Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

publisher by publisher
May 6, 2026
in International, News
Reading Time: 1 min read
0
আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

Arabian Sea:✒️যান্ত্ৰিক ত্ৰুটিৰ ফলত আৰব সাগৰ (Arabian Sea)ত বিপদত পৰে এখন ভাৰতীয় বাণিজ্যিক জাহাজ। সংকটময় পৰিস্থিতিত বিপদ সংকেত লাভ কৰাৰ লগে লগে সহায়ৰ হাত আগবঢ়ালে পাকিস্তান নৌবাহিনীয়ে (Pakistan Navy)। জাহাজখনত থকা নাবিকসকলক খাদ্য, চিকিৎসা আৰু অন্যান্য জৰুৰী সহায় আগবঢ়োৱা হয়।

ADVERTISEMENT

তথ্য অনুসৰি এমভি গৌতম পানামৰ জাহাজখন ওমানৰ পৰা ভাৰতলৈ আহি আছিল। আৰব সাগৰত পোৱাৰ পিছতেই জাহাজখনত গুৰুতৰ যান্ত্ৰিক ত্ৰুটি দেখা দিয়ে, যাৰ ফলত জাহাজখন সম্পূৰ্ণৰূপে থমকি যায়। আগবাঢ়িবলৈ অসম্ভৱ হৈ পৰাত জাহাজখনৰ পৰা বিপদ সংকেত প্ৰেৰণ কৰা হয়। তাৰ পিছতেই পাকিস্তানি নৌবাহিনীৰ এখন জাহাজ ঘটনাস্থলীত উপস্থিত হৈ সহায় আগবঢ়ায়।

ঘটনাটোৰ পিছত মুম্বাইস্থিত সামুদ্ৰিক উদ্ধাৰ আৰু সমন্বয় কেন্দ্ৰ(Maritime Rescue and Coordination Centre)এ ইছলামবাদ(Islamabad)ৰ কৰ্তৃপক্ষৰ স’তে যোগাযোগ কৰি সহায় বিচাৰে। তাৰ পিছতেই এমভি গৌতমত থকা ছয়জন ভাৰতীয় আৰু এজন ইণ্ডোনেশীয় নাবিকৰ বাবে উদ্ধাৰ আৰু সহায় অভিযান আৰম্ভ কৰা হয়। এই অভিযানত পিএমএসএছ নামৰ এখন জাহাজ ব্যৱহাৰ কৰা হৈছিল।

উদ্ধাৰ অভিযানত পাকিস্তান সামুদ্ৰিক সুৰক্ষা সংস্থা(Pakistan Maritime Security Agency)এও সক্ৰিয় সহযোগ আগবঢ়ায়। পাক নৌবাহিনীয়ে এক বিবৃতিত জনায় যে, নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ খাদ্য, চিকিৎসা সহায়ৰ লগতে কাৰিকৰী সহায়ো প্ৰদান কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ গান্ধীনগৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰে জনোৱা মতে, তিনি মে’ত এমভি গৌতমৰ বিদ্যুৎ ব্যৱস্থা সম্পূৰ্ণৰূপে বিকল হৈ পৰিছিল। এই বিষয়ে চাৰি মে’ নিশা ১১টা ২২ মিনিটত নৌসেনাই তথ্য লাভ কৰে। জাহাজখন পাক জলসীমাৰ কাষত বিপদত পৰাৰ বাবে ইছলামবাদ(Islamabad)ৰ ওচৰত সহায় বিচৰা হয়, আৰু সেই মতেই তৎক্ষণাত সহায় আগবঢ়োৱা হয়।

যদিও নাবিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ আৰু সহায় আগবঢ়োৱা হৈছে, জাহাজখনৰ জেনাৰেটৰৰ ত্ৰুটি এতিয়াও সম্পূৰ্ণৰূপে ঠিক কৰা সম্ভৱ হোৱা নাই। সেয়ে বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে জাহাজখনৰ মালিক পক্ষক নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে, এই ঘটনাৰ ভিডিঅ’ আৰু ছবি সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে, য’ত পাকিস্তানি নৌবাহিনীৰ স্পিড বোট আৰু হেলিকপ্টাৰে এমভি গৌতমত উদ্ধাৰ অভিযান চলোৱা দৃশ্য দেখা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: PakistanPakistan Navy
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d