Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!

    থাৰুৰৰ প্ৰতিবাদত ইউ টাৰ্ণ!

    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
May 21, 2025
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
3
SHARES
27
VIEWS
ShareShareShareShare

Horoscope:মেষ: নতুন বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে। সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব। প্রেমত চিন্তা। ভ্রমণ দিশত শুভ ফল। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

ADVERTISEMENT

বৃষ: বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন লওক। সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আবেগ বৰ্জন কৰক। বিদ্যার্থীৰ মধ্যম। শিক্ষার্থীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ ৰং বগা। শুভ সংখ্যা ২।

RelatedPosts

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

দিনটোৰ ৰাশিফল

মিথুন: উচ্চ শিক্ষাৰ বাধা আঁতৰিব। ব্যৱসায়ত মধ্যম। ঘৰুৱাত ভাল বুলি ক’ব পৰা যায়। প্ৰেমত অশান্তি। বিদেশৰ পৰা বন্ধুৰ লগত কথা হোৱাৰ সম্ভাৱনা। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

কর্কট: দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। বিদ্যাত বাধা। দাম্পত্য আৰু প্ৰণয়ত মজলীয়া। শুভ ৰং মটীয়া। শুভ সংখ্যা ৮।

সিংহ: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰিব। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। পঢ়া-শুনাৰ প্রতি মনোযোগ দিয়ক। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কন্যা: চাকৰিয়ালসকলৰ দিনটো ভাল। ভ্রমণত কষ্টদায়ক। নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়। প্ৰেমত মধ্যম। পঢ়া-শুনাৰ বাবে সুনাম বাঢ়িব। প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং ছাই। শুভ সংখ্যা 81

তুলা: বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰে। চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা। প্ৰেমত অশান্তি। শাৰীৰিত কষ্ট বৃদ্ধি হ’ব। খৰচ বাঢ়িব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

বৃশ্চিক: প্রেম-প্রণয়ত আবেগ বৃদ্ধি। সন্তানৰ প্ৰতিভাৰ বিকাশ। আজি মাটিবাৰী ক্ৰয় কৰাৰ চিন্তা কৰিব পাৰে। আত্মীয়জন ঘৰলৈ অহাৰ সম্ভাৱনা দেখা যায়। শিক্ষাত শুভ ফল। শুভ ৰং মাখন। শুভ সংখ্যা ২।

ধনু: মাতৃৰ আৰোগ্য লাভ। নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ত যথেষ্ট গুৰুত্ব দিয়ক। দূৰ ভ্ৰমণ কৰিব পাৰে। কর্মস্থানত বাধা আহিব পাৰে। ঘৰুৱা দিশত খৰচ বৃদ্ধি হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

মকৰ: স্বাস্থ্যৰ ক্ষেত্রত ভাল দেখা নাযায়। বিদ্যাত সাফল্য লাভ। খৰচৰ মাত্রা কমিব। আনৰ কথা শুনি যিকোনো ব্যৱসায় আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

কুম্ভ: কন্যা সন্তানৰ বিবাহৰ যোগ। আৰ্থিকত ভাল। ভ্রমণ নকৰাই ভাল। প্রেমত মধ্যম। পত্নী আৰু ভনীৰ সহায় লাভ কৰিব। বিয়াৰ যোগাযোগত বাধা। কর্মস্থানত ব্যস্ত হোৱাৰ বাবে শৰীৰত অশান্তি হ’ব পাৰে। শিক্ষাত বাধা দেখা যায়। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মীন: উচ্চ শিক্ষাত বাধা। বন্ধুৰ সাহায্য লাভ। আইনী সমস্যা সমাধান হোৱাৰ যোগ। প্ৰেমত নতুন আশা। বিদ্যার্থীৰ মধ্যম। আবেগ বর্জন কৰক। গঠনমূলক কামৰ বাবে উন্নতিৰ পথত বাধা দেখা যাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Horoscope
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 30, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 29, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 28, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 27, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 26, 2025
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

May 25, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d