Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Secondary Education: এইবাৰ নিম্ন-উচ্চ প্রাথমিকৰ ৯৪৪টা শিক্ষকৰ পদ বিলুপ্তিৰ জাননী

মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জাননী জাৰি,২৫ খন জিলাৰ পৰা বৃহৎ সংখ্যক পদ বিলুপ্ত, অধিকাংশই ভাষা বিষয়ৰ শিক্ষক, ৰাজ্যৰ শিক্ষাখণ্ডত এফালে পদ বিলুপ্তি, আনফালে শিক্ষকৰ নাটনি

publisher by publisher
May 16, 2025
in News, Assam
Reading Time: 2 mins read
0
Secondary Education: এইবাৰ নিম্ন-উচ্চ প্রাথমিকৰ ৯৪৪টা শিক্ষকৰ পদ বিলুপ্তিৰ জাননী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Cachar College Principal Dr. Siddharth Shankar Nath suspended:কাছাৰ কলেজৰ অধ্যক্ষ ড: সিদ্ধাৰ্থ শঙ্কৰ নাথক নিলম্বন

Director of Higher Education Has Suspended the President of the College Teachers Association:কৰ্তব্যত অৱহেলা আৰু টিউটৰ নিযুক্তিৰ বাবেই নিলম্বন হ’ল কলেজ শিক্ষক সংস্থাৰ সভাপতি ড: জয়ন্ত বৰুৱা

Secondary Education:

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে বিলুপ্তি কৰিলে নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ৯৪৪টা শিক্ষকৰ পদ। ৰাজ্যৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ এই পদসমূহৰ অধিকাংশই দীর্ঘদিন খালী হৈ আছিল। বিগত সময়ছোৱাত চৰকাৰে এই পদবোৰ পূৰণৰ কোনো ব্যৱস্থা গ্রহণ নকৰিলে। লগতে বিদ্যালয় একত্ৰীকৰণৰ ফলতো কিছু সংখ্যক পদ খালী হয়।

উল্লেখ্য যে চৰকাৰৰ বিদ্যালয় একত্ৰীকৰণ নীতিৰ অধীনত ৰাজ্যৰ এক বৃহৎ সংখ্যক নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ৰ লগত ইতিমধ্যে চামিল কৰা হৈছে। আগন্তুক দিনত আৰু অধিক সংখ্যক বিদ্যালয়ক এনে চামিলকৰণ প্ৰক্ৰিয়াত সামৰি লোৱা হ’ব। গতিকে সেই সময়ত আৰু অধিক পদ বিলুপ্তিকৰণৰ সম্ভাৱনা শিক্ষা বিভাগৰ উচ্চস্তৰীয় সূত্ৰই সদৰী কৰে।

ৰাজ্যৰ পদ বিলুপ্ত কৰা জিলাবোৰ হ’ল- বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, দক্ষিণ শালমাৰা-মানকাচৰ, শ্রীভূমি আৰু তিনিচুকীয়া। এই পদবোৰৰ অধিকাংশ আৰবী, হিন্দী, মণিপুৰী আৰু বিভিন্ন ঐচ্ছিক বিষয়ৰ শিক্ষক।

তদুপৰি ইয়াৰ মাজত প্রধান শিক্ষকৰ পদো আছে। শিক্ষা বিভাগৰ তথ্য অনুসৰি, এই বৃহৎ সংখ্যক পদ বিলুপ্ত কৰাৰ বিপৰীতে ৰাজ্যত স্থাপন কৰা ১১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ত নতুন পদ সৃষ্টি কৰা হৈছে; কিন্তু চাহ বাগিচাৰ বাহিৰৰ অঞ্চলৰ শিক্ষানুষ্ঠানৰ পৰা ন শতাধিক পদ বিলুপ্তকৰণে ৰাজ্যৰ শিক্ষা বিভাগৰ দুৰ্বলতাকে স্পষ্ট কৰিছে। ন শতাধিক পদ বিলুপ্ত কৰাটো সাধাৰণ কথা নহয় বুলি চর্চা চলিছে।

অথচ ৰাজ্যত এনে বহু শিক্ষানুষ্ঠান আছে, য’ত বিষয় অনুসৰি শিক্ষক নাই। বিদ্যালয়বোৰে টানি-আঁজুৰিহে এনে পৰিস্থিতিত শ্রেণী চলাই থাকিবলগীয়া হৈছে। তেনে দুর্বলতা আঁতৰোৱাৰ পৰিৱৰ্তে বৃহৎ সংখ্যক শিক্ষকৰ পদেই বিলুপ্ত কৰে শিক্ষা বিভাগে।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abolition oF Teacher PostDirector of Higher EducationSecondary Education
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d