাই বুলি দাবী কৰিছে। তৎসত্ত্বেও সেই নাৰকীয় ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে ভাৰতে।

বিশেষ কিছু ভিছাৰ অবিহনে পাক নাগৰিকসকলক ভাৰত ত্যাগৰ নিৰ্দেশ দিয়া হৈছে। তাৰ পাছতে পাকিস্তানী লোকসকলে ভাৰত এৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰাজস্থানৰ বাড়মেৰৰ চিআইডিৰ অপৰাধ দমন শাখাৰ কাৰ্যালয়ৰ সন্মুখতো ভিৰ কৰিছে বহুতো পাকিস্তানী হিন্দু পৰিয়ালে।

সকলোৰে এটাই আক্ষেপ, আনে কৰা দোষৰ বলি হৈছে তেওঁলোক। এইসকল হিন্দু পৰিয়ালে স্বল্পম্যাদী ভিছা লৈ ভাৰতলৈ আহিছিল। অথচ এতিয়া তেওঁলোক গভীৰ বিপদত পৰিছে।

চিআইডিৰ কাৰ্যালয়ৰ বাহিৰত অপেক্ষাৰত তেনে এক পৰিয়ালৰ এজন সদস্যই কয়, ‘ভাৰতত ভালকৈয়ে আছিলো। পাকিস্তানত আমাৰ বাবে একোৱেই নাই। সকলো বস্তুৰ দাম আকাশলংঘী।বিশেষ কাম-কাজো নাই।’

পহলগাম কাণ্ডৰ পাছত এইসকল লোকৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হৈছে। অসহায়, হতাশ মনেৰে তেওঁলোকে ঘূৰি ফুৰিছে বিভিন্ন চৰকাৰী বিভাগৰ দুৱাৰে দুৱাৰে। সকলোৰে এটাই আহ্বান, তেওঁলোকৰ ভাৰতত থকাৰ বৈধতা নিশ্চিত কৰা হওক।

পাকিস্তানৰ সিন্ধু প্রদেশৰ এটা হিন্দু পৰিয়াল যোৱা ১৯ এপ্ৰিলত ভাৰতলৈ আহিছিল। সেই পৰিয়ালৰ সদস্য সংখ্যা ১৮।তেওঁলোকে এতিয়া চিআইডিৰ বিষয়াসকলৰ হাতে-ভৰিয়ে ধৰি বিতাড়িত নকৰিবলৈ আবেদন জনাই আছে। তেওঁলোকক যাতে ভাৰততে থাকিবলৈ দিয়া হয়।

সেই পৰিয়ালৰ সুৰেশ নামৰ সদস্যজনে নিজৰ দুৰ্দশাৰ কথা সদৰী কৰি সংবাদ মাধ্যমক কয়, ‘৪৫ দিনৰ ভিছা লৈ ভাৰতলৈ আহিছিলো। ইয়াত এক আত্মীয়ৰ ঘৰত আছিলো । অহাৰ আগতে পাকিস্তানত আমাৰ যিমান যি আছিল, সকলোবোৰ বিক্ৰী কৰি আহিছো। আমাৰ পৰিয়াল ডাঙৰ। ইয়াতেই থকাৰ ইচ্ছা আছিল। সেই দেশত আমাৰ আৰু একো নাই। দীর্ঘম্যাদী ভিছাৰ বাবে আবেদন জনাইছো। নাজানো কি হয়! অৱশ্যে আমি ইয়াত স্থায়ীৰূপে থাকিব বিচাৰো।’

পহলগামৰ ঘটনাত এই পৰিয়ালসমূহেও দুখ প্ৰকাশ কৰিছে। অৱশ্যে তেওঁলোকে দাবী কৰিছে, ‘সেই ঘটনাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি কেৱল শান্তি আৰু সন্তানসকলৰ ভৱিষ্যৎ সুনিশ্চিত কৰিব বিচাৰো। আমি চৰকাৰক অনুৰোধ জনাইছো যাতে আমাক ভাৰতত থকাৰ অনুমতি প্ৰদান কৰে।’ প্ৰায় সকলোৱেই কয় যে পাকিস্তানত তেওঁলোকে সকলো বিক্ৰী কৰি ভাৰতলৈ আহিছে আৰু এতিয়া তালৈ উভতি গৈ কি কৰিব?

এনে পৰিয়ালৰ সংখ্যা একেবাৰে কম নহয়। প্রায় প্রতিদিনেই ভিৰ বাঢ়িছে বাড়মেৰৰ চিআইডিৰ কাৰ্যালয়ৰ বাহিৰত। কোনো পৰিয়ালৰ সদস্য সংখ্যা যদি ১৭,আকৌ কাৰোবাৰ সৰু পৰিয়াল।

পাকিস্তানৰ অমৰকোটৰ বাসিন্দা জালাম সিঙে এমাহৰ পূর্বে পত্নীক লৈ মেডিকেল ভিছাত ভাৰতলৈ আহিছিল ৷ তেওঁলোকৰ পুত্ৰ ভাৰতীয় নাগৰিক। এতিয়া তেওঁলোকেও দীর্ঘম্যাদী ভিছাত ভাৰতত থকাৰ আবেদন জনাইছে। তেওঁলোকৰ দৰেই স্বৰূপ সিং নামৰ এজন লোকো কিছুদিনৰ পূৰ্বে ভাৰতলৈ আহিছিল।

তেওঁৰ কন্যা ভাৰতীয় নাগৰিক হ’লেও সিঙৰ লগতে তেওঁৰ পত্নী আৰু দুই পুত্ৰ পাকিস্তানৰ বাসিন্দা। কাইলৈ তেওঁৰ কন্যাৰ বিয়া। অথচ ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ অৱনতিৰ পাছতে তেওঁলোকক দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছে।

