Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভাৰতৰ প্ৰতিশোধ সন্দৰ্ভত দিল্লীত সংবাদমেলত কৰ্ণেল ছফিয়া কুৰেশ্বী! 

ইয়াৰ পূৰ্বেও এই অভিলেখ ভংগ কৰিছিল ৩৫ বছৰীয়া বিষয়াগৰাকীয়ে

publisher by publisher
May 7, 2025
in India, News
Reading Time: 1 min read
0
ভাৰতৰ প্ৰতিশোধ সন্দৰ্ভত দিল্লীত সংবাদমেলত কৰ্ণেল ছফিয়া কুৰেশ্বী! 
2
SHARES
23
VIEWS
ShareShareShareShare

Operation Sindoor :পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’লে ভাৰতে। সামৰিক অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন সিন্দুৰ’। বুধবাৰে পুৱা ভাৰতীয় সেনাৰ এই সংক্ৰান্তীয় সংবাদমেলত উপস্থিত থাকে কৰ্ণেল ছফিয়া কুৰেশ্বী।

ADVERTISEMENT

ছফিয়াই উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ স’তে সংবাদমেলত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিসমূহ কেনেকৈ লক্ষ্য কৰি ধ্বংস কৰা হৈছিল সেই বিষয়েও ব্যাখ্যা কৰে। ভাৰতীয় সেনাবাহিনীত তেওঁ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত।

RelatedPosts

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

ছফিয়া ভাৰতীয় সেনাৰ সামৰিক যোগাযোগ আৰু ইলেক্ট্ৰনিকছ অপাৰেচন সহায়ক শাখা চিগনেল কৰ্পছৰ অন্যতম শীৰ্ষ বিষয়া। ৩৫ বছৰীয়া বিষয়াগৰাকী সেনাৰ কেবাটাও গুৰুত্বপূৰ্ণ সাফল্যৰ স’তে জড়িত হৈ আছে।

তেওঁ প্ৰথমবাৰৰ বাবে ২০১৬ চনত শিৰোনাম দখল কৰিছিল। সেই বছৰ ছফিয়াই ১৮খন দেশৰ সন্মুখত ভাৰতৰ সামৰিক অনুশীলনৰ নেতৃত্ব দিছিল। প্ৰথম মহিলা হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। সেই সময়ত ছফিয়া লেফটেনেণ্ট কৰ্ণেল আছিল। পুনেত অনুষ্ঠিত সামৰিক অনুশীলন ভাৰতত অনুষ্ঠিত হোৱা সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন আছিল।

জাপান, চীন, আমেৰিকা, ৰাছিয়াৰ দৰে দেশসমূহে দুই মাৰ্চৰ পৰা আঠ মাৰ্চলৈকে এই অনুশীলনত অংশগ্ৰহণ কৰিছিল।আন কোনো দেশত এই অনুশীলনৰ নেতৃত্ব দিয়া কোনো মহিলা নাছিল।

এই অনুশীলনত ছফিয়াই নেতৃত্ব দিছিল ৪০ জনীয়া ভাৰতীয় সেনাৰ এটা দল। এই অনুশীলনৰ লক্ষ্য আছিল শান্তিৰক্ষা অভিযান। তেওঁ এই অনুশীলনত নিজৰ যোগ্যতাৰ ভিত্তিত নেতৃত্ব লাভ কৰিছিল।

শান্তিৰক্ষাৰ কামতো ছফিয়াৰ বহু অভিজ্ঞতা আছে। ২০০৬ চনত কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ছফিয়াৰ পৰিয়ালতো সামৰিক বাহিনীৰ ইতিহাস আছে। তেওঁৰ দাদা ভাৰতীয় সেনাৰ লগত জড়িত আছিল। তেওঁ এটা সামৰিক পৰিয়ালত বিবাহপাশত আৱদ্ধ হয়।

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পহলগামত পৰ্যটকৰ ওপৰত হোৱা উগ্ৰপন্থী আক্ৰমণত ২৬ জন লোক নিহত হয়। ইতিমধ্যেই ঘটনাটোৰ বাবে পাকিস্তানক দোষাৰোপ কৰি ভাৰতে কেবাটাও পদক্ষেপ গ্ৰহণ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত, মঙলবাৰে মাজনিশা পাকিস্তান আৰু অধিকৃত কাশ্মীৰৰ কেবাটাও অংশত প্ৰতিশোধ লোৱা হয়। ভাৰতীয় সেনাই দাবী কৰিছিল যে পাকিস্তানৰ নটা ঠাইত আক্ৰমণ কৰা হৈছে।

উগ্ৰপন্থীৰ ঘাটিসমূহ ধ্বংস কৰা হৈছে। কোনো অসামৰিক লোকৰ ক্ষতি হোৱা নাছিল।

বুধবাৰে পুৱা ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত সেনাৰ সংবাদমেলত বৈদেশিক সচিব বিক্ৰম মিছৰী উপস্থিত আছিল। তেওঁৰ লগত আছিল দুগৰাকী মহিলা বিষয়া, ইয়াৰে এগৰাকী আছিল কৰ্ণেল ছফিয়া। তেওঁ সাংবাদিকক বুজাই দিয়ে যে কেনেকৈ আৰু ক’ত আক্ৰমণ সংঘটিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaOperation SindoorPakistan
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d