Horoscope: মেষ : ক’ৰবাত যাত্ৰা কৰিব হ’লে দিনৰ ১২ বজাৰ পাছত যাত্ৰা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰং আৰু বস্ত্ৰ পৰিধান কৰিব। দাম্পত্যত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
বৃষ :কৰ্মক্ষেত্ৰত জটিলতা আছে। আর্থিক মধ্যম। ভ্রমণ বা যাত্ৰা নকৰাই ভাল। প্রেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
মিথুন : আনদিনাৰ তুলনাত আজিৰ দিনটো শুভ। সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ। পৈতৃক সম্পত্তি লাভৰ কাৰকতা আছে। শুভ ৰং বগা। শুভ সংখ্যা ৫।
কৰ্কট : দিনৰ প্ৰথম ভাগত ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়ত ভাল আৰু নতুন কোনো সুযোগ লাভ কৰিব পাৰে। বিদ্যাত মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
সিংহ :কর্মত সফলতা পোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। আর্থিক সমস্যা আছে। সামাজিক শুভ। সন্তানৰ শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
কন্যা : দাম্পত্যত মতানৈক্য আৰু জটিল হোৱাৰ আশংকা দেখা যায়। দিনটোত খং দমন কৰিলে শুভ ফল পাব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।
তুলা : কর্মক্ষেত্ৰত উন্নতিৰ যোগ বিদ্যামন। আয় বৃদ্ধিৰ কাৰকতা আছে। দিনটোত বিশেষ প্রয়োজন থাকিলে ভ্রমণক কৰিব। সন্তানৰ কৰ্মলাভৰ যোগ কোনো সমস্যাৰ সমাধান আশা কৰা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃশ্চিক : বিদ্যাৰ্থীৰ শুভ। ব্যৱসায়ত প্ৰচুৰ শ্ৰমৰ আৱশ্যক আছে। দিনটোৰ বিশেষ প্রয়োজন থাকিলে ভ্ৰমণ কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
ধনু : কোনো পুৰাতন ৰোগৰ উপশম হোৱাৰ কাৰকতা দেখা যায়। কর্মস্থানত যোগ্যতা বজায় থাকিব আৰু সামাজিক কৰ্মত শুভ ফল। শুভ ৰং কমলা। শুভ সংখ্যা ২।
মকৰ : আৰ্থিকত শুভ ভাব বজায় ৰাখিব। বিদ্যাৰ্থী আৰু কৰ্মপ্ৰাৰ্থীৰ ভাল দেখা যাব। ভ্ৰমণত বাধা হ’ব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৯।
কুম্ভ : পাৰিবাৰিক শুভ। ব্যৱসায়ত ভাল। খৰচ বৃদ্ধি হ’ব পাৰে। শৰীৰৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়া ভাল। মাতৃৰ আৰোগ্য লাভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
মীন : দিনটোত প্ৰেম-প্ৰণয়ৰ ক্ষেত্ৰত ভাল দেখা নাযায়। আর্থিক আদান-প্রদান সতর্কভাৱে কৰিব। বিদ্যাত বাধা আছে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।