সিং পৰিয়ালে তেওঁলোকৰ কন্যাৰ বিয়াত উপস্থিত থাকিব বিচাৰে আৰু তাৰ বাবে আবেদন জনাইছে। এইবোৰ পৰিয়ালে এতিয়া দীৰ্ঘম্যাদী ভিছাৰ আবেদন জনাইছে। উল্লেখ্য যে পাকিস্তানৰ পৰা যিসকলে বৈধ ভিছা লৈ ভাৰতলৈ আহিছে, তেওঁলোকক নিজ দেশলৈ উভতি যোৱাৰ নির্দেশ দিছে নতুন দিল্লীয়ে।

একে সময়তে পাকিস্তানীসকলৰ বাবে ‘ছাৰ্ক’ ভিছাও বাতিল কৰা হৈছে। বান্ধি দিয়া হৈছে সময়সীমাও। পাকিস্তানীসকলৰ স্বল্পম্যাদী ভিছা (১২ প্ৰকাৰৰ) বাতিল কৰিছে ভাৰতীয় বৈদেশিক মন্ত্রণালয়ে।

সেই অনুসৰি,যোৱা শনিবাৰেই ‘ছাৰ্ক’ ভিছাৰ ম্যাদ শেষ হয়, অর্থাৎ সেই দিনাই আছিল ‘ছার্ক’ ভিছাত অহা পাকিস্তানীৰ ভাৰত ত্যাগৰ অন্তিম দিন। আনহাতে, মেডিকেল ভিছাৰ বাহিৰে প্ৰায় সকলো পাকিস্তানী ভিছাৰ ম্যাদ দেওবাৰে শেষ হয়। আজি মেডিকেল ভিছাৰ ম্যাদৰ ওৰ পৰিব।

অৱশ্যে এই তালিকাৰ পৰা বাদ পৰিছে দীৰ্ঘম্যাদী আৰু কূটনৈতিক ভিছা। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা বৃহস্পতিবাৰৰ পৰা প্ৰায় সাতশ পাকিস্তানীয়ে ভাৰতৰ পৰা আটাৰী-ৱাঘা সীমান্ত পাৰ হৈ নিজ দেশত উপস্থিত হৈছে।

ইয়াৰ ভিতৰত কোনোবা যদি পর্যটক, আন কোনোবাই বিশেষ কাৰণত আত্মীয়ৰ ঘৰলৈ আহিছিল। আন বহুতে চিকিৎসাজনিত কাৰণত ভাৰতলৈ আহিছিল। কর্মসূত্রেও বহু পাকিস্তানী ভাৰতত আছিল। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ পাছতে এইসকলৰ অধিকাংশই এজন এজনকৈ ভাৰত এৰি গৈছে।

যোৱাৰ সময়ত অৱশ্যে প্ৰায় প্রত্যেকেই পহলগাম কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰে । ৱাঘা সীমান্ত পাৰ হোৱাৰ পূৰ্বে এগৰাকী মহিলাই সংবাদ মাধ্যমক কয়,‘আমি উভতি গৈছো; কিন্তু আন কাৰোবাৰ কৃতকৰ্মৰ বাবে আমি শাস্তি ভোগ কৰিলো ৷ পহলগামত যি ঘটিছে সেয়া অতি অন্যায়। নিৰীহ লোকক হত্যা কৰা হৈছে।’

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে মহিলাগৰাকী নাগপুৰত পৰিয়ালৰ স’তে ফুৰিবলৈ আহিছিল। তেওঁলোকে আৰু কিছুদিন ভাৰতত থকাৰ কথা আছিল যদিও এতিয়া উভতি যাবলৈ বাধ্য হৈছে। অমৰকোটৰ এজন বাসিন্দাই যোৱা জানুৱাৰীতে পঞ্জাৱৰ এক আত্মীয়ৰ গৃহলৈ আহি ইয়াতে আছিল। তেওঁৰ মুখতো শুনা গ’ল হতাশাৰ সুৰ।

পাকিস্তানলৈ উভতি যোৱাৰ পথত তেওঁ কয়, ‘মই ঘূৰি যাবলগীয়া হ’ল। মোৰ হাতত দীৰ্ঘম্যাদী ভিছা নাই। অৱশ্যে এয়াও ঠিক যে পহলগামত ঘটা ভুলৰ মাচুল দিবলগীয়া হৈছে আমাৰ দৰে সাধাৰণ মানুহে।’ এইসকলৰ প্ৰায় সকলো লোকেই বিচাৰিছে যে দুই দেশৰ মাজলৈ শান্তি ঘূৰি আহক। তেওঁলোকে কয়,‘ভাৰত-পাকিস্তানে একেলগে কাম কৰক তেতিয়া আমাৰ দৰে মানুহৰে ভাল হ’ব। দুই দেশৰ সাধাৰণ নাগৰিকসকলে কেতিয়াও যুদ্ধ নিবিচাৰে। তাৰ সলনি শান্তি আৰু সম্প্ৰীতি বিচাৰে।’

উল্লেখ্য যে পাকিস্তানেও ইতিমধ্যে ভাৰতৰ অনুৰূপ পদক্ষেপ হাতত লৈছে। ভাৰতীয়সকলক পাকিস্তান ত্যাগৰ নিৰ্দেশ দিছে ইছলামাবাদে। বৃহস্পতিবাৰৰ পৰা এই পর্যন্ত ৮৫০ৰো অধিক ভাৰতীয়ই সীমান্ত অতিক্রম কৰি স্বদেশত উপস্থিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Jammu and KashmirPahelgam Terror AttackPakistan
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d