Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৪০০, ৬০০, ১০০০ কোটিটকীয়া বাসগৃহ ক্রয় ধনাঢ্য ভাৰতীয়ৰ, অতি বিলাসী বাসগৃহৰ চাহিদা বৃদ্ধি

    কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

    ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

    বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ

    চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

    তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Angkurit Agriculture Award ‘2025 :ৰাজ্যৰ 19 কৃষকক ‘অংকুৰিত অসম কৃষি বঁটা ২০২৫’ প্ৰদান

বোকাখাটৰ খেতিয়ক সীমান্ত দত্তলৈ সৰ্বশ্ৰেষ্ঠ কৃষকৰ অংকুৰিত অসম কৃষি ৰত্ন বঁটা

publisher by publisher
May 28, 2025
in News, Assam
Reading Time: 1 min read
0
Angkurit Agriculture Award ‘2025 :ৰাজ্যৰ 19 কৃষকক ‘অংকুৰিত অসম কৃষি বঁটা ২০২৫’ প্ৰদান
1
SHARES
8
VIEWS
ShareShareShareShare

Angkurit Agriculture Award ‘2025 :

বিগত বৰ্ষৰ দৰে এইবেলিও অংকুৰিত অসমে কৃষকক উৎসাহিত কৰিবলৈ আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে ‘অংকুৰিত অসম কৃষি বঁটা ২০২৫’। ছয়টা শিতানত ওঠৰ গৰাকী কৃষকক প্ৰদান কৰা হয় এই বঁটা। প্ৰতিটো শিতানৰ প্ৰথম পুৰস্কাৰ ৩৫,০০০টকা। দ্বিতীয় পুৰস্কাৰ ২৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১৫,০০০ টকা।

ADVERTISEMENT

শিতান কেইটা ক্ৰমে কৃষি উদ্যমী শিতানৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে ৰঞ্জিত কুমাৰ বৰা, দ্বিতীয় স্থানত কনকলতা দাস মুদৈ আৰু তৃতীয় স্থান লাভ কৰিছে ৰাজিয়া ৰহমান । কৃষি শিতানত প্ৰথম স্থানত দ্বীপেন বৰুৱা, দ্বিতীয় স্থানত বিনয় লিখক আৰু তৃতীয় স্থানত ৰাধিকা পাটিৰ মিলি। উদ্যান শস্য শিতানৰ প্ৰথম স্থানত আকবৰ আলি আহমেদ, দ্বিতীয় স্থানত দেৱব্ৰত ৰাভা আৰু তৃতীয় স্থানত সোণাৰাম বণিয়া।ঠিক একেদৰে হস্ততাঁত আৰু বয়নশিল্প শিতানত প্ৰথম স্থানত গীতু ৰাজবংশী, দ্বিতীয় স্থানত পাপু ভূঞা, আৰু তৃতীয় স্থানত ৰেনু নাথ, |

RelatedPosts

Advantage Assam 2nd day:খানাপাৰাত অনুষ্ঠিত এডভান্টেজ আছাম২.০আজি অন্তিম দিন

NE Guwahati Gramin Bharat Festival: নাবাৰ্ডৰ উদ্যোগত নৰ্থ-ইষ্ট গুৱাহাটী গ্ৰামীণ ভাৰত মহোৎসৱ

CM inspects the construction site of Jyoti-Bishnu Auditorium:মহানগৰীৰ খানাপাৰাত ৫ হাজাৰ আসনযুক্ত পূব ভাৰতৰ সৰ্ববৃহৎ ‘জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ’ৰ নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

আনহাতে মীন পালন শিতানত প্ৰথম স্থানত আবুৱাল মজিদ, দ্বিতীয় স্থানত ৰাহুল আমিন, আৰু তৃতীয় স্থানত প্ৰিয়ংকা দাস বৈশ্য; আৰু পশুপালন শিতানত প্ৰথম স্থানত দীপাংকৰ শইকীয়া, দ্বিতীয় স্থানত ৰাজা গোহাঁই ,তৃতীয় স্থান লাভ কৰিছে মাধুৰ্য বৰাই। উক্ত অনুষ্ঠানতে প্ৰদান কৰা হয় ‘অংকুৰিত অসম কৃষক ৰত্ন বঁটা’ও। এই বঁটাৰ পৰিমাণ হৈছে ৫০,০০০টকা।কৃষি ৰত্ন বঁটা লাভ কৰিছে‌ গোলাঘাট জিলাৰ সীমান্ত দত্তই। উল্লেখ্য যে,বাৰমাহে খেতিপথাৰ নদন বদন হৈ থকা, যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে এখন স্বাৱলম্বী তথা আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষৰে বিগত ছয় বছৰ পূৰ্বে গঠিত হৈছিল ‘অংকুৰিত অসম’ৰ।

পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অতিথি ৰূপে উপস্থিত থাকে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,অসম পশু ধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, জ্যেষ্ঠ সাংবাদিক‌ মনোজ কুমাৰ গোস্বামী, নিতুমণি শইকীয়া,প্ৰণয় বৰদলৈ, মৌচম হাজৰিকা,অসম গৌৰৱ বঁটা প্ৰাপক উপেন্দ্ৰ ৰাভা, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডা: বিবেকানন্দ শইকীয়া, অংকুৰিত অসম কৃষি বঁটা ২০২৪ৰ কৃষি ৰত্ন বঁটা প্ৰাপক নলবাৰীৰ তপন দত্ত বৰুৱাৰ লগতে ‘অংকুৰিত অসম’ৰ সভাপতি নাছেৰ হুছেইন আৰু সম্পাদক ৰমেশ পাণ্ডে ছেত্ৰীl

বন্তি প্ৰজ্বলনৰ পিছতে,আমন্ত্ৰিত অতিথিসকলে ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত বক্তাসকলে ‘অংকুৰিত অসম’এ কৃষকৰ সামৰ্থৰ উত্কৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে । আৰু তাৰ পিছতেই বিজয়ী‌ কৃষক সকলক বঁটা প্ৰদান কৰা হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Angkurit Agriculture Award '2025KhanaparaVETERINARY COLLEGE
publisher

publisher

Related Posts

৪০০, ৬০০, ১০০০ কোটিটকীয়া বাসগৃহ ক্রয় ধনাঢ্য ভাৰতীয়ৰ, অতি বিলাসী বাসগৃহৰ চাহিদা বৃদ্ধি
India

June 2, 2025
কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 
News

কাৰ্বি আংলঙৰ খটখটিত ১৮ হেজাৰ বিঘা ভূমিৰ শ্ৰেণী পৰিবৰ্তনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল স্থানীয় ৰাইজ 

June 2, 2025
ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 
India

ব্ৰহ্মপুত্ৰ পানীক অস্ত্ৰৰূপে ব্যৱহাৰ কৰি পাকিস্তানক সহায়ৰ হুংকাৰ চীনৰ 

June 2, 2025
বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ
News

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ

June 1, 2025
চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!
News

চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

June 1, 2025
তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক
India

তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

June 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d