Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

CM Visit Silchar: বান পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত উপস্থিত মুখ্যমন্ত্ৰী

শিলচৰৰ ছয়টা আশ্ৰয় শিৱিৰ পৰিদৰ্শন, ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে: মুখ্যমন্ত্ৰী

publisher by publisher
June 3, 2025
in News, Assam
Reading Time: 2 mins read
0
CM Visit Silchar: বান পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত উপস্থিত মুখ্যমন্ত্ৰী
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

তামিলনাডুত নতুন যুগৰ সূচনা! 

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

দিনটোৰ ৰাশিফল

CM Visit Silchar:

ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণ আৰু চুবুৰীয়া পাৰ্বত্য ৰাজ্য কেইখনত হোৱা মুষলধাৰ বৰষুনৰ ফলত ব্ৰক্ষ্মপুত্ৰ আৰু বৰাক উপত্যকাত বানে লৈছে সংহাৰী ৰূপ ৷ উত্তৰ অসম আৰু বৰাক উপত্যকাৰ হাইলাকান্দি, কাছাৰ আৰু শ্ৰীভূমিত হোৱা বাঢ়নী পানীৰে ভয়ংকৰ ৰূপ লোৱাৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ পিছত মঙলবাৰে উপস্থিত হয় বৰাক উপত্যকাত ৷ কাছাৰ জিলাৰ সদৰ শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শিলচৰৰ গভৰ্নমেণ্ট বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুল,শিলচৰ কেন্দ্ৰীয় বিদ্যালয়ৰ আশ্ৰয় শিৱিৰৰ লগতে আন চাৰিটা আশ্ৰয় শিৱিৰত বাহৰ পাতি থকা বানাক্ৰান্তক সাক্ষাৎ কৰি তেওঁলোকৰে মতবিনিময় কৰে ৷

ADVERTISEMENT

cm bআনহাতে ইয়াৰ পূৰ্বে কৃত্ৰিম বানৰ কবলত থকা শিলচৰৰ কছমিক মাৰ্কেটতো উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী ৷ ইয়াৰ পিছতে কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আয়ুক্ত সহ বিভিন্ন বিভাগৰ বিষয়া সকলৰ স’তে এক বৈঠকত মিলিত হৈ বানাক্ৰান্ত অঞ্চলৰ লোকসকলৰ সকলো ধৰণৰ সহায়- সহযোগ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

cm dমুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পিছতে এক সংবাদমেল সম্বোধন কৰি কয় যে,বৰাক উপত্যকাৰ বানাক্ৰান্ত অঞ্চলৰ বুজ লোৱাৰ বাবে আজি তেওঁ শিলচৰত উপস্থিত হৈছিল ৷ইতিমধ্যে তেওঁ শিলচৰৰ ছয়টা আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰি ১,৭৫০গৰাকী বানপীড়িত লোকৰ সৈতে মতবিনিময় কৰে বুলি উল্লেখ কৰাৰ লগতে সকলোৰে সুৰক্ষাজনিত দিশটো নিশ্চিত কৰি ঔষধ, পৰিষ্কাৰ পানী যোগান আদি উপলভ্য কৰাৰ বাবেও বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি আশ্ৰয় শিবিৰত থকা লোকসকলক সকলো সহায় আগবঢ়াবলৈ প্ৰশাসন তৎপৰ বুলিও সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

cm cইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ স’তে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয় আৰু সাহায্য অভিযানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলোখিনি সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰীয়ে দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে ৷ আনহাতে আগন্তুক দুই-তিনিদিনৰ ভিতৰত পুনৰ বৰাকলৈ আহি শ্ৰীভূমিৰ বানাক্ৰান্তৰ বুজ ল’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

cm e 1উল্লেখ্য যে, কাছাৰ জিলা আয়ুক্তৰ সভাগৃহত মুখ্যমন্ত্ৰীৰ হাতত শিলচৰৰ কে’বা গৰাকী লোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়াই ৷ উল্লেখযোগ্য বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈছে বৰাক নৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